• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ট্ৰেফিক আইন উলংঘাৰ বাবে মহেন্দ্ৰ সিং ধোনীক জৰিমনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2026 10:28 am
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী পুনৰ চৰ্চালৈ আহিছে। এইবাৰ তেওঁৰ চৰ্চাৰ কাৰণ কোনো খেল নহয়, বৰঞ্চ ট্ৰেফিক আইন উলংঘাৰ বাবেহে তেওঁ বাতৰিৰ শিৰোনাম দখল কৰিছে। ৰাঁচীৰ ৰাজপথত নিৰ্ধাৰিত সীমাতকৈ অধিক বেগত গাড়ী চলোৱাৰ বাবে ৰাঁচী যান-বাহন আৰক্ষীয়ে ধোনীৰ বিৰুদ্ধে ই-চালান জাৰি কৰিছে। জানিব পৰা মতে, ১ মাৰ্চত কাংকে ৰিং ৰোডৰ বীৰছা কৃষি বিশ্ববিদ্যালয়ৰ ওচৰত ধোনীৰ বিলাসী বাহনখনে ঘণ্টাত ৯১ কিলোমিটাৰ বেগত যাত্ৰা কৰিছিল। উক্ত পথটোত গতিৰ সৰ্বোচ্চ সীমা আছিল মাত্ৰ ৬০ কিলোমিটাৰ।

অটোমেটিক ট্ৰেফিক মনিটৰিং চিষ্টেমৰ জৰিয়তে ধোনীৰ এই আইন উলংঘাৰ কথা ধৰা পৰে আৰু ইয়াৰ পাছতে তেওঁক ১০০০ টকাৰ জৰিমনা বিহা হয়। যান-বাহন আৰক্ষীয়ে স্পষ্ট কৰি দিছে যে আইন সকলোৰে বাবে সমান আৰু চহৰৰ বিভিন্ন স্থানত থকা চিচিটিভি কেমেৰাৰ জৰিয়তে ২৪ ঘণ্টাই এনেদৰে নিৰীক্ষণ চলাই থকা হয়। যদিও এই ঘটনাক লৈ সমগ্ৰ চহৰখনত ব্যাপক চৰ্চা চলিছে, তথাপিও ধোনীৰ ফালৰ পৰা বৰ্তমানলৈকে কোনো আনুষ্ঠানিক মন্তব্য পোৱা হোৱা নাই। ধোনীৰ বাহনৰ প্ৰতি থকা চখৰ কথা সকলোৱে জানে আৰু তেওঁৰ ওচৰত বহুতো দামী গাড়ী আৰু বাইকৰ সংগ্ৰহ আছে।

Apply Now

কেৱল যান-বাহনৰ জৰিমনা নহয়, আন এক চৰকাৰী জাননীৰ বাবেও ধোনী শেহতীয়াকৈ সমস্যাত পৰিছে। যোৱা সপ্তাহত ঝাৰখণ্ড ষ্টেট হাউছিং ব’ৰ্ডে তেওঁৰ নামত থকা এটা আৱাসিক প্লটক লৈ জাননী প্ৰেৰণ কৰিছিল। ৰাঁচীৰ হাৰমু অঞ্চলত থকা ধোনীৰ আৱাসিক প্লটটো ব্যৱসায়িক কামত ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। ব’ৰ্ডৰ মতে, আৱাসিক কামৰ বাবে আবণ্টিত সেই স্থানত বৰ্তমান এটা পেথ’লজী পৰীক্ষাগাৰ চলি আছে, যিটো নিয়মৰ বিৰুদ্ধ।

এই বিষয়টো লৈ হাউছিং ব’ৰ্ডে ধোনীৰ পৰা স্পষ্টীকৰণ বিচাৰিছে। ব’ৰ্ডে জানিবলৈ দিছে যে যদিহে ধোনীয়ে দিয়া উত্তৰ সন্তোষজনক নহয়, তেন্তে তেওঁৰ ভূমি আবণ্টন বাতিল কৰাৰ সম্ভাৱনাও আছে। এনেদৰে একেৰাহে দুটাকৈ বিতৰ্কত নাম সোমাই পৰা বাবে এতিয়া অনুৰাগীসকলৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ধোনীয়ে এই গোটেই বিষয়বোৰ কেনেদৰে সমাধান কৰিব, সেয়া পৰৱৰ্তী সময়তহে লক্ষ্যণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

June 3, 2026 8:35 pm
ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

June 3, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd