• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰৱঞ্চক সুকেশৰ ২০০ কোটি টকাৰ আত্মসাতৰ গোচৰত ‘চৰকাৰী সাক্ষী’ হ’ব বিচাৰে জেকলিন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:09 am
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুকেশ চন্দ্ৰশেখৰৰ ২০০ কোটি টকাৰ আৰ্থিক প্ৰতাৰণাৰ গোচৰত এক নাটকীয় মোৰ দেখা গৈছে। এই হাই  প্ৰফাইল গোচৰত  নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিবলৈ আৰু তদন্তত সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ চৰকাৰী সাক্ষী হ’ব বিচাৰি দিল্লীৰ আদালতৰ দ্বাৰস্থ হৈছে বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজে।

শেহতীয়াকৈ পাটিয়ালা হাউছ ক’ৰ্টত এই আৱেদন দাখিল কৰি অভিনেত্ৰীগৰাকীয়ে কয় যে গোচৰৰ সত্য উন্মোচন কৰিবলৈ তেওঁ তদন্তকাৰী সংস্থাটোক সকলো প্ৰকাৰে সহায় কৰিবলৈ সাজু।

Apply Now

গোচৰৰ সবিশেষ অনুসৰি মূল অভিযুক্ত সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে জালিয়াতিৰ জৰিয়তে বিপুল পৰিমাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে।

বলবৎকাৰী সঞ্চালকালয়ৰ দাবী, সুকেশে নিজৰ অবৈধ আয়ৰ এক বৃহৎ অংশ জেকলিনক বিলাসী উপহাৰ দিয়াৰ বাবে ব্যয় কৰিছিল। এই কাৰণেই ইডিয়ে অভিনেত্ৰীগৰাকীক গোচৰৰ অন্যতম অভিযুক্ত হিচাপে নাম উল্লেখ কৰিছে। অৱশ্যে জেকলিনে দাবী কৰে যে তেওঁ পৰিস্থিতিৰ বলি আৰু এই কেলেংকাৰীৰ বিষয়ে তেওঁৰ কোনো ধাৰণা নাছিল।

আদালতে জেকলিনৰ আবেদনক গুৰুত্বসহকাৰে বিবেচনা কৰাৰ সময়তে তেওঁক আইনী পদ্ধতিৰ কথা সোঁৱৰাই দিয়ে। ন্যায়াধীশগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে চৰকাৰী সাক্ষী হ’বলৈ হ’লে প্ৰথমে নিয়ম অনুসৰি তদন্তকাৰী সংস্থা ইডিত আবেদন কৰিব লাগিব।

ইতিমধ্যে এই প্ৰক্ৰিয়া আৰম্ভ কৰিছে অভিনেত্ৰীগৰাকীয়ে। এতিয়া ইডিয়ে তেওঁৰ বক্তব্য পৰীক্ষা কৰি তেওঁক সাক্ষী হিচাপে গ্ৰহণ কৰা হ’ব নে নহয় সেই কথা আদালতক জনাই দিব।

বিশেষজ্ঞসকলৰ মতে, অৱশেষত যদি জেকলিন চৰকাৰী সাক্ষী হয়, তেন্তে সুকেশৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়াই বেলেগ মাত্ৰা লাভ কৰিব। তেওঁ দিয়া তথ্যই এই জটিল আৰ্থিক জালিয়াতিৰ বহু লুকাই থকা দিশ উন্মোচন কৰিব পাৰে, যিটো মূল দোষীক চাপত ৰখাৰ ক্ষেত্ৰত কেন্দ্ৰীয় সংস্থাটোৰ বাবে ট্ৰাম্প কাৰ্ড হৈ পৰিব পাৰে। আদালতৰ পৰৱৰ্তী শুনানিত এই গোচৰৰ ভৱিষ্যত ক’লৈ গৈ আছে সেয়া স্পষ্ট হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫ জুলাইত ৬১ বছৰ বয়সত প্ৰেমিকা গৌৰীৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব আমিৰ খান

৫ জুলাইত ৬১ বছৰ বয়সত প্ৰেমিকা গৌৰীৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব আমিৰ খান

June 3, 2026 6:12 pm
Fact Check: দেশৰ ভঁৰালৰ পৰা ১২ বিলিয়ন ডলাৰৰ সোণ বিক্ৰী কৰিলে নেকি? স্পষ্টীকৰণ ৰিজাৰ্ভ বেংকৰ

Fact Check: দেশৰ ভঁৰালৰ পৰা ১২ বিলিয়ন ডলাৰৰ সোণ বিক্ৰী কৰিলে নেকি? স্পষ্টীকৰণ ৰিজাৰ্ভ বেংকৰ

June 3, 2026 5:08 pm
বংগৰ বিজেপি চৰকাৰৰ ডাঙৰ সিদ্ধান্তঃ সৌৰভ গাংগুলীৰ জেড শ্ৰেণীৰ সুৰক্ষা কৰ্তন

বংগৰ বিজেপি চৰকাৰৰ ডাঙৰ সিদ্ধান্তঃ সৌৰভ গাংগুলীৰ জেড শ্ৰেণীৰ সুৰক্ষা কৰ্তন

June 3, 2026 4:47 pm
ভণ্ড ধৰ্মগুৰুৰ ৰূপত আইআইটিৰ প্ৰাক্তন ছাত্ৰ, যুৱতীক যৌন শোষণ আৰু ব্লেকমেইল কৰাৰ অভিযোগত গ্ৰেপ্তাৰ

ভণ্ড ধৰ্মগুৰুৰ ৰূপত আইআইটিৰ প্ৰাক্তন ছাত্ৰ, যুৱতীক যৌন শোষণ আৰু ব্লেকমেইল কৰাৰ অভিযোগত গ্ৰেপ্তাৰ

June 3, 2026 4:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫ জুলাইত ৬১ বছৰ বয়সত প্ৰেমিকা গৌৰীৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব আমিৰ খান

৫ জুলাইত ৬১ বছৰ বয়সত প্ৰেমিকা গৌৰীৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব আমিৰ খান

June 3, 2026 6:12 pm
Fact Check: দেশৰ ভঁৰালৰ পৰা ১২ বিলিয়ন ডলাৰৰ সোণ বিক্ৰী কৰিলে নেকি? স্পষ্টীকৰণ ৰিজাৰ্ভ বেংকৰ

Fact Check: দেশৰ ভঁৰালৰ পৰা ১২ বিলিয়ন ডলাৰৰ সোণ বিক্ৰী কৰিলে নেকি? স্পষ্টীকৰণ ৰিজাৰ্ভ বেংকৰ

June 3, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd