• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধৰ্মীয় যোগসূত্ৰতাৰ বাবে ‘শ্বহীদ’ শব্দ ত্যাগ আলফা (স্বাঃ)ৰ; অসমৰ জনগোষ্ঠীয় কথনৰ অধিক অৰ্থব্যঞ্জক শব্দৰ সন্ধান

এন ই নাও নিউজ by এন ই নাও নিউজ
June 20, 2018 7:08 pm
ulfa (I)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আলফা (স্বাধীন)ৰ হৈ ৰণত পৰাসকলৰ ক্ষেত্ৰত ‘শ্বহীদ’ অভিধা আৰু ব্যৱহাৰ নকৰে সংগঠনটোৱে। ‘শ্বহীদ’ৰ সলনি অসমৰ থলুৱা জনগোষ্ঠীৰ কথনত থকা অধিক অৰ্থব্যঞ্জক শব্দৰ সন্ধান কৰিছে আলফা (স্বাঃ)এ।

আৰৱী মূলৰ ‘শ্বহীদ’ শব্দটোৰ ইছলাম ধৰ্মীয় যোগসূত্ৰতা থকাৰ বাবে বহুদিন পূৰ্বেই শব্দটো ত্যাগ কৰি ‘শ্বহীদ’ৰ সলনি ‘অমৰ মৃতক’ শব্দটো ব্যৱহাৰ কৰি আহিছে বুলি এক প্ৰে’ছ বিবৃতিযোগে জনাইছে সংগঠনটোৰ সহকাৰী তথ্য আৰু প্ৰচাৰ সম্পাদক মে’জৰ অৰুণোদয় অসমে।

Apply Now

‘অমৰ মৃতক’ শব্দতকৈ অধিক অৰ্থব্যঞ্জক অসমৰ জনগোষ্ঠীয় কথনত থকা ‘শব্দক অসমীয়া ভাষালৈ উপহাৰ দি নিজৰ ভাষাৰ লগতে অসমীয়া ভাষাকো’ ‘টনকিয়াল’ কৰিব বুলি আলফা (স্বাঃ)এ আশা প্ৰকাশ কৰিছে।

‘ধৰ্মক প্ৰতিষ্ঠা আৰু ৰক্ষা কৰি মৃত্যু বৰণ কৰি আল্লা তথা ইছলামৰ শ্ৰেষ্ঠতাক প্ৰতিপন্ন কৰা’ জনক ‘শ্বহীদ’ বোলা হয় বুলি উল্লেখ কৰি আলফা (স্বাঃ)ৰ বিবৃতিত কোৱা হৈছে ‘ধৰ্মৰ সৈতে এই অকাট্য সংযোগটো আমি বুজি উঠাৰ লগে লগে, আমি আমাৰ ‘শ্বহীদ দিৱস’ৰ নাম পৰিৱৰ্তন কৰি ‘অমৰ মৃতক দিৱস’ কৰিছিলো।’

‘অসমৰ অমৰ মৃত বীৰ সন্তানসকল’ক অতীতত শ্বহীদ শব্দৰে কৰা ‘অন্যায় নামকৰণৰ বাবে ক্ষমা বিচাৰি’ এটা গীতো সংগঠনটোৱে প্ৰচাৰ কৰিছিল যদিও ‘সীমিত প্ৰচাৰ অথবা অস্পষ্টতাৰ বাবে বিষয়টো লৈ জনসমাজ অন্ধকাৰতে থাকিল’ বুলিও জনাই সংগঠনটোৱে।

দীননাথ ওৰফে গোপাল উপাধ্যায় নামৰ অপহৃত ব্যক্তিজনৰ ‘স্বীকাৰোক্তি’ৰ আলফা (স্বাঃ) নিৰ্মিত ভিডিঅ’ বাৰ্তা এটাক লৈ ‘আইছিছৰ দৰে ভিডিঅ’ জাৰি আলফা (স্বাঃ)ৰ’ বুলি দিৱাই৩৬৫ নামৰ অসমীয়া বাতৰি চেনেলটোৱে পৰিৱেশন কৰা বাতৰিত আপত্তি দৰ্শাই আলফা (স্বাঃ) ‘জাত-পাত, ধৰ্ম আদি অবিজ্ঞানিক চিন্তা-চৰ্চাৰ ঊৰ্ধ্বত’ বুলি দাবী কৰি সংগঠনটোৱে এই বিবৃতি জাৰি কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd