• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

এইবাৰ নিৰ্বাচনত চৰ্চাত আছিল ঝালমুড়ি!  জানো আহক ঘৰতে ঝালমুড়ি তৈয়াৰ কৰাৰ পদ্ধতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:22 am
50
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙালী সকলৰ দৰে অসমীয়া মানুহৰো প্ৰিয় ঝালমুড়ি। নিৰ্বাচনৰ বতৰত ৰাজনৈতিক তৰ্কই যিদৰে উত্তাপ ‎বঢ়ায়, তেনেদৰে শৰীৰৰ উত্তাপ বঢ়াই ঝালমুড়িয়ে। শেহতীয়াকৈ ঝাৰগ্ৰামত নিৰ্বাচনী প্ৰচাৰৰ মাজতে ‎প্ৰধানমন্ত্ৰীয়ে গাড়ীৰ পৰা নামি ঝালমুড়ি খোৱা দৃশ্যটো সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈছিল। অৱশ্যে ‎কেৱল ৰাস্তাৰ কাষৰ দোকানতে কিয়, ঘৰতে যদি স্বাস্থ্যসন্মতভাৱে কলকাতাৰ সেই বিশেষ সোৱাদ পাব ‎পাৰি তেন্তে কথায়ে নাই। সেয়েহে আজিৰ এই বিশেষ দিনটোৰ বাবে ঝালমুড়িৰ তিনিটা সুন্দৰ ৰেচিপি ‎আগবঢ়োৱা হ’ল।‎

প্ৰথমটো হ’ল ঘৰুৱা ক্লাচিক ঝালমুড়ি যিটো আমাৰ সকলোৰে পৰিচিত। ইয়াৰ বাবে প্ৰথমে এটা ডাঙৰ ‎পাত্ৰত কুটি লোৱা পিঁয়াজ, বিলাহী, কেঁচা জলকীয়া আৰু ধনীয়া পাত লব লাগে। তাৰপাছত তাত সিজোৱা ‎আলুৰ টুকুৰা, ভজা বাদাম আৰু বুট মিহলাই লব লাগে। এতিয়া ক’লা নিমখ, চাট মচলা, নেমুৰ ৰস দি ‎ভালদৰে সানি লৈ শেষত মচমচীয়া মুড়ি আৰু সামান্য সৰিয়হৰ তেল দি দ্ৰুতগতিত মিহলাই পৰিৱেশন ‎কৰিব লাগে। মনত ৰাখিব মুড়ি দিয়াৰ পাছত বেছি দেৰি কৰিব নালাগে নহ’লে মুড়িবোৰ কোমলি যাব ‎পাৰে।

Apply Now

দ্বিতীয়টো পদ্ধতি হ’ল নাৰিকল আৰু মচলাযুক্ত ঝালমুড়ি। পুৰণি কলকাতাৰ ঐতিহ্যবাহী সোৱাদ পাবলৈ ‎এই ৰেচিপিটো অতুলনীয়। ইয়াত ব্যৱহাৰ কৰা নাৰিকলৰ সৰু সৰু টুকুৰাই এক অন্য মাত্ৰা প্ৰদান কৰে। ‎ইয়াৰ বাবে এটা বাটিত পিঁয়াজ, আদা আৰু জলকীয়া কুটি লোৱাৰ লগতে নিমখ, জীৰা গুড়ি আৰু জলকীয়া ‎গুড়ি মিহলাই লব লাগে। তাৰপাছত তাত নাৰিকলৰ টুকুৰা আৰু আলুৰ কিউব দি মিশ্ৰণটো তৈয়াৰ কৰি ‎মুড়ি আৰু সৰিয়হৰ তেল ঢালি দিব লাগে। ‎তৃতীয়টো ৰেচিপি হ’ল নেমু আৰু জলকীয়াৰ ঝালমুড়ি। যিসকলে অলপ বেছি জ্বলা আৰু টেঙা ভাল পায় ‎তেওঁলোকৰ বাবে এইটো আটাইতকৈ উপযুক্ত। ইয়াৰ বাবে কেঁচা জলকীয়া আৰু বিলাহী মিহি কৰি কুটি ‎লব লাগে। তাত ভজা বুট আৰু বাদাম মিহলাই নেমুৰ ৰস দি কিছু সময় তিয়াই থব লাগে। তাৰপাছত ‎নিমখ আৰু মচলা দি ভালদৰে সানি লৈ মুড়ি আৰু সৰিয়হৰ তেল মিহলাই লব লাগে। এনেদৰে ঘৰতে ‎আপুনি কলকাতাৰ শৈলীৰ সোৱাদ লব পাৰিব। চাব যাতে মুড়ি দিয়াৰ লগে লগেই ইয়াক পৰিৱেশন কৰা ‎হয় যাতে ইয়াৰ মচমচীয়া ভাবটো অটুট থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd