• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চিলিণ্ডাৰৰ তীব্ৰ নাটনি! এতিয়াৰে পৰা ৰেলত নাপাব পাৰে ৰন্ধা খাদ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 11, 2026 3:02 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আই আৰ চি টি চিৰ পাকঘৰত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এল পি জি চিলিণ্ডাৰৰ তীব্ৰ নাটনিৰ বাবে ভাৰতীয় ৰেলৱে কেটাৰিং এণ্ড টুৰিজিম নিগমে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হৈছে। জানিব পৰা মতে, এই নাটনিৰ বাবে দীৰ্ঘ দূৰত্বৰ ৰেলসমূহত এতিয়াৰে পৰা গৰম তথা ৰন্ধা খাদ্য উপলব্ধ হোৱাৰ সম্ভাৱনা অতি কম। যিসকল যাত্ৰীয়ে আগতীয়াকৈ টিকটৰ সৈতে খাদ্যৰ বাবে ধন দি থৈছিল, তেওঁলোকক সেই ধন ঘূৰাই দিয়াৰ কথাও বৰ্তমান চিন্তা-চৰ্চা কৰা হৈছে। অৱশ্যে যাত্ৰীসকল একেবাৰে লঘোণে থাকিব নালাগে, কাৰণ বিকল্প হিচাপে শুকান খাদ্য যোগান ধৰাৰ ব্যৱস্থা কৰা হ’ব পাৰে।

সাধাৰণতে দীঘলীয়া যাত্ৰাৰ সময়ত যাত্ৰীসকলে ৰেলৰ খাদ্যৰ ওপৰতে নিৰ্ভৰ কৰে। আই আৰ চি টি চিয়ে যাত্ৰীৰ আসনলৈকে খাদ্য যোগান ধৰে যদিও বৰ্তমান যুদ্ধ সদৃশ পৰিৱেশৰ বাবে সকলোতে গেছৰ নাটনিয়ে দেখা দিছে। গেছ বুকিং কৰাৰ পিছতো সময়মতে যোগান নোপোৱাৰ বাবে আই আৰ চি টি চিৰ পাকঘৰসমূহৰ কাম-কাজ চলোৱাত বাধাৰ সৃষ্টি হৈছে। পেণ্ট্ৰি কাৰত খাদ্য গৰম কৰি পৰিবেশন কৰা হয় যদিও আচল ৰন্ধা-বঢ়াৰ কাম আই আৰ চি টি চিৰ মূল পাকঘৰতহে কৰা হয়। এল পি জিৰ যোগান সঠিকভাৱে নোহোৱাৰ ফলত এই পাকঘৰবোৰত খাদ্য প্ৰস্তুত কৰিব পৰা হোৱা নাই। যাত্ৰীৰ সুবিধাৰ বাবে ৰেলৱে কৰ্তৃপক্ষই জনাইছে যে ৰেল ষ্টেচনত থকা ফুড প্লাজা আৰু বিপণীসমূহত বিকল্প পদ্ধতিৰে ৰন্ধা-বঢ়া কৰাৰ চেষ্টা কৰা হ’ব। লগতে পেকেটত থকা ৰেডি টু ইট খাদ্যৰ মজুত বৃদ্ধি কৰা হ’ব।

Apply Now

এই সমস্যাৰ মূলতে আছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চলি থকা যুদ্ধৰ পৰিৱেশ। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে জনাইছে যে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে গেছৰ যোগানত প্ৰভাৱ পৰিছে। আগতে ২১ দিনৰ অন্তৰে অন্তৰে গেছ বুকিং কৰিব পৰা গৈছিল যদিও এতিয়া সেই নিয়ম সলনি কৰি ২৫ দিন কৰা হৈছে। গেছৰ ব্লেক মাৰ্কেটিং ৰোধ কৰিবলৈ আৰু জনসাধাৰণক সঠিকভাৱে বিতৰণ কৰিবলৈ চৰকাৰে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ঘৰুৱা বজাৰত যোগান স্বাভাৱিক কৰিবলৈ তেল কোম্পানীসমূহক উৎপাদন বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে যদিও ৰেলৰ যাত্ৰীসকলৰ বাবে বৰ্তমানৰ এই সময়ছোৱা যথেষ্ট প্ৰত্যাহ্বানমূলক হ’ব বুলি ধাৰণা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

June 27, 2026 9:05 pm
সংসদত মিছা মাতিছিল নেকি ৰাজনাথ সিঙে? ‘অপাৰেচন সিন্দুৰ’ত ৬ জোৱান ছহিদ হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই কেন্দ্ৰলৈ তীব্ৰ বাক্যবাণ বিৰোধীৰ

সংসদত মিছা মাতিছিল নেকি ৰাজনাথ সিঙে? ‘অপাৰেচন সিন্দুৰ’ত ৬ জোৱান ছহিদ হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই কেন্দ্ৰলৈ তীব্ৰ বাক্যবাণ বিৰোধীৰ

June 27, 2026 8:59 pm
প্ৰশ্নকাকত ফাদিলৰ সন্দেহ: পৰীক্ষাৰ এদিন পূৰ্বেই স্থগিত মহাৰাষ্ট্ৰৰ টেট

প্ৰশ্নকাকত ফাদিলৰ সন্দেহ: পৰীক্ষাৰ এদিন পূৰ্বেই স্থগিত মহাৰাষ্ট্ৰৰ টেট

June 27, 2026 8:56 pm
হায়দৰাবাদৰ পথৰ নাম হ’ল ‘ডনাল্ড ট্ৰাম্প এভিনিউ’! তেলেংগানা চৰকাৰক ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

হায়দৰাবাদৰ পথৰ নাম হ’ল ‘ডনাল্ড ট্ৰাম্প এভিনিউ’! তেলেংগানা চৰকাৰক ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

June 27, 2026 7:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

June 27, 2026 9:05 pm
সংসদত মিছা মাতিছিল নেকি ৰাজনাথ সিঙে? ‘অপাৰেচন সিন্দুৰ’ত ৬ জোৱান ছহিদ হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই কেন্দ্ৰলৈ তীব্ৰ বাক্যবাণ বিৰোধীৰ

সংসদত মিছা মাতিছিল নেকি ৰাজনাথ সিঙে? ‘অপাৰেচন সিন্দুৰ’ত ৬ জোৱান ছহিদ হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই কেন্দ্ৰলৈ তীব্ৰ বাক্যবাণ বিৰোধীৰ

June 27, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd