• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মৰাণত কংগ্ৰেছৰ বিশাল মহাসন্মিলন, বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা প্ৰদেশ কংগ্ৰেছ নেতৃত্বৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 8, 2026 7:56 pm
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মৰাণৰ তিলৈনগৰত আজি ডিব্ৰুগড় জিলা কংগ্ৰেছ আৰু অসম চাহ মজদুৰ আদিবাসী কংগ্ৰেছৰ উদ্যোগত এক বিশাল মহাসন্মিলন অনুষ্ঠিত হয়। উজনি অসমৰ কেইবাখনো জিলাৰ হাজাৰ হাজাৰ চাহ জনগোষ্ঠীয় লোকৰ উপস্থিতিত এই সভাত বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। তেওঁ অভিযোগ কৰে যে বিগত দহ বছৰে বিজেপি চৰকাৰে চাহ বাগিচাসমূহক ধবংসৰ মুখলৈ ঠেলি দিছে। বাগিচাসমূহৰ অৱস্থা উন্নত হোৱাৰ পৰিৱৰ্তে অধিক শোচনীয় হৈ পৰা বুলি উল্লেখ কৰি তেওঁ কয় যে চৰকাৰে বাগানসমূহ বিক্ৰী কৰি নিজৰ ঘনিষ্ঠ ব্যৱসায়ীসকলক ক’লা ধন বগা কৰাৰ সুযোগ দিছে। ইয়াৰ উপৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সমালোচনা কৰি গগৈয়ে কয় যে শিক্ষা আৰু স্বাস্থ্যৰ কোনো উন্নয়ন নকৰি চৰকাৰে কেৱল বাগিচাই বাগিচাই মদৰ দোকান খুলি দিছে যাতে সেই ধনেৰে চৰকাৰৰ ঋণ পৰিশোধ কৰিব পাৰে।

সভাখনত অংশগ্ৰহণ কৰি ঝাৰখণ্ডৰ প্ৰাক্তন মন্ত্ৰী তথা নিৰ্বাচনী পৰ্যবেক্ষক বন্ধু তিৰ্কীয়ে বিজেপি চৰকাৰক আদিবাসী সমাজৰ শত্ৰু বুলি অভিহিত কৰে। তেওঁ অভিযোগ কৰে যে বিজেপিয়ে আদিবাসীসকলৰ জলপানি বন্ধ কৰি দিছে আৰু এই সমাজক সদায় মজদুৰ হিচাপে ৰাখিব বিচাৰে যাতে তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে চিকিৎসক বা অভিযন্তা হ’ব নোৱাৰে। আদিবাসীসকলৰ সংস্কৃতি আৰু পৰিচয় মচি পেলাবলৈ চেষ্টা কৰা এই চৰকাৰক নিৰ্বাচনত বিদায় দিবলৈ তেওঁ ৰাইজক আহ্বান জনায়। তেওঁৰ মতে কেৱল কংগ্ৰেছ চৰকাৰ আহিলেইহে চাহ জনগোষ্ঠী আৰু আদিবাসী সমাজৰ প্ৰকৃত বিকাশ সম্ভৱ হ’ব।

Apply Now

অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰেও মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে। তেওঁ অভিযোগ কৰে যে চৰকাৰী আঁচনি কাটি দিম বুলি ভয়-ভাবুকি দেখুৱাইহে মুখ্যমন্ত্ৰীয়ে বিভিন্ন সভালৈ মানুহ গোটায়, কিন্তু কংগ্ৰেছৰ সভাত মানুহ স্বতঃস্ফূৰ্তভাৱে আহে। মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তি বৃদ্ধিৰ বিষয়টোৰ লগতে বিজেপি চৰকাৰৰ শাসনত সাধাৰণ ৰাইজৰ দুৰ্দশাৰ কথা তেওঁ ভাষণত উল্লেখ কৰে। সভাত কংগ্ৰেছৰ বিভিন্ন সমষ্টিৰ প্ৰাৰ্থীসকলক ৰাইজৰ সৈতে চিনাকি কৰি দি নতুন অসম গঢ়াৰ স্বাৰ্থত দলৰ প্ৰাৰ্থীক বিপুল ভোটত জয়ী কৰিবলৈ আহ্বান জনোৱা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd