• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২৩ হাজাৰ বছৰ পুৰণি পদচিহ্ন উদ্ধাৰ: আমেৰিকাৰ ইতিহাসত মুকলি হ’ল নতুন দুৱাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 17, 2026 10:06 am
54
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ নিউ মেক্সিকোৰ বগা বালিৰ মৰুভূমিৰ প্ৰায় ৭০০ বৰ্গ কিলোমিটাৰ অঞ্চলজুৰি সিঁচৰিত হৈ থকা শিলাখণ্ডত শেহতীয়াকৈ মানুহৰ প্ৰাচীনতম পদচিহ্নৰ সন্ধান পোৱা গৈছে। গৱেষণাৰ মতে, এই পদচিহ্নসমূহ প্ৰায় ২০,০০০ ৰ পৰা ২৩,০০০ বছৰ পুৰণি। ইতিপূৰ্বে কোনো গৱেষণাতে আমেৰিকা মহাদেশত ইমান আগতে মানুহৰ অস্তিত্বৰ প্ৰমাণ পোৱা হোৱা নাছিল।

এই নতুন আৱিষ্কাৰে আমেৰিকাত মানুহৰ আগমনৰ সময়সীমা আগতকৈ বহুখিনি পিছলৈ লৈ গৈছে। যোৱা এক দশকত আমেৰিকাত মানুহৰ প্ৰথম আৱিৰ্ভাৱক লৈ বহুতো গৱেষণা হৈছে আৰু ভিন্ন মতবাদ উত্থাপন হৈছে। কিন্তু এই পদচিহ্নসমূহে নতুনকৈ ইতিহাস লিখাৰ ইংগিত দিছে। আধুনিক মানুহৰ আৱিৰ্ভাৱ প্ৰায় চাৰে তিনি লাখ বছৰ আগতে আফ্ৰিকাত হৈছিল আৰু তেওঁলোকে ১ লাখৰ পৰা ৬০ হাজাৰ বছৰ আগৰ ভিতৰত আফ্ৰিকাৰ বাহিৰলৈ বিয়পি পৰিবলৈ ধৰিছিল। অৱশ্যে আমেৰিকালৈ মানুহৰ আগমন বহুত পিছতহে হৈছিল বুলি ধৰা হয়।

Apply Now

এটা দশক আগলৈকে বিশ্বাস কৰা হৈছিল যে মাত্ৰ ১৩,০০০ বছৰ আগতেহে আমেৰিকাত মানুহে প্ৰথম খোজ পেলাইছিল। কিন্তু পৰৱৰ্তী সময়ত অৰেগনত ১৪,৪০০ বছৰ, টেক্সাছত ১৫,৫০০ বছৰ আৰু আইডাহোত ১৬,০০০ বছৰ পুৰণি মানুহৰ অস্তিত্বৰ প্ৰমাণ পোৱা গৈছে।

২০১২ চনত আৰিজ’না বিশ্ববিদ্যালয়ৰ প্ৰত্নতাত্ত্বিক ভেন্স হলিডেই হোৱাইট ছেণ্ড মৰুভূমিত গৱেষণা কৰি থকা অৱস্থাত এই পদচিহ্নসমূহ বিচাৰি পাইছিল। এই ছাপবোৰৰ সৈতে কিছুমান গছৰ বীজ আৰু পৰাগ ৰেণুও পোৱা গৈছিল। হলিডেই সেইবোৰৰ ‘ৰেডিঅ’কাৰ্বন ডেটিং‘ কৰাৰ পিছত এই প্ৰত্নতাত্ত্বিক সমল ২০-২৩ হাজাৰ বছৰ পুৰণি বুলি সদৰী কৰে। প্ৰথম অৱস্থাত একাংশ বিশেষজ্ঞই এই তথ্যক লৈ সন্দেহ প্ৰকাশ কৰিছিল যদিও পৰৱৰ্তী সময়ত হলিডেৰ নেতৃত্বত এটা দলে অধিক নিখুঁতভাৱে পৰীক্ষা চলায়। বিভ্ৰান্তি দূৰ কৰিবলৈ নমুনাসমূহ তিনিটা পৃথক পৰীক্ষাগাৰত পৰীক্ষা কৰা হয় আৰু প্ৰতিবাৰেই একেই ফলাফল লাভ কৰে।

প্ৰচলিত মতবাদ অনুসৰি, এচিয়া (বা এছিয়া) আৰু ইউৰেছিয়াৰ পৰা মানুহে বেৰিং সাগৰৰ বৰফৰ প্ৰাকৃতিক সেতু পাৰ হৈ আমেৰিকাত উপস্থিত হৈছিল। প্ৰায় ১১,০০০ ৰ পৰা ২৮,০০০ বছৰ আগতে সাগৰৰ জলপৃষ্ঠ হ্ৰাস পোৱাৰ ফলত এই সেতু নিৰ্মাণ হৈছিল। নিউ মেক্সিকোৰ এই নতুন গৱেষণাই এতিয়া নিশ্চিত কৰিছে যে অন্ততঃ ২৩,০০০ বছৰ আগতেই আমেৰিকা মহাদেশত মানুহৰ বসতি আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd