• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্যাতিতাৰ নাম আৰু পৰিচয় গোপন ৰখাৰ নিৰ্দেশ কঠোৰভাৱে পালন কৰিব লাগিব: উচ্চতম ন্যায়ালয়

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 26, 2026 7:40 pm
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ গোচৰত ভুক্তভোগীৰ পৰিচয় গোপনীয় ৰখাৰ বাবে উচ্চতম ন্যায়ালয়ে স্পষ্ট নিৰ্দেশনা জাৰি কৰিছে। কিন্তু দেশৰ শীর্ষ ন্যায়ালয়ে পৰ্যবেক্ষণ কৰিছে যে সেই নীতি-নির্দেশনা মানি চলাত গাফিলতি হৈছে৷

উচ্চতম ন্যায়ালয়ে ধৰ্ষণৰ গোচৰত ভুক্তভোগীৰ পৰিচয় গোপনীয় ৰখাৰ ক্ষেত্ৰত পূৰ্বৰ নিৰ্দেশনাসমূহ যাতে কঠোৰভাৱে পালন কৰা হয়, তাৰ প্ৰতি লক্ষ্য ৰাখিছে। দেশৰ সকলো উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়কক সেই নিৰ্দেশনা মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে। উচ্চতম ন্যায়ালয়ৰ দুগৰাকী ন্যায়াধীশে শেহতীয়াকৈ এটা ধৰ্ষণ গোচৰৰ ৰায়দানত এই বিষয়টোৰ কথা উল্লেখ কৰিছে।

Apply Now

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কেৰল আৰু ন্যায়াধীশ কোটিশ্বৰ সিঙৰ বিচাৰপীঠত নাবালিকা ধৰ্ষণ সম্পৰ্কীয় এটা গোচৰৰ শুনানি চলি আছিল। সেই গোচৰত মঙলবাৰে উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে। সেই ৰায়দানৰ প্ৰতিলিপিত ভুক্তভোগীৰ পৰিচয় গোপনীয় কৰি ৰখাৰ নিৰ্দেশনা মানি চলাৰ বিষয়টো উল্লেখ কৰা হৈছে।

ভুক্তভোগীৰ পৰিচয় গোপনীয় ৰখাৰ সন্দৰ্ভত বিগত সময়ত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ কথাও উল্লেখ কৰা হৈছে। ২০১৮ চনৰ নিপুন ছাক্সেনা বনাম কেন্দ্ৰীয় চৰকাৰৰ গোচৰৰ কথাও উল্লেখ কৰে বিচাৰপীঠে। ৰায়দানত ভাৰতীয় দণ্ডবিধিৰ ২২৮এ ধাৰাৰ কথাও উল্লেখ কৰা হৈছে।

এই সন্দৰ্ভত শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠৰ ৰায়দানত কোৱা হৈছে যে, “এইটো দীৰ্ঘদিন ধৰি আইনত প্ৰতিষ্ঠা হৈ আহিছে। অৱশ্যে কাৰ্যক্ষেত্ৰত ইয়াক সঠিকভাৱে পালন কৰা হোৱা নাই। ধাৰণা কৰা হৈছে যে ইয়াৰ মূল কাৰণ নিম্ন আদালতবোৰত উদাসীনতা আৰু সজাগতাৰ অভাৱ।” ইয়াৰ লগতে ন্যায়াধীশ দুগৰাকীয়ে এই ৰায়দানৰ প্ৰতিলিপি সকলো উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়কলৈ প্ৰেৰণ কৰিবলৈও নিৰ্দেশ দিয়ে।

উচ্চতম ন্যায়ালয়ে ভুক্তভোগীৰ পৰিচয় গোপনীয় কৰি ৰখাৰ কঠোৰ নিৰ্দেশ দিয়াৰ পিছতো ইয়াক অনুসৰণ কৰাৰ ক্ষেত্ৰত বিচ্যুতিৰ ঘটনা প্ৰায়ে পোহৰলৈ আহে। কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ এগৰাকী ছাত্ৰীক ধৰ্ষণ আৰু হত্যাকাণ্ডত ভুক্তভোগীৰ নাম পোহৰলৈ আহিছিল। ইয়াৰ ফলত এক বৃহৎ বিতৰ্কৰ সৃষ্টি হৈছিল।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

August 12, 2026 1:05 pm
প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am
চান্দীপুৰা ভাইৰাছৰ আতংক: শিশুৰ মগজুত কেনেকৈ আক্ৰমণ কৰে এই মাৰাত্মক ৰোগে?

চান্দীপুৰা ভাইৰাছৰ আতংক: শিশুৰ মগজুত কেনেকৈ আক্ৰমণ কৰে এই মাৰাত্মক ৰোগে?

August 12, 2026 8:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

August 12, 2026 1:05 pm
প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd