• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, November 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নদুৱাৰত কংগ্ৰেছ প্ৰাৰ্থী সুনীল কুমাৰ ছেত্ৰীৰ ওপৰত দুষ্কৃতিকাৰীৰ বৰ্বৰ আক্ৰমণ; তীব্ৰ গৰিহণা গৌৰৱ গগৈৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:47 am
44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে নিৰ্বাচনী হিংসাৰ ঘটনা। নদুৱাৰ সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুনীল কুমাৰ ছেত্ৰীৰ ওপৰত সমষ্টিটোৰ নমাইল অঞ্চলত দুষ্কৃতিকাৰীয়ে চলোৱা এক বৰ্বৰ আক্ৰমণৰ ঘটনাই সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা প্ৰাৰ্থীগৰাকীক উন্নত চিকিৎসাৰ বাবে তৎকালীনভাৱে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। এই অনাকাংক্ষিত ঘটনাক অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গৌৰৱ গগৈয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দুষ্কৃতিকাৰীসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনাইছে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ তৰফৰ পৰা প্ৰকাশ কৰা এক বিবৃতিযোগে গৌৰৱ গগৈয়ে আহত প্ৰাৰ্থী সুনীল কুমাৰ ছেত্ৰীৰ আশু আৰোগ্য কামনা কৰে। তেওঁ জিলা প্ৰশাসনৰ ভূমিকাক লৈ তীব্ৰ ক্ষোভ উজাৰি অভিযোগ কৰে যে প্ৰশাসনে সম্পূৰ্ণৰূপে শাসকীয় দলৰ নিৰ্দেশত কাম কৰি আছে। নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পিছতো প্ৰশাসনে বিৰোধী দলৰ নেতা-কৰ্মীক পৰ্যাপ্ত নিৰাপত্তা প্ৰদান কৰাত চূড়ান্তভাৱে ব্যৰ্থ হোৱা বুলি তেওঁ উল্লেখ কৰে। গগৈৰ মতে, প্ৰশাসনৰ এনে পক্ষপাতিত্বমূলক আচৰণে গণতন্ত্ৰ আৰু সংবিধানক হত্যা কৰিছে। সেয়েহে, ৰাজ্যত এক মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ স্বাৰ্থত নিৰ্বাচন আয়োগক তৎকালীনভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ দাবী জনায়।

Apply Now

উল্লেখ্য যে, এই আক্ৰমণৰ ঘটনাত কেৱল প্ৰাৰ্থীগৰাকীয়েই নহয়, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ জ্যেষ্ঠ মুখপাত্ৰ ৰূপা কলিতাকে ধৰি আন কেইবাজনো লোক আহত হয়। বৰ্তমান ৰূপা কলিতাও গুৰুতৰ আঘাতপ্ৰাপ্ত হৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। সমগ্ৰ ঘটনাটোক লৈ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়ায়ো গভীৰ উদ্বেগ প্ৰকাশ কৰে। তেওঁ এই বৰ্বৰ ঘটনাৰ এক নিৰপেক্ষ তদন্তৰ জৰিয়তে দোষীসকলক চিনাক্ত কৰি কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। আনহাতে, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰায়ো এই আক্ৰমণক তীব্ৰ গৰিহণা দি নিৰ্বাচন আয়োগক ৰাজ্যত এক সুস্থ তথা ভয়মুক্ত নিৰ্বাচনী পৰিৱেশ গঢ়ি তুলিবলৈ আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খিলঞ্জীয়াৰ স্বাৰ্থৰ কথা কোৱা আছুৱে ৰাভা হাছঙৰ খাটিখোৱা মানুহৰ সংগ্ৰামত অংশ লওক: গোবিন্দ চন্দ্ৰ ৰাভা

খিলঞ্জীয়াৰ স্বাৰ্থৰ কথা কোৱা আছুৱে ৰাভা হাছঙৰ খাটিখোৱা মানুহৰ সংগ্ৰামত অংশ লওক: গোবিন্দ চন্দ্ৰ ৰাভা

November 24, 2026 9:13 pm
ককৰোচ আন্দোলনৰ কথা বিশ্বৰ দৰবাৰত তুলি ধৰাত বাধা দিব বিচাৰিছে কেন্দ্ৰই! অক্সফৰ্ড যাত্ৰাত বাধা দিয়াৰ অভিযোগ সৌৰভৰ

ককৰোচ আন্দোলনৰ কথা বিশ্বৰ দৰবাৰত তুলি ধৰাত বাধা দিব বিচাৰিছে কেন্দ্ৰই! অক্সফৰ্ড যাত্ৰাত বাধা দিয়াৰ অভিযোগ সৌৰভৰ

November 24, 2026 6:50 pm
‘তোৰ খুৰা চোৰ’ বুলি কোৱাত সহপাঠীক চৰ মাৰিছিল প্ৰিয়ংকাই! আনহাতে ৰাহুলৰ মন্তব্য, ‘ভগ্নী নিয়ম মানি চলে, মই আছিলোঁ বিদ্ৰোহী’

‘তোৰ খুৰা চোৰ’ বুলি কোৱাত সহপাঠীক চৰ মাৰিছিল প্ৰিয়ংকাই! আনহাতে ৰাহুলৰ মন্তব্য, ‘ভগ্নী নিয়ম মানি চলে, মই আছিলোঁ বিদ্ৰোহী’

November 24, 2026 5:50 pm
ছয় বছৰৰ মূৰত পুনৰ বিজেপি-অকালি দলৰ মিত্ৰতা, ‘পঞ্জাবৰ উন্নয়নৰ স্বাৰ্থত এয়া স্বাভাৱিক মিত্ৰতা’ বুলি আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ

ছয় বছৰৰ মূৰত পুনৰ বিজেপি-অকালি দলৰ মিত্ৰতা, ‘পঞ্জাবৰ উন্নয়নৰ স্বাৰ্থত এয়া স্বাভাৱিক মিত্ৰতা’ বুলি আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ

November 24, 2026 4:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খিলঞ্জীয়াৰ স্বাৰ্থৰ কথা কোৱা আছুৱে ৰাভা হাছঙৰ খাটিখোৱা মানুহৰ সংগ্ৰামত অংশ লওক: গোবিন্দ চন্দ্ৰ ৰাভা

খিলঞ্জীয়াৰ স্বাৰ্থৰ কথা কোৱা আছুৱে ৰাভা হাছঙৰ খাটিখোৱা মানুহৰ সংগ্ৰামত অংশ লওক: গোবিন্দ চন্দ্ৰ ৰাভা

November 24, 2026 9:13 pm
ককৰোচ আন্দোলনৰ কথা বিশ্বৰ দৰবাৰত তুলি ধৰাত বাধা দিব বিচাৰিছে কেন্দ্ৰই! অক্সফৰ্ড যাত্ৰাত বাধা দিয়াৰ অভিযোগ সৌৰভৰ

ককৰোচ আন্দোলনৰ কথা বিশ্বৰ দৰবাৰত তুলি ধৰাত বাধা দিব বিচাৰিছে কেন্দ্ৰই! অক্সফৰ্ড যাত্ৰাত বাধা দিয়াৰ অভিযোগ সৌৰভৰ

November 24, 2026 6:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd