• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হৰমুজ প্ৰণালীত আৰু গভীৰ সংকট; ইৰাণৰ সকলো বন্দৰ অৱৰোধ কৰি ৰাখিছে আমেৰিকাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:19 am
70
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইছলামবাদত শান্তি চুক্তি ব্যৰ্থ হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰতে মধ্যপ্ৰাচ্যৰ সংকট গভীৰ হৈ পৰিছে। ফলত দুয়োখন দেশৰ মাজত ১৪ দিনীয়া যুদ্ধবিৰতি যিকোনো মুহূৰ্ততে ভাঙি যাব পাৰে। এতিয়া আমেৰিকাই ইৰাণৰ সকলো বন্দৰ অৱৰোধ কৰি পৰিস্থিতিৰ উত্তেজনা আৰু এখোপ বৃদ্ধি কৰিছে।

এই অৱৰোধ ১৩ এপ্ৰিল সোমবাৰে পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’ব। ফলত কোনো জাহাজ ইৰাণৰ বন্দৰৰ পৰা ওলাই যাব বা প্ৰৱেশ কৰিব নোৱাৰিব। এই ঘোষণা আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডৰ তৰফৰ পৰা কৰা হৈছে।

Apply Now

ছ’চিয়েল মিডিয়া পোষ্টত চেণ্ট্ৰেল কমাণ্ডে কয় যে ৰাষ্ট্ৰপতিৰ ঘোষণা অনুসৰি আমেৰিকাৰ বাহিনীয়ে ইৰাণৰ বন্দৰত প্ৰৱেশ আৰু প্ৰস্থানত জাহাজকে ধৰি সকলো ধৰণৰ যাতায়তৰ ওপৰত অৱৰোধ কাৰ্যকৰী কৰিব। কোৱা হৈছে যে এই অৱৰোধ আৰব উপসাগৰ আৰু ওমান উপসাগৰৰ ইৰাণৰ বন্দৰ আৰু উপকূলীয় অঞ্চল ব্যৱহাৰ কৰা সকলো দেশৰ জাহাজৰ বিৰুদ্ধেও প্ৰয়োগ কৰা হ’ব।

ইৰাণৰ বন্দৰ অৱৰোধৰ সমান্তৰালকৈ আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে ঘোষণা কৰিছে যে ইৰাণৰ বাহিৰে সকলো দেশৰ জাহাজে নিৰাপদে হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হ’ব পাৰিব। ইৰাণৰ বাহিৰে আন দেশৰ পৰা অহা জাহাজৰ চলাচলত বাধা নিদিয়ে আমেৰিকাৰ নৌসেনাই।

অৱশ্যে চেণ্ট্ৰেল কমাণ্ডে আন দেশৰ নাৱিকসকলক ওমান উপসাগৰ আৰু হৰমুজ প্ৰণালীৰ আশে-পাশে থকা অঞ্চলত চলাচল কৰাৰ সময়ত চৰকাৰী সতৰ্কবাণী বা নিৰ্দেশনাৰ প্ৰতি গুৰুত্ব দিবলৈ কয়। প্ৰয়োজন হ’লে চেনেল ১৬ত আমেৰিকাৰ নৌসেনাৰ সৈতেও যোগাযোগ কৰিব পাৰে।

দেওবাৰে ট্ৰুথ ছ’চিয়েলত এটা পোষ্টত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে আমেৰিকাই অতি সোনকালে হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হোৱা জাহাজসমূহক বাধা দিবলৈ আৰম্ভ কৰিব। লগতে ‘অবৈধ টোল’ দি থকা জাহাজসমূহহে নিৰীক্ষণ কৰা হ’ব বুলিও তেওঁ কয়। তাৰ কিছু ঘন্টাৰ পাছতে আমেৰিকাৰ সেনাই কয় যে সোমবাৰে ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭:৩০ বজাৰ পৰা অৱৰোধ কাৰ্যকৰী আৰম্ভ হ’ব।

বিশেষজ্ঞসকলে জনোৱা মতে, হৰমুজৰ মাজেৰে পাৰ হৈ যোৱা কেইবাখনো জাহাজে চীনৰ ইউয়ান ব্যৱহাৰ কৰি আছে। বিষয়টো পোহৰলৈ অহাৰ লগে লগে আমেৰিকাই এই ব্যৱস্থাটোক পেট্ৰ’ডলাৰ ব্যৱস্থাৰ বাবে প্ৰত্যাহ্বান আৰু আমেৰিকাৰ নিষেধাজ্ঞাৰ পৰা হাত সাৰিবলৈ এক উপায় হিচাপে দেখিছে। ফলত ৱাশ্বিংটনে কঠোৰ স্থিতি গ্ৰহণ কৰিছে।

এই ঘোষণা আমেৰিকাই কৰিছে যদিও ইৰাণে এতিয়াও মুখ খোলা নাই। তেওঁলোকে গোটেই কথাটো মনে মনে মানি ল’বনে? নে মধ্যপ্ৰাচ্যত আকৌ এবাৰ যুদ্ধ আৰম্ভ হ’ব, সেয়া এতিয়া সময়েহে ক’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd