• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত বিভিন্ন দল সংগঠনৰ উদ্যোগত ৰাভা দিৱস পালন

উত্তম শইকীয়া by উত্তম শইকীয়া
June 20, 2018 4:58 pm
IMG_20180620_105114
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে আজি বোকাখাততো বিভিন্ন দল সংগঠনে কলাগুৰু বিষ্ণু ৰাভা দিৱস উদযাপন কৰে ৷ বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত পুৱতি সাহিত্য সভা,  বোকাখাত আঞ্চলিক ছাত্ৰ সন্থা, বোকাখাত জিলা মইনা পাৰিজাত,  সাংস্কৃতিক মহা সভা, সন্ধানী লেখিকা সমাৰোহ সমিতি,  মিচিং সাহিত্য সভা,  চাহ জনগোষ্ঠী সাহিত্য সভা, অসম জাতীয়তাবাদী ছাত্ৰ সন্থা আৰু বোকাখাত মহকুমা কবি সন্মিলনৰ যৌথ উদ্যোগত কেন্দ্ৰীয় ভাৱে বিষ্ণুৰাভা দিৱস উদযাপন কৰা হয় ৷

দিনজোৰা এই বিশেষ অনুষ্ঠানত সহযোগী কেউটা সংগঠনৰ পতাকা উত্তোলন কৰে সংগঠনসমূহৰ সভাপতি সকলে ৷ বিষ্ণু ৰাভাৰ আৱক্ষ মূৰ্তিত মাল্য অৰ্পণ কৰে পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কল্পনা চেতিয়াই। স্মৃতি তৰ্পণ কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা অন্নদা শইকীয়া আৰু সহযোগী সংগঠনৰ সম্পাদক সকলে ৷

Apply Now

আনহাতে, পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈৰ পৌৰহিত্যত এখন আলোচনা সভা অনুষ্ঠিত হয় ৷ সভাখন উদ্বোধন কৰে বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ বিভা বৰাই ৷

সভাত নিদিষ্ট বক্তা হিচাবে অংশগ্ৰহণ কৰি আপকুৰ উপদেষ্টা জ্যেষ্ঠ সাংবাদিক ভৱেশ শইকীয়াই কলাগুৰু ৰ জীৱনৰ ওপৰত আলোকপাত কৰি আলোচনা আগবঢ়ায় ৷ সভাৰ মাজতে বিভিন্নজনে বিষ্ণুৰাভাৰ কবিতা আবৃত্তি আৰু ৰাভা সংগীতো পৰিবেশন কৰে ৷

ৰাভা দিৱসৰ এই কেন্দ্ৰীয় অনুষ্ঠানৰ উপৰিও অসম গোৰ্খা সন্মিলনৰ গোলাঘাট পশ্চিম জিলা সমিতিৰ উদ্যোগতো বোকাখাতৰ গোৰ্খা ভৱনত বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয় ৷ গোৰ্খা সন্মিলনৰ জিলা সভাপতি ৰাজু বাহাদুৰ ছেত্ৰীৰ পৌৰহিত্যত অনুষ্ঠিত এই দিৱসৰ মুকলি সভা উদ্বোধন কৰে ভাৰতীয় গোৰ্খা পৰিসংঘৰ অসম ৰাজ্যিক সমিতিৰ উপ সভাপতি ললিত চুব্বাই ৷ অনুষ্ঠানত অসম গোৰ্খা সন্মিলনৰ কাৰ্যকৰী সভাপতি কৃষ্ণ ভুজেল উপস্থিত থাকে ৷

ৰাভা দিৱসৰ লগতে কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা আৰু গোলাঘাট পশ্চিম জিলা গোৰ্খা সন্মিলনৰ বাৰ্ষিক অধিবেশনো অনুষ্ঠিত কৰে ৷ ইয়াৰ উপৰিও জনগোষ্ঠীয় সাংস্কৃতিক মঞ্চ অসমৰ উদ্যোগত বোকাখাততো সুৰৰ যাত্ৰাৰে শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰে ৷ বোকাখাতৰ বালিজানৰ মুৰং ঘৰৰ বাকৰিত অনুষ্ঠিত এই সভাত ৰাভা দিৱসৰ লগত সংগতি ৰাখি এক ব্যতিক্ৰমী কাৰ্যসুচী ৰূপায়ণ কৰা হয় ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

October 17, 2026 11:00 am
ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

October 17, 2026 10:00 am
এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

October 17, 2026 9:08 am
দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

October 17, 2026 7:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

October 17, 2026 11:00 am
ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

October 17, 2026 10:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd