• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সঞ্জয় কাপুৰৰ ৩০ হাজাৰ কোটি টকাৰ সম্পত্তিৰ বিবাদৰ শুনানিত কি ক’লে ন্যায়াধীশ পাৰ্দিৱালাই?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 14, 2026 3:59 pm
176
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰয়াত ব্যৱসায়ী সঞ্জয় কাপুৰৰ মাতৃ ৰাণী কাপুৰে ১২ মে’ মঙলবাৰে উচ্চতম ন্যায়ালয়ত নতুন আবেদন দাখিল কৰে। মধ্যস্থতা প্ৰক্ৰিয়া চলি থকাৰ সময়ত আৰ কে ফেমিলি ট্ৰাষ্টৰ কাম-কাজত কোনোধৰণৰ হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকিবলৈ আদালতত আবেদন জনায়।

বাতৰি মতে, মধ্যস্থতাৰ কাৰ্য্যবিধি চলি থকাৰ সময়তে ৰাণী কাপুৰক প্ৰতিনিধিত্ব কৰা অধিবক্তাই সঞ্জয়ৰ তৃতীয় পত্নী প্ৰিয়া সচদেৱ কাপুৰ আৰু অন্যান্য প্ৰতিবাদীসকলক আৰ কে ফেমিলি ট্ৰাষ্টৰ কাম-কাজত হস্তক্ষেপ কৰাৰ পৰা বাধা দিবলৈ নিৰ্দেশ বিচাৰিছিল।

Apply Now

১৮ মে’ত অনুষ্ঠিত হ’বলগীয়া ব’ৰ্ডৰ বৈঠকো স্থগিত ৰখাৰ বাবে আবেদন দাখিল কৰা হৈছে। এই বৈঠকৰ আয়োজন কৰিছিল বিবাদিত পৰিয়ালৰ সম্পত্তিৰ বৃহৎ অংশ থকা ৰঘুবংশী ইনভেষ্টমেণ্ট প্ৰাইভেট লিমিটেডে।

ইফালে, উচ্চতম ন্যায়ালয়ে গোচৰৰ শুনানি গ্ৰহণ কৰি থকাৰ সময়তে বিতৰ্কিত এজেণ্ডা কাৰ্যকৰী হ’ব নালাগে বুলি উল্লেখ কৰি ব’ৰ্ডৰ বৈঠক বন্ধ কৰিবলৈ অস্বীকাৰ কৰে।

মধ্যস্থতা প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পৰা কোনো ব্যৱস্থা গ্ৰহণ নকৰিবলৈও আদালতে প্ৰিয়াৰ আইনী দলটোক সকীয়াই দিয়ে।

উচ্চতম ন্যায়ালয়ে মধ্যস্থতাৰ অগ্ৰগতি পুনৰীক্ষণ কৰিব বুলি উল্লেখ কৰে। তদুপৰি এই সময়ছোৱাত আৰ বি আইয়ে কোনো ধৰণৰ জোৰ-জবৰদস্তি ব্যৱস্থা গ্ৰহণ কৰিব নালাগে বা মানি চলাৰ ওপৰত জোৰ দিব নালাগে বুলিও আদালতে ইংগিত দিয়ে।

ৰাণী কাপুৰে যুক্তি দিয়ে যে বিষয়টো ইতিমধ্যে মধ্যস্থতাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু এনে বৈঠকে পৰিস্থিতিৰ আৰু অধিক অৱনতি কৰি তুলিব পাৰে। আনহাতে প্ৰিয়া আৰু অন্যান্য প্ৰতিপক্ষই যুক্তি আগবঢ়ায় যে এই বৈঠকসমূহ আৰ বি আইৰ পৰিচালক নিযুক্তিৰ নিয়ম আৰু নিৰ্দেশনা অনুসৰি আহ্বান কৰা হৈছে।

শুনানিৰ অধ্যক্ষতা কৰা ন্যায়াধীশ পাৰ্দিৱালাই কয় যে আমি সকলোৱে খালী হাতেৰে আহিছো আৰু খালী হাতে যাম… আমি কেৱল নিজৰ আত্মাক লগত লৈ যাম।

তেওঁ লগতে কয়, “বিষয়টো সমাধান কৰাৰ ইচ্ছা থাকিব লাগিব… গধুৰ হৃদয়েৰে মধ্যস্থতাকাৰীৰ কাষ চাপিব নালাগে।”

উল্লেখ্য যে ৰাণী কাপুৰে “ৰঘুবংশী ইনভেষ্টমেণ্ট প্ৰাইভেট লিমিটেড” নামৰ এটা কোম্পানীয়ে নিৰ্ধাৰণ কৰা বৈঠকক প্ৰত্যাহ্বান জনাই আদালতৰ কাষ চাপিছিল, য’ত তেওঁ কৈছিল যে RIPLৰ বহু সম্পত্তি আছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd