• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰীক সকীয়ালে মীৰা বৰঠাকুৰে: “নিশা কোনে কাক হত্যা কৰিছিল আমিও প্ৰকাশ কৰিব পাৰো”

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:35 am
92
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে গুৱাহাটীত অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত কংগ্ৰেছৰ দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ব্যক্তিগত আক্ৰমণৰ বিৰুদ্ধে সকীয়াই দি তীব্ৰ কটাক্ষ কৰে। তেওঁ উল্লেখ কৰে যে কংগ্ৰেছে প্ৰকাশ কৰিব পাৰে “নিশাৰ আন্ধাৰত কোনে কাক মাৰিছিল।”

বৰঠাকুৰে অভিযোগ কৰে যে কংগ্ৰেছৰ হাতত বিশ্বাসযোগ্য তথ্য আছে, যাৰ পৰা অনুমান কৰিব পাৰি যে ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচনী সমাৱেশৰ সময়ত নিজৰ সদস্যসকলৰ ওপৰত ব্যক্তিগত আক্ৰমণৰ পৰিকল্পনা কৰিছে।

Apply Now

তেওঁ দাবী কৰে যে, ‘বিজেপিৰ ভিতৰত আমাৰো চোৰাংচোৱা আছে। তেওঁলোকে আমাক লৈ কাহিনী চলাই আছে। আমি জানো যে তেওঁলোকে আমাক ব্যক্তিগতভাৱে লক্ষ্য কৰি লোৱাৰ পৰিকল্পনা কৰিছে। অৱশ্যে আমি ব্যক্তিগত আক্ৰমণৰ প্ৰত্যুত্তৰ নিদিওঁ, কিয়নো সেয়া আমাৰ অভ্যাস নহয়।”

কংগ্ৰেছ নেত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী শৰ্মাই নিৰ্বাচনত ধন আৰু পেশী শক্তি ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁৰ দলে সততা আৰু নিষ্ঠাৰে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জোৰ দিয়ে। ‘মুখ্যমন্ত্ৰীয়ে ধন আৰু পেশী শক্তি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে, কিন্তু আমি সততা আৰু নিষ্ঠাৰে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ, আমাৰ একতাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে ভয় খাইছে।’

আগ নিশা গণেশ নগৰত সমাৱেশৰ সময়ত কংগ্রেছ কর্মী আৰু সমর্থকক লক্ষ্য কৰি সংঘটিত হোৱা শিলগুটি নিক্ষেপ কাণ্ডৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বৰঠাকুৰে৷ তেওঁ কয়,’শাৰীৰিক শক্তি ব্যৱহাৰ কৰা, শিলগুটি নিক্ষেপ কৰা, বাহন ভাঙি পেলোৱাৰ দৰে ঘটনাৰ অন্ত পৰিব লাগিব।

মুখ্যমন্ত্ৰী শৰ্মাক লক্ষ্য কৰি তেওঁ সকীয়াই দিয়ে, “তেওঁ মোৰ বিষয়ে কাহিনী বনোৱা উচিত নহয়। তেওঁৰ এই কাৰ্য্যৰ ওপৰত আমি মন্তব্য নকৰো, যদিও ক’বলগীয়া বহু কথা আছে। এইটো এনে পৰ্যায়লৈ অহা উচিত নহয় যে আমি নিশাৰ আন্ধাৰত কোনে কাক গাড়ীৰে  খুন্দা মাৰিলে সেই কথা প্ৰকাশ কৰিব পাৰো। কোনেও ৰাজনৈতিক লাভালাভৰ বাবে ব্যক্তিগত আক্ৰমণৰ ব্যৱহাৰ কৰা উচিত নহয়।”

বৰঠাকুৰে লগতে তেওঁৰ দলৰ দাবীৰ বিশ্বাসযোগ্যতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়, “তেওঁ যি কয় সেয়া মনেসজা, কিন্তু আমি যি প্ৰকাশ কৰো সেয়া সকলো স্পষ্ট। মোক ভোট দিয়ক, আৰু মই আপোনালোকক আশ্বস্ত কৰিছো যে হিংসাক অধিক হিংসাৰে নহয়, কঠোৰ পৰিশ্ৰমৰ দ্বাৰাহে মোকাবিলা কৰা হ’ব।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm
পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

June 24, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd