• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাতত নাৰী নিৰ্য্যাতন-হত্যা : দোষীক ধৰা আৰু শাস্তি দিয়াৰ দাবীত জোঁৰ সমদল টি এম পি কেৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
June 20, 2018 9:27 pm
130
VIEWS
Share on FacebookShare on Twitter

বিগত সময়ছোৱাত বোকাখাতত চলি থকা ধাৰাৱাহিক নাৰী নিৰ্যাতন আৰু নাৰী হত্যাৰ প্ৰতিবাদত বুধবাৰে সন্ধ্যা বোকাখাতৰ আমটেঙা গাঁৱত মিচিং ছাত্ৰ সন্থাৰ নেতৃত্বত সহস্ৰাধিক লোকে জোঁৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

বোকাখাতৰ মাইতি পেগু নামৰ মহিলাগৰাকীৰ হত্যাকাৰীক কৰায়ত্ব কৰাৰ লগতে মুনু ডেকা আৰু নমিতা দলেৰ হত্যাকাৰীক উচিত শাস্তি প্ৰদানৰ দাবীত টি এম পি কেৰ নেতৃত্বত সহস্ৰাধিক লোকে হাতত জোঁৰ লৈ ওলাই আহি এক প্ৰতিবাদী সমদল কৰে৷

আমটেঙা গাওঁ পৰিভ্ৰমণ কৰি হত্যাকাৰীক ধৰাত ব্যৰ্থ হোৱা আৰক্ষী আৰু প্ৰশাসনক তীব্ৰ ভাষাৰে সমলোচনা কৰে৷ জোঁৰ সমদলৰ শেষত আমটেঙা চাৰিআলিত এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে৷

উল্লেখ্য যে  যোৱা ৫ জুনৰ নিশা বোকাখাতৰ আনন্দপুৰ চাহ বাগিছাত যৌন নিৰ্যাতন চলাই হত্যা কৰি পেলাই যোৱা মাইতি পেগু নামৰ মহিলা গৰাকীৰ হত্যাকাৰীক কৰায়ত্ব কৰাত আৰক্ষী ব্যৰ্থ হোৱাৰ পাচত মিচিং ছাত্ৰ সন্থাৰ নেতৃত্বত বোকাখাত এলানি প্ৰতিবাদী কাৰ্যসুচী হাতত লৈছে৷ এই কাৰ্যসুচীৰ আধাৰতে বুধবাৰৰ সন্ধিয়া বোকাখাতৰ আমটেঙাত এই জোঁৰ সমদল কৰে গাওঁবাসীয়ে৷

মাইতি পেগুৰ হত্যাকাৰীক কৰায়ত্ব নকৰালৈকে আৰু নমিতা দলে আৰু মুনু ডেকাৰ হত্যাকাৰীক উচিত শাস্তি প্ৰদান নকৰালৈকে তীব্ৰ আন্দোলন চলাই যাব বুলি ছাত্ৰ সংগঠনটোৱে ঘোষণা কৰে৷

Recent News

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগঃ গ্ৰেপ্তাৰ হাৰিয়ানাৰ ইউটিউবাৰ জ্যোতি মালহোত্ৰা

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগঃ গ্ৰেপ্তাৰ হাৰিয়ানাৰ ইউটিউবাৰ জ্যোতি মালহোত্ৰা

ৰাষ্ট্ৰসংঘৰ পূৰ্বাভাসঃ ৬.৩% বৃদ্ধি হ’ব ভাৰতৰ অৰ্থনীতি

ৰাষ্ট্ৰসংঘৰ পূৰ্বাভাসঃ ৬.৩% বৃদ্ধি হ’ব ভাৰতৰ অৰ্থনীতি

উত্তৰ প্ৰদেশৰ কৃষকৰ পুত্ৰ ব্ৰিটেইনৰ ৱেলিংব’ৰো চহৰৰ মেয়ৰ হিচাপে নিৰ্বাচিত

উত্তৰ প্ৰদেশৰ কৃষকৰ পুত্ৰ ব্ৰিটেইনৰ ৱেলিংব’ৰো চহৰৰ মেয়ৰ হিচাপে নিৰ্বাচিত

মুম্বাই বিমানবন্দৰত NIAৰ জালত আইছিছৰ শ্লীপাৰ চেলৰ সদস্য

মুম্বাই বিমানবন্দৰত NIAৰ জালত আইছিছৰ শ্লীপাৰ চেলৰ সদস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd