• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সন্ধানহীন হোৱাৰ ৮ মাহৰ পিছত উদ্ধাৰ যুৱতীৰ হাড়-মূৰ জকা, গ্ৰেপ্তাৰ প্ৰেমিক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:19 am
ফটোঃ এ আই।

ফটোঃ এ আই।

99
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সন্ধানহীন হোৱাৰ প্ৰায় ৮ মাহৰ পিছত যুৱতীগৰাকীৰ হাড়-মূৰৰ জকা উদ্ধাৰ হৈছে। হত্যাৰ পিছত তেওঁৰ মৃতদেহ হাবিত পুতি থোৱা হৈছিল। প্ৰেমিকৰ বিৰুদ্ধে যুৱতীগৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

ঝাৰখণ্ডৰ বোকাৰো জিলাত সংঘটিত হৈছে এই ঘটনা। এই ঘটনাত অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে দাবী কৰিছে যে ধৃত ব্যক্তিজনে নিজৰ অপৰাধ স্বীকাৰ কৰিছে। একে সময়তে বোকাৰো আৰক্ষী অধীক্ষক হৰবিন্দৰ সিঙে কয় যে এই ঘটনাৰ তদন্তত গাফিলতিৰ বাবে ২৮ জন আৰক্ষী জোৱানক নিলম্বন কৰা হৈছে।

Apply Now

দেওবাৰে আৰক্ষীয়ে জনোৱা মতে, মৃত যুৱতীগৰাকীৰ নাম পুষ্পা কুমাৰী (১৮)। তেওঁৰ ঘৰ পিন্দৰাজোৰা অঞ্চলত। প্ৰায় ৮ মাহ ধৰি সন্ধানহীন হৈ আছিল। পিন্দৰাজোৰা থানাৰ চাকুলীয়া পঞ্চায়তৰ মধুতান্দ বনাঞ্চলৰ পৰা উদ্ধাৰ কৰে তেওঁৰ দেহৰ হাড় আৰু চুলি।

এই ঘটনাত যুৱতীগৰাকীৰ প্ৰেমিক দীনেশ কুমাৰ মাহাতোক গ্ৰেপ্তাৰ কৰা হৈছে। দীনেশৰ স্বীকাৰোক্তিৰ ভিত্তিত শনিবাৰে উদ্ধাৰ কৰা হয় হাড় আৰু শৰীৰৰ অংগ।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, দীনেশৰ সৈতে প্ৰায় তিনি বছৰ ধৰি সম্পৰ্কত আছিল যুৱতীগৰাকী। জেৰাৰ সময়ত দীনেশে কয় যে পুষ্পাই তেওঁক বিয়া পাতিবলৈ অহৰহ হেঁচা দি আছিল। এই কাৰণেই দীনেশে তেওঁক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল।

জানিব পৰা মতে, যোৱা বছৰৰ ২১ জুলাইত পুষ্পাই নামভৰ্তিৰ বাবে চাছ কলেজলৈ গৈছিল। তাৰ পিছতে দীনেশে বিয়াৰ কৰোৱাৰ অজুহাতত তেওঁক মাতি নিছিল। কলেজৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ দূৰৈৰ এখন হাবিলৈ লৈ গৈ হত্যা কৰে। অভিযোগ অনুসৰি, দীনেশে দাৰে হত্যা কৰাৰ পিছত যুৱতীগৰাকীৰ মৃতদেহ এটা জোপোহাৰ আঁৰত পুতি থৈছিল। তেওঁ উভতি অহাৰ পথত তেজৰ দাগ লগা দাখনো পেলাই দিয়ে।

আৰক্ষী বিষয়াসকলে জনোৱা মতে, যোৱা বছৰৰ ২৪ জুলাইত যুৱতীগৰাকীৰ ঘৰৰ পৰা এজাহাৰ দাখিল কৰা হৈছিল। পৰিয়ালৰ লোকেও পুষ্পাক অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে। দীৰ্ঘদিনীয়া তদন্তৰ অন্তত এই হত্যাকাণ্ডৰ সমাধান হোৱা বুলিও বিষয়াসকলে জানিবলৈ দিয়ে।

সূত্ৰৰ পৰা জানিব পৰা মতে, গোচৰ ৰুজু হোৱাৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। এই সন্দৰ্ভত যুৱতীগৰাকীৰ মাতৃয়ে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। তাতে আদালতে আৰক্ষীৰ ভূমিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে।

দেওবাৰে আৰক্ষী অধীক্ষকে কয় যে গোচৰ ৰুজু হোৱাৰ পাছতো তদন্তত একাংশ আৰক্ষী জোৱানৰ গাফিলতিৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ বাবেই থানাৰ অ’চিকে ধৰি ১০জন বিষয়াক নিলম্বন কৰা হৈছে। এই ঘটনাত মুঠ ২৮ জন আৰক্ষী জোৱানক নিলম্বন কৰা হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ কৰা হৈছে বুলিও বোকাৰোৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

August 12, 2026 1:05 pm
প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am
চান্দীপুৰা ভাইৰাছৰ আতংক: শিশুৰ মগজুত কেনেকৈ আক্ৰমণ কৰে এই মাৰাত্মক ৰোগে?

চান্দীপুৰা ভাইৰাছৰ আতংক: শিশুৰ মগজুত কেনেকৈ আক্ৰমণ কৰে এই মাৰাত্মক ৰোগে?

August 12, 2026 8:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

August 12, 2026 1:05 pm
প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd