• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এ পি এছ চিৰ ধনৰ বিনিময়ত চাকৰি কেলেংকাৰী : ১৩ জন এ চি এছ বিষয়াক বৰ্খাস্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
June 21, 2018 7:16 am
APSC-building.-570x320
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এ পি এছ চি কেলেংকাৰীৰ মূল অভিযুক্ত তথা নিলম্বিত অধ্যক্ষ ৰাকেশ পালক ধন দি জালিয়াতিৰে পৰীক্ষাত উত্তীৰ্ণ হোৱা ২০১৫ চনৰ ১৩ জন এ চি এছ (প্ৰবেশ্যনাৰী) বিষয়াক ৰাজ্য চৰকাৰে বুধবাৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰে।

ইতিপূৰ্বে নিলম্বিত অৱস্থাত থকা এই বিষয়াকেইজনক বৰ্খাস্ত কৰি কৰ্মচাৰী বিভাগে বুধবাৰে এখন অধিসূচনা জাৰি কৰিছে।

Apply Now

এ পি এছ চিৰ ধনৰ বিনিময়ত চাকৰি ক্ৰয় কেলেংকাৰীৰ গোচৰত সম্প্ৰতি কাৰাবন্দী হৈ থকা এই বৰ্খাস্ত হোৱা বিষয়াকেইজন হৈছে ক্ৰমে—ৰাজৰ্ষিসেন ডেকা, নিশামণি ডেকা, ৰুমী শইকীয়া, পল্লৱী শইকীয়া, অনিৰুদ্ধ ৰয়, দেৱজিৎ বৰা, দৈথুন বৰগয়াৰী, দীপক খনিকৰ, গীতালি দলে, কুনাল দাস, হিমাংশু চৌধুৰী, কমল দেৱনাথ আৰু বদৰুল ইছলাম চৌধুৰী।

বুধবাৰে বৰ্খাস্ত কৰা এই বিষয়াকেইজনক আন ১১ জন সহ অভিযুক্ত (এ পি এছ আৰু সহযোগী সেৱাৰ বিষয়া)ৰ সৈতে যোৱা বছৰৰ নৱেম্বৰ মাহত গ্ৰেপ্তাৰ কৰা হৈছিল। এই কেলেংকাৰীত অভিযুক্ত আন ৩ জন প্ৰবেশ্যনাৰী এ চি এছ বিষয়াকো ইতিমধ্যে বৰ্খাস্ত কৰা হৈছে।

বৰ্খাস্ত কৰা অভিযুক্ত বিষয়াসকলৰ বিৰুদ্ধে ইতিমধ্যে অভিযোগনামা দাখিল কৰা হৈছে। এই গোচৰত কাৰাবন্দী হৈ থকা  ১১ জন এ পি এছ আৰু সহযোগী বিষয়াকো চৰকাৰে ইতিমধ্যে নিলম্বিত কৰিছে আৰু তেওঁলোকৰো বৰ্খাস্তকৰণৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া চলাই থকা হৈছে বুলি জানিব পৰা গৈছে।

মন কৰিবলগীয়া যে এ পি এছ চিৰ এই বৃহৎ কেলেংকাৰীৰ গোচৰত এই পৰ্যন্ত ২০১৫ আৰু ২০১৬ বৰ্ষৰ মুঠ ৩৬জন ৰাজপত্ৰিত বিষয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তদুপৰি সূত্ৰসমূহে জনোৱা মতে আন বহুকেইজন বিষয়া সোনকালেই আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

June 23, 2026 8:51 pm
বিষ্ণু ৰাভা আমি এতিয়া গভীৰ নিদ্ৰাত

বিষ্ণু ৰাভা আমি এতিয়া গভীৰ নিদ্ৰাত

June 23, 2026 8:46 pm
ভাৰতীয় ক্ৰিকেটলৈ অনবদ্য অৱদান: ৰোহিত শৰ্মাক পদ্মশ্ৰী বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ

ভাৰতীয় ক্ৰিকেটলৈ অনবদ্য অৱদান: ৰোহিত শৰ্মাক পদ্মশ্ৰী বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ

June 23, 2026 8:26 pm
পোহৰলৈ আহিল হৰপ্পা সভ্যতাৰ ন ন তথ্য : খনন কাৰ্যত উদ্ধাৰ প্ৰাচীন কংকাল আৰু মাটিৰ পাত্ৰ

পোহৰলৈ আহিল হৰপ্পা সভ্যতাৰ ন ন তথ্য : খনন কাৰ্যত উদ্ধাৰ প্ৰাচীন কংকাল আৰু মাটিৰ পাত্ৰ

June 23, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

June 23, 2026 8:51 pm
বিষ্ণু ৰাভা আমি এতিয়া গভীৰ নিদ্ৰাত

বিষ্ণু ৰাভা আমি এতিয়া গভীৰ নিদ্ৰাত

June 23, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd