• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শোণিতপুৰত শিশু সুৰক্ষা গোটৰ অভিযানত শিশু শ্ৰমিকক উদ্ধাৰ

ঋতুপৰ্ণ চক্ৰৱৰ্ত্তী by ঋতুপৰ্ণ চক্ৰৱৰ্ত্তী
June 23, 2018 7:52 pm
201
VIEWS
Share on FacebookShare on Twitter

শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত  আজি এটি সম্ভ্ৰান্ত পৰিয়ালৰ পৰা শিশু সুৰক্ষা গোট আৰু চাৰিদুৱাৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই এটি শিশু শ্ৰমিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

 প্ৰাপ্ত তথ্য মতে পাৱাৰ গ্ৰীড কৰ্পৰেচন অৱ ইণ্ডিয়া চাৰিদুৱাৰ স্থিত কাৰ্য্যালয়ৰ চিফ মেনেজাৰ হিতেন্দ্ৰ ফুকনৰ ঘৰত  বনকৰা হিচাপে  এটি কম বয়সীয়া শিশুক নিয়োজিত কৰি ৰখাৰ তথ্য গোপন সূত্রে লাভ কৰি  চলোৱা অতৰ্কিত অভিযানত  শিশুটি উদ্ধাৰ  কৰা হয়।

 উল্লেখযোগ্য যে আজি জিলা শিশু সুৰক্ষা গোটৰ হৰ্ষজ্যেতি ফুকন, জিলা সহকাৰী শ্ৰম আয়ুক্ত জগন্নাথ পখৰেলৰ নেতৃত্বত আৰু চাৰিদুৱাৰ আৰক্ষীৰ সহযোগত চলোৱা অভিযানত পৰিচালকগৰাকীৰ ঘৰত শিশুটি কৰ্মৰত অৱস্থাত উদ্ধাৰ কৰা হয়।

 আনহাতে ঘটনা সন্দৰ্ভত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সংবাদিকৰ কেমেৰা টানি দুৰ্ৱ্যৱহাৰ কৰাৰো অভিযোগ উত্থাপিত হৈছে হিতেন্দ্ৰ ফুকনৰ বিৰুদ্ধে।

 ইফালে শিশুটিক ফুকনে এনেদৰে কেইবামাহো ঘৰুৱা কামত খটুৱাই অহা বুলি  চাইল্ডলাইনে জনাইছে। ইতিমধ্যে উদ্ধাৰকৃত শিশুটি শিশু গৃহলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

Recent News

কেতিয়া পুনৰ মৰ্ত্যলৈ ঘূৰি আহিব শুভাংশু শুক্লা? জনালে কেন্দ্ৰীয় মন্ত্ৰীয়ে

কেতিয়া পুনৰ মৰ্ত্যলৈ ঘূৰি আহিব শুভাংশু শুক্লা? জনালে কেন্দ্ৰীয় মন্ত্ৰীয়ে

গছ স্থানান্তৰণ অন্তিম বিকল্পঃ গুৱৱাহাটীত অনুষ্ঠিত এক ৰাজহুৱা বক্তৃতাত বেংগালুৰুৰ পৰিৱেশকৰ্মী দত্তাত্রেয় টি দেৱৰে

গছ স্থানান্তৰণ অন্তিম বিকল্পঃ গুৱৱাহাটীত অনুষ্ঠিত এক ৰাজহুৱা বক্তৃতাত বেংগালুৰুৰ পৰিৱেশকৰ্মী দত্তাত্রেয় টি দেৱৰে

লিঙ্গ পৰিৱৰ্তনৰ পিছত অনয়া বাংগাৰৰ সুখবৰ: ইনষ্টাগ্ৰামৰ জড়িয়তে সদৰী কৰিলে অনয়াই

লিঙ্গ পৰিৱৰ্তনৰ পিছত অনয়া বাংগাৰৰ সুখবৰ: ইনষ্টাগ্ৰামৰ জড়িয়তে সদৰী কৰিলে অনয়াই

গৰমত বাৰে বাৰে গা ধোৱে নেকি? তেন্তে পঢ়ি লওক এইটো লেখা

গৰমত বাৰে বাৰে গা ধোৱে নেকি? তেন্তে পঢ়ি লওক এইটো লেখা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd