• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিৰাপ সংৰক্ষিত বনাঞ্চলত লাইকাৰ বানাক্ৰান্ত লোকক সংস্থাপন কৰিবলৈ নিদিয়ে ফেনেং-বালিজানৰ ৰাইজে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:32 am
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ দিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত তিৰাপ সংৰক্ষিত বনাঞ্চলত লাইকাৰ বানপীড়িত পৰিয়ালক সংস্থাপন কৰাৰ চৰকাৰী পৰিকল্পনাক লৈ স্থানীয় ৰাইজৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। লেখাপানী ৰেঞ্জৰ অধীনত থকা এই বনাঞ্চলত প্ৰায় ৩০০ টা বানপীড়িত পৰিয়ালক পুনৰ সংস্থাপন কৰাৰ যি প্ৰস্তাৱিত আঁচনি লোৱা হৈছে, তাক লৈ ফেনেং কেনিয়া আৰু বালিজান গাঁৱৰ ৰাইজে তীব্ৰ বিৰোধিতা কৰিছে। এই পৰিকল্পনা কাৰ্যকৰী হ’লে পৰিৱেশৰ ক্ষতি হোৱাৰ লগতে বন্যপ্ৰাণীৰ সুৰক্ষা বিঘ্নিত হোৱা আৰু অঞ্চলটোত হাতী-মানুহৰ সংঘাত অধিক বৃদ্ধি পোৱাৰ আশংকা কৰিছে ৰাইজে।

যোৱা ১ মে’ত ফেনেং গাঁৱৰ নামঘৰ প্ৰাংগণত এই সন্দৰ্ভত এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয়। এই সভাত ৫০০ ৰো অধিক স্থানীয় লোকে অংশগ্ৰহণ কৰি চৰকাৰী পদক্ষপৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰৰ এই কাৰ্যৰ বিৰোধিতা কৰিবলৈ সভাতে ৪১ জনীয়া সদস্যৰে গঠিত ফেনেং কেনিয়া-বালিজান গাঁও ভূমি সুৰক্ষা সমিতি নামৰ এখন শক্তিশালী কমিটী গঠন কৰা হয়। এই সমিতিখনৰ সভাপতি হিচাপে শিখৰ ফুকন আৰু কাৰ্যকৰী সভাপতি হিচাপে ইন্দ্ৰেশ্বৰ কোঁৱৰক দায়িত্ব অৰ্পণ কৰা হৈছে। ইয়াৰ উপৰিও প্ৰভাত গগৈ আৰু জয়ন্ত গোহাঁইক যুটীয়া সম্পাদক তথা বিপুল গগৈক সাংগঠনিক সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়।

Apply Now

সমিতিয়ে এক সিদ্ধান্ত গ্ৰহণ কৰি ঘোষণা কৰিছে যে কোনো কাৰণতে তিৰাপ সংৰক্ষিত বনাঞ্চলত লাইকাৰ বানপীড়িত লোকক সংস্থাপন কৰিবলৈ দিয়া নহ’ব। গাঁওবাসীৰ মতে, এই বন অঞ্চলটো বহুতো মূল্যবান গছ-গছনি আৰু বন্যপ্ৰাণীৰ এক গুৰুত্বপূৰ্ণ বাসস্থান। অঞ্চলটোত ইতিমধ্যে হাতী-মানুহৰ তীব্ৰ সংঘাত চলি আছে আৰু পূৰ্বতে এনে সংঘাতৰ ফলত কেইবাজনো লোকে প্ৰাণো হেৰুৱাইছে। তেনেস্থলত বনাঞ্চলৰ ভিতৰত নতুনকৈ জনবসতি স্থাপন কৰিলে পৰিৱেশৰ ওপৰত অধিক চাপ পৰিব আৰু ইয়াৰ ফলত বনৰীয়া জন্তুৰ আক্ৰমণ বৃদ্ধি পাই জনসাধাৰণৰ জীৱন অধিক বিপন্ন হ’ব পাৰে বুলি তেওঁলোকে অভিযোগ কৰিছে।

আগন্তুক এসপ্তাহৰ ভিতৰত এই নতুন সমিতিয়ে তিনিচুকীয়াৰ জিলা উপায়ুক্ত, দিগবৈৰ বন সংমণ্ডল বিষয়া, মাৰ্ঘেৰিটাৰ মহকুমাধিপতি, চক্ৰ বিষয়া আৰু স্থানীয় আৰক্ষী কৰ্তৃপক্ষক স্মাৰক পত্ৰ প্ৰদান কৰি এই সংস্থাপনৰ পৰিকল্পনা বন্ধ কৰিবলৈ দাবী জনাব। স্থানীয় ৰাইজে চৰকাৰক সকীয়াই দিছে যে যদিহে চৰকাৰে তেওঁলোকৰ এই দাবী মানি নলয় আৰু এই সিদ্ধান্তৰ ওপৰত পুনৰ বিবেচনা নকৰে, তেন্তে অনাগত দিনত হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহিব। তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে এক বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ প্ৰদান কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

October 4, 2026 7:04 pm
ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

October 4, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd