• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ ‘ৱাশ্বিং মেচিন’ৰ ৰাজনীতি ফাদিল: নিজৰ মুখ্যমন্ত্ৰীকে দুৰ্নীতিগ্ৰস্ত আখ্যা দিলে গৃহমন্ত্ৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 16, 2026 8:10 pm
103
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিশ্ৰুতি আৰু আদৰ্শৰ দোহাই দিয়া বিজেপি দলৰ অন্তঃসাৰশূন্যতা এতিয়া নিজৰ দলৰে কেন্দ্ৰীয় নেতৃত্বৰ মুখত প্ৰকাশ পাবলৈ ধৰিছে। শেহতীয়াকৈ গুৱাহাটীত এক জনসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ প্ৰাক্তন কংগ্ৰেছ চৰকাৰৰ স্বাস্থ্য বিভাগৰ কেলেংকাৰীৰ কথা উল্লেখ কৰিবলৈ গৈ বৰ্তমানৰ বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকেই ৰাজহুৱাভাৱে কাঠগড়াত থিয় কৰাইছে। গৃহমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনকালত স্বাস্থ্য বিভাগত বছৰি ১৫০ কোটি টকাকৈ কেলেংকাৰী হোৱাৰ যি অভিযোগ উত্থাপন কৰিছে, সি আচলতে সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালেহে আঙুলি টোঁৱাইছে। একপ্ৰকাৰে ক’বলৈ গ’লে, বিজেপিৰ মঞ্চত হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিতেই তেওঁক এজন দুৰ্নীতিপৰায়ণ নেতা হিচাপে অমিত শ্বাহে মোহৰ মাৰিলে।

বিজেপিৰ এই বৈপৰীত্যক তীব্ৰ সমালোচনা কৰি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ পৱন খেৰাই কটাক্ষ কৰি কয় যে যিগৰাকী ব্যক্তিক কেন্দ্ৰীয় চৰকাৰে নিজেই দুৰ্নীতিগ্ৰস্ত বুলি স্বীকাৰ কৰিছে, তেওঁৰ বিৰুদ্ধে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই বা ইডিৰ তদন্ত কেতিয়া আৰম্ভ হ’ব? অমিত শ্বাহৰ ভাষণৰ সময়ত একেখন মঞ্চতে বহি থকা মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ বিৰুদ্ধে অহা দুৰ্নীতিৰ অভিযোগ শুনি হাতচাপৰি বজোৱা কাৰ্যই ৰাজ্যৰ সচেতন মহলক আমোদ দিয়াৰ লগতে বিজেপিৰ নীতি-আদৰ্শক লজ্জানত কৰিছে। যিটো সময়ত বিজেপিয়ে দুৰ্নীতিমুক্ত চৰকাৰৰ শ্লোগান দি থাকে, সেই একেটা সময়তে এগৰাকী অভিযুক্তক মুখ্যমন্ত্ৰীৰ আসনত বহুৱাই ৰখাটোৱে দলটোৰ নৈতিকতাক লৈ ডাঙৰ প্ৰশ্নচিহ্নৰ সৃষ্টি কৰিছে।

Apply Now

আনহাতে, ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এনডিএই এআইইউডিএফৰ সমৰ্থন লোৱা বিষয়টোৱেও দলটোৰ সুবিধাবাদী ৰাজনীতিৰ স্বৰূপ উদঙাই দিছে। যিটো এআইইউডিএফক বিজেপিয়ে সদায় এক সাম্প্ৰদায়িক আৰু শত্ৰু শক্তি হিচাপে প্ৰক্ষেপ কৰি আহিছে, ক্ষমতাৰ স্বাৰ্থত সেই দলটোৰ সৈতে হাত মিলোৱা কাৰ্যই প্ৰমাণ কৰে যে বিজেপিৰ বাবে আদৰ্শ নহয়, কেৱল ক্ষমতাহে শেষ কথা। পৱন খেৰাই স্পষ্ট কৰি দিয়ে যে বিজেপিৰ এই মেৰুকৰণৰ ৰাজনীতি আৰু দুৰ্নীতিৰ সৈতে কৰা আপোচ এতিয়া ৰাইজৰ আগত সম্পূৰ্ণ উন্মোচিত হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সদিচ্ছা নে আন অভিসন্ধি? অসমত ৩টাকৈ বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰৰ প্ৰস্তাৱ বন্তৰাৰ

সদিচ্ছা নে আন অভিসন্ধি? অসমত ৩টাকৈ বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰৰ প্ৰস্তাৱ বন্তৰাৰ

August 13, 2026 11:32 am
মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

August 13, 2026 10:20 am
বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

August 13, 2026 10:03 am
বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

August 13, 2026 9:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সদিচ্ছা নে আন অভিসন্ধি? অসমত ৩টাকৈ বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰৰ প্ৰস্তাৱ বন্তৰাৰ

সদিচ্ছা নে আন অভিসন্ধি? অসমত ৩টাকৈ বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰৰ প্ৰস্তাৱ বন্তৰাৰ

August 13, 2026 11:32 am
মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

August 13, 2026 10:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd