• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘দলসমূহৰ নিৰ্বাচনী ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ’ জনস্বাৰ্থৰ গোচৰৰ শুনানিত কি ক’লে উচ্চতম ন্যায়ালয়ে?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 26, 2026 3:37 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী ব্যয়ৰ নিৰ্দিষ্ট সীমা আৰোপ কৰাৰ দাবীত দাখিল কৰা জনস্বাৰ্থৰ গোচৰৰ (পিআইএল) পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগক জাননী জাৰি কৰিছে।

নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলসমূহৰ অনিয়ন্ত্ৰিত ব্যয়ৰ বিষয়টোক প্ৰত্যাহ্বান জনাই ‘কমন ক’জ’ নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে এই গোচৰ ৰুজু কৰিছে। আৰ্থিক ক্ষমতাৰ অবাধ ব্যৱহাৰে গণতান্ত্ৰিক গাঁথনি দুৰ্বল কৰাৰ লগতে নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতা ধ্বংস কৰে বুলি তেওঁলোকে দাবী কৰে। আদালতে কেন্দ্ৰ আৰু নিৰ্বাচন আয়োগক ছয় সপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিছে।

Apply Now

আবেদনকাৰীৰ হৈ উপস্থিত অধিবক্তা প্ৰশান্ত ভূষনে যুক্তি আগবঢ়ায় যে নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলসমূহৰ সীমাহীন ব্যয়ে গণতন্ত্ৰৰ ভেটিৰ ক্ষতি কৰে। ইয়াৰ দ্বাৰা ভোটাৰৰ শুদ্ধ তথ্য জনাৰ অধিকাৰো প্ৰভাৱিত হয়। তেওঁ আদালতক সোঁৱৰাই দিয়ে যে উচ্চতম ন্যায়ালয়ে ইতিমধ্যে নিৰ্বাচনী বণ্ডৰ গোচৰত পৰ্যবেক্ষণ কৰিছে যে নিয়ন্ত্ৰণহীন বিত্তীয় ক্ষমতাই গণতান্ত্ৰিক প্ৰক্ৰিয়াক বিকৃত কৰিব পাৰে।

শুনানিৰ সময়ত ন্যায়াধীশ জয়মল্য বাগচিয়ে আৰ্থিক ক্ষমতাৰ অপব্যৱহাৰ ৰোধ কৰাৰ প্ৰকৃত সমস্যাৰ ওপৰতো আলোকপাত কৰে। তেওঁ কয়, “আমেৰিকাৰ দৰে দেশতো নিৰ্বাচনী খৰচৰ সীমা আছে, কিন্তু প্ৰাৰ্থীয়ে বন্ধু, সমৰ্থক বা তৃতীয় পক্ষৰ জৰিয়তে ধন খৰচ কৰা দেখা যায়। গতিকে কেৱল সীমা নিৰ্ধাৰণ কৰিলে সমস্যাটো সম্পূৰ্ণৰূপে সমাধান নহয়, ফলপ্ৰসূ নিৰীক্ষণ ব্যৱস্থাও প্ৰয়োজনীয়।” এতিয়া এই গোচৰটোৰ পৰৱৰ্তী শুনানিৰ বাবে অপেক্ষা।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm
‘বিস্ময় বালক’ক লৈ কৌতুহল! IIM ইন্দোৰৰ গৱেষণাৰ বিষয় বৈভৱ সূৰ্য্যবংশী

‘বিস্ময় বালক’ক লৈ কৌতুহল! IIM ইন্দোৰৰ গৱেষণাৰ বিষয় বৈভৱ সূৰ্য্যবংশী

June 4, 2026 8:03 pm
মেনেজমেণ্টৰ সৈতে বিবাদ; গুৱাহাটীৰ এপ’ল’ হাস্পতালত দুদিনৰ বাবে অ’পিডি সেৱা বন্ধ ৰাখিছে চিকিৎসকে

মেনেজমেণ্টৰ সৈতে বিবাদ; গুৱাহাটীৰ এপ’ল’ হাস্পতালত দুদিনৰ বাবে অ’পিডি সেৱা বন্ধ ৰাখিছে চিকিৎসকে

June 4, 2026 7:30 pm
মেলানিয়া এপষ্টেইনৰ এছকৰ্ট আছিল : ট্ৰাম্পৰ প্ৰকৃত প্ৰেমকাহিনীক লৈ প্ৰাক্তন সহযোগীৰ বিস্ফোৰক দাবী

মেলানিয়া এপষ্টেইনৰ এছকৰ্ট আছিল : ট্ৰাম্পৰ প্ৰকৃত প্ৰেমকাহিনীক লৈ প্ৰাক্তন সহযোগীৰ বিস্ফোৰক দাবী

June 4, 2026 7:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm
‘বিস্ময় বালক’ক লৈ কৌতুহল! IIM ইন্দোৰৰ গৱেষণাৰ বিষয় বৈভৱ সূৰ্য্যবংশী

‘বিস্ময় বালক’ক লৈ কৌতুহল! IIM ইন্দোৰৰ গৱেষণাৰ বিষয় বৈভৱ সূৰ্য্যবংশী

June 4, 2026 8:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd