• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দিল্লীত স্কুলত ভৰ্তিৰ পিছদিনাই তিনি বছৰীয়া শিশুক ধ*ৰ্ষ০ণৰ অভিযোগ, অভিযুক্ত কৰ্মীয়ে পালে জামিন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 9, 2026 3:29 pm
44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীত সংঘটিত হৈছে এটা অতি লজ্জাজনক ঘটনা। এখন বিদ্যালয়ত ভৰ্তি হোৱাৰ মাত্ৰ এদিন পিছতেই তিনি বছৰীয়া এটি শিশুক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি যোৱা ৩০ এপ্ৰিলত এই ঘটনাটো সংঘটিত হৈছিল আৰু শিশুটিৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত বিদ্যালয়খনৰ এজন ৫৭ বছৰীয়া কৰ্মীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে ১ মে’ত শিশুটিৰ মাতৃয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল। মাতৃৰ অভিযোগ অনুসৰি ৩০ এপ্ৰিলত স্কুলৰ পৰা ঘৰলৈ অহাৰ পিছত শিশুটিয়ে অত্যন্ত যন্ত্ৰণা অনুভৱ কৰাৰ কথা কৈছিল। যেতিয়া মাকে শিশুটিক সোধা-পোছা কৰে তেতিয়া শিশুটিয়ে জানিবলৈ দিয়ে যে স্কুলৰ এজন কৰ্মীয়ে তাক এটা নিৰ্জন ঠাইলৈ লৈ গৈ নিৰ্যাতন চলাইছিল। এই অভিযোগৰ ভিত্তিতেই আৰক্ষীয়ে পকছ’ আইনৰ অধীনত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল।

Apply Now

আৰক্ষীয়ে জনোৱা মতে শিশুটিয়ে ইতিমধ্যে অভিযুক্তক চিনাক্ত কৰি ১ মে’ত অভিযুক্তক গ্ৰেপ্তাৰ কৰি আদালতলৈ প্ৰেৰণ কৰা হৈছিল। আদালতে অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল যদিও যোৱা ৭ মে’ত তেওঁ জামিন লাভ কৰে। আৰক্ষীয়ে বৰ্তমান বিদ্যালয়খনৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি আছে যাতে ঘটনাৰ অধিক তথ্য লাভ কৰিব পৰা যায়। অভিযুক্তই জামিন পোৱাৰ পিছত শিশুটিৰ পৰিয়ালৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে আৰু তেওঁলোকে আৰক্ষীৰ ভূমিকাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।

আনহাতে শিশুটিৰ পৰিয়ালে আৰক্ষীৰ বিৰুদ্ধে নিষ্ক্ৰিয়তাৰ অভিযোগ উত্থাপন কৰিছে। শিশুটিৰ মাতৃয়ে অভিযোগ কৰিছে যে এই জঘন্য কাণ্ডৰ সৈতে স্কুলৰ এজন শিক্ষকও জড়িত আছে। এই বিষয়ত আম আদমী পাৰ্টিৰ নেতা সৌৰভ ভৰদ্বাজেও আৰক্ষীক সমালোচনা কৰিছে। অৱশ্যে পশ্চিম দিল্লীৰ ডিচিপি বিচিত্র বীৰে এই অভিযোগসমূহ অস্বীকাৰ কৰি জনাইছে যে আৰক্ষীয়ে খবৰ পোৱাৰ লগে লগে ব্যৱস্থা গ্ৰহণ কৰিছে। আদালতত শিশুটিৰ জবানবন্দী ৰেকৰ্ড কৰাৰ লগতে সকলো তথ্য সংগ্ৰহ কৰা হৈছে আৰু বৰ্তমান অভিযুক্তৰ জামিনৰ নথিপত্ৰসমূহ পুনৰ পৰীক্ষা কৰি থকা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

June 3, 2026 8:35 pm
ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

June 3, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd