• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৈত্ৰী বাৰ্তা দিবলৈ ৬৪খন দেশলৈ ৭০৩জন সাংসদ; ফিলিপাইনছলৈ যোৱা দলৰ নেতৃত্বত গৌৰৱ গগৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 24, 2026 2:28 pm
68
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গৌৰৱ গগৈৰ পাকিস্তানী লিংকক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সাংগো-পাংগোসকলে বহু লম্ফজম্ফ কৰিলে। বহু পানী ঘোলা হ’ল। এছ আই টিৰ প্ৰতিবেদন কেন্দ্ৰীয় গৃহমন্ত্ৰালয়লৈ প্ৰেৰণ কৰাৰ কথাও জনোৱা হ’ল। বিষয়টো তাপ মাৰিলে যদিও মাজে মাজে ‘গেৰুৱা টোপ’ আহি থাকিল। কিন্তু এই বিষয়ত ‘জোকৰ মুখত চূণ পৰা’দি আহিল লোকসভা অধ্যক্ষৰ এক সিদ্ধান্ত।

বিশ্বৰ ৬৪ খন দেশলৈ মৈত্ৰীৰ বাৰ্তা দিবলৈ ৭০৩জন সাংসদক প্ৰেৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। বিদেশ কূটনীতিৰ সৈতে সম্পৰ্ক থকা সেই প্ৰতিনিধি দলৰ ভিতৰত ফিলিপাইনছলৈ যাবলগীয়া দলটোৰ নেতৃত্বৰ দায়িত্ব দিয়া হৈছে লোকসভাৰ বিৰোধী উপ দলপতি সাংসদ গৌৰৱ গগৈক। স্বাভাৱিকতে লোকসভাৰ অধ্যক্ষৰ এই সিদ্ধান্তই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম বিজেপিৰ ট্ৰোল বাহিনীক নিৰাশ কৰিব।

Apply Now

ইয়াৰ পূৰ্বে পাকিস্তানৰ বিৰুদ্ধে ‘অপাৰেচন সিন্দুৰ’ৰ সফলতাৰ ওপৰত আলোকপাত কৰি সন্ত্ৰাসবাদ বিৰোধী ভাৰতৰ স্থিতিৰ প্ৰচাৰৰ বাবে মোডী চৰকাৰে বিদেশলৈ সাংসদ প্ৰেৰণ কৰিছিল। ৭টা সৰ্বদলীয় প্ৰতিনিধি দলত ৩২খন দেশলৈ গৈছিল ৫৯জন সাংসদ। বিদেশী দেশক নিজৰ কাষলৈ টনাৰ চেষ্টাত ভাৰতে ভুলৰ কোনো ত্ৰুটি ৰখা নাই।

এইবাৰ লোকসভা সচিবালয়ে মৈত্ৰি গঢ়ি তোলাৰ উদ্যোগ লৈছে। এইবাৰ চৰকাৰে নহয়, লোকসভাৰ অধ্যক্ষ ওম বিৰলাই নিজেই উদ্যোগ লৈছে। তেওঁ বিশ্বৰ ৬৪খন দেশলৈ (লোকসভা আৰু ৰাজ্যসভা মিলি) মুঠ ৭০৩জন সাংসদক প্ৰেৰণৰ পৰিকল্পনা কৰিছে।

অৱশ্যে সেই তালিকাত চুবুৰীয়া বাংলাদেশৰ নাম নাই। কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰীৰ প্ৰতিনিধি হিচাপে ওম বিৰলা বাংলাদেশৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানলৈ গৈছিল। বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ সৈতেও সাক্ষাৎ কৰে। গতিকে স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হয়, বাংলাদেশৰ সৈতে ভাৰতৰ বন্ধুত্ব বৃদ্ধিৰ কোনো আগ্ৰহ নাই নেকি? নে ভাৰতত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক লুকুৱাই ৰখাটো বাংলাদেশৰ বাবে অস্বস্তিৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰিছে? পাকিস্তানও নাই।

ভাৰত হৈছে সৰ্ববৃহৎ গণতন্ত্ৰ। সেই বাৰ্তা বিদেশত প্ৰেৰণ কৰাৰ উপৰিও ভাৰতীয় সাংসদসকলে বিভিন্ন দেশৰ বিধায়িনী দলৰ সৈতেও মত বিনিময় কৰিব। লোকসভা সচিবালয়ৰ সূত্ৰ অনুসৰি কূটনৈতিক প্ৰভাৱ বৃদ্ধিৰ বাবে এই পদক্ষেপ লোৱা হৈছে। সেয়ে অধ্যক্ষই সংসদীয় মৈত্ৰী গোট গঠন কৰিছে। ৬৪টা গোটত যাব বিজেপি-এনডিএৰ ৩৪৮জন সাংসদ আৰু কংগ্ৰেছকে ধৰি ৩৫৫ জন বিৰোধী সদস্য।

জাপান ভ্ৰমণত প্ৰিয়ংকা গান্ধীৰ নাম আছে যদিও লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক কোনো দলতে ৰখা হোৱা নাই। আমেৰিকা, জাপান, শ্ৰীলংকা, জাৰ্মানী, চুইজাৰলেণ্ড আদি ৬৪খন দেশ ভ্ৰমণলৈ সাংসদ পঠোৱাৰ হঠাতে লোৱা সিদ্ধান্তটো কেৱল মৈত্ৰীৰ লক্ষ্যই নে? নে অধ্যক্ষ ওম বিৰলাই বিৰোধীক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছে? কিয়নো পক্ষপাতিত্বৰ অভিযোগত তেওঁক অপসাৰণৰ পদক্ষেপ লৈছে বিৰোধীয়ে!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

September 17, 2026 3:19 pm
ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

September 17, 2026 3:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd