• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home পৰিবেশ

প্ৰকৃতিৰ ৰম্যভূমি মেঘালয়ত আৱিস্কাৰ হৈছে নতুন প্ৰজাতিৰ সাপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:02 am
54
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ৰ গাৰো পাহাৰত শেহতীয়াকৈ গৱেষকসকলে এবিধ নতুন প্ৰজাতিৰ সাপৰ সন্ধান লাভ কৰিছে। এই আৱিস্কাৰে ৰাজ্যখনৰ জৈৱ বৈচিত্ৰ্যৰ তালিকাত এক নতুন মাত্ৰা যোগ কৰিছে। কেলামাৰিয়া গাৰোৱেনচিছ নামৰ এই নতুন সাপবিধ আচলতে কেলমেৰিয়া বা ৰিড স্নেক নামৰ এটা বিশেষ গোটৰ অন্তৰ্ভুক্ত। এই সাপবোৰ সচৰাচৰ বহুত সৰু হয় আৰু ইহঁতে বেছিভাগ সময় মাটিৰ তলতে অতিবাহিত কৰে।

দীৰ্ঘদিন ধৰি উত্তৰ-পূব ভাৰতকে ধৰি দক্ষিণ-পূব এছিয়াৰ বিভিন্ন প্ৰান্তত পোৱা এনেধৰণৰ সাপবোৰক বিজ্ঞানীসকলে কেলামাৰিয়া পেভিমেন্টেট নামৰ এক নিৰ্দিষ্ট শ্ৰেণীত অন্তৰ্ভুক্ত কৰি আহিছিল। কিন্তু এই শ্ৰেণী বিভাজনক লৈ বিজ্ঞানীসকলৰ মাজত দীৰ্ঘদিন ধৰি মতানৈক্য চলি আছিল। ইয়াৰ পূৰ্বে মিজোৰামত কেলামাৰিয়া মিজোৰামেনচিছ নামৰ আন এবিধ সাপৰ প্ৰজাতি ধৰা পৰিছিল, যিয়ে প্ৰমাণ কৰিছিল যে পূৰ্বতে এটা বুলি ভবা এই সাপৰ প্ৰজাতিবোৰৰ ভিতৰত আচলতে বহুতো বেলেগ বেলেগ বংশ আছে।

Apply Now

পশ্চিম গাৰো পাহাৰৰ ওৰাগিতোক গাঁৱত নিশাৰ ভাগত কৰা এক গৱেষণাৰ সময়তে এই নতুন সাপবিধ উদ্ধাৰ কৰা হয়। বিশেষকৈ বৰষুণৰ পিছত যেতিয়া এই সাপবোৰ মাটিৰ পৰা বাহিৰলৈ ওলাই আহে, তেতিয়াই গৱেষকৰ দলটোৱে ইয়াক বিচাৰি পাইছিল। এই প্ৰজাতিটোৰ সঠিক পৰিচয় নিশ্চিত কৰিবলৈ বিজ্ঞানীসকলে মেঘালয়ৰ শ্বিলঙত থকা ভাৰতীয় প্ৰাণী বিজ্ঞান জৰীপ কেন্দ্ৰত সংৰক্ষিত কৰি থোৱা পুৰণি নমুনাৰ সৈতেও তুলনা কৰি চাইছিল। সাপটোৰ শাৰীৰিক গঠন আৰু জিনীয় পৰীক্ষাৰ অন্তত ই এক নতুন প্ৰজাতি বুলি স্পষ্ট হৈ পৰে।

গৱেষণাৰ পৰা দেখা গৈছে যে এই বিশেষ সাপবিধ কেৱল গাৰো পাহাৰৰ এক নিৰ্দিষ্ট উচ্চতাৰ ঠাইতহে পোৱা যায়, অৰ্থাৎ এই সাপবিধ পৃথিৱীৰ কেৱল সেই ঠাইখিনিতহে আছে। এই নতুন আৱিষ্কাৰৰ কথা টাপ্ৰোবানিকা নামৰ এখন আন্তৰ্জাতিক বিজ্ঞান পত্ৰিকাত প্ৰকাশ পাইছে। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এই কয় যে এই আৱিষ্কাৰে ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদৰ চহকী পৰিচয় দিয়াৰ লগতে প্ৰকৃতি সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ কথা সোঁৱৰাই দিছে। এই কামৰ সৈতে জড়িত সকলো গৱেষক আৰু প্ৰতিষ্ঠানক তেওঁ ধন্যবাদ জ্ঞাপন কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ডিকে শিৱকুমাৰে, জি পৰমেশ্বৰ হ’ল উপ-মুখ্যমন্ত্ৰী

কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ডিকে শিৱকুমাৰে, জি পৰমেশ্বৰ হ’ল উপ-মুখ্যমন্ত্ৰী

June 3, 2026 6:32 pm
৫ জুলাইত ৬১ বছৰ বয়সত প্ৰেমিকা গৌৰীৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব আমিৰ খান

৫ জুলাইত ৬১ বছৰ বয়সত প্ৰেমিকা গৌৰীৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব আমিৰ খান

June 3, 2026 6:12 pm
Fact Check: দেশৰ ভঁৰালৰ পৰা ১২ বিলিয়ন ডলাৰৰ সোণ বিক্ৰী কৰিলে নেকি? স্পষ্টীকৰণ ৰিজাৰ্ভ বেংকৰ

Fact Check: দেশৰ ভঁৰালৰ পৰা ১২ বিলিয়ন ডলাৰৰ সোণ বিক্ৰী কৰিলে নেকি? স্পষ্টীকৰণ ৰিজাৰ্ভ বেংকৰ

June 3, 2026 5:08 pm
বংগৰ বিজেপি চৰকাৰৰ ডাঙৰ সিদ্ধান্তঃ সৌৰভ গাংগুলীৰ জেড শ্ৰেণীৰ সুৰক্ষা কৰ্তন

বংগৰ বিজেপি চৰকাৰৰ ডাঙৰ সিদ্ধান্তঃ সৌৰভ গাংগুলীৰ জেড শ্ৰেণীৰ সুৰক্ষা কৰ্তন

June 3, 2026 4:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ডিকে শিৱকুমাৰে, জি পৰমেশ্বৰ হ’ল উপ-মুখ্যমন্ত্ৰী

কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ডিকে শিৱকুমাৰে, জি পৰমেশ্বৰ হ’ল উপ-মুখ্যমন্ত্ৰী

June 3, 2026 6:32 pm
৫ জুলাইত ৬১ বছৰ বয়সত প্ৰেমিকা গৌৰীৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব আমিৰ খান

৫ জুলাইত ৬১ বছৰ বয়সত প্ৰেমিকা গৌৰীৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব আমিৰ খান

June 3, 2026 6:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd