• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

৫০ হাজাৰ টকাত পত্নীক বিক্ৰী কৰিলে স্বামীয়ে : গুজৰাটত আৱদ্ধ কৰি দলবদ্ধ ধ*ৰ্ষণ, গ্ৰেপ্তাৰ ৭

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 27, 2026 2:40 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পত্নীৰ লগত থাকিবলৈ ভাল নালাগিছিল স্বামীৰ। সেয়েহে ৫০ হাজাৰ টকাৰ বিনিময়ত নিজৰ পত্নীক বিক্ৰী কৰি দিয়াৰ অভিযোগ উঠিছে স্বামীৰ বিৰুদ্ধে। এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে গুজৰাটত। ইতিমধ্যে এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত মহিলাগৰাকীৰ স্বামীসহ সাতজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, যোৱা ১৯ মে’ তাৰিখে বনস্কণ্ঠ জিলাৰ পালনপুৰ থানা এলেকাৰ এজন ব্যক্তিয়ে নিজৰ পত্নী নিখোজ হোৱা বুলি আৰক্ষী থানাত এখন ডায়েৰী দাখিল কৰিছিল। আৰক্ষীক তেওঁ জনাইছিল যে তেওঁৰ পত্নীক বিচাৰি পোৱা নাই। ইয়াৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু পোহৰলৈ আহে এক ভয়ংকৰ সত্য, যিটো দেখি আৰক্ষীৰ লোকসকলো আচৰিত হৈ পৰে। আচলতে এয়া কোনো নিখোজ হোৱাৰ ঘটনা নাছিল। অভিযোগ অনুসৰি, সম্পূৰ্ণ পৰিকল্পনা কৰিয়েই স্বামীয়ে পত্নীক আঁতৰাই পেলাইছিল।

Apply Now

এজন তদন্তকাৰী বিষয়াই জানিবলৈ দিয়া মতে, প্ৰথম অৱস্থাত ইয়াক নিখোজ গোচৰ হিচাপে লৈয়েই তদন্ত আৰম্ভ কৰা হৈছিল। কিন্তু তদন্ত যিমানেই আগবাঢ়িল, সিমানেই এই ঘটনাৰ আঁৰৰ গভীৰ ষড়যন্ত্ৰ পোহৰলৈ আহিবলৈ ধৰিলে। আৰক্ষীয়ে জনোৱা মতে, স্বামীয়ে পত্নীক পছন্দ নকৰিছিল। সেয়েহে তাইৰ পৰা মুক্তি পাবলৈ তেওঁ নিজৰ বন্ধুসকলৰ সৈতে মিলি এক ষড়যন্ত্ৰ ৰচে। অভিযোগ অনুসৰি, ব্যক্তিজনে পত্নীক বিক্ৰী কৰাৰ সিদ্ধান্ত লয় যাতে তেওঁৰ হাতলৈ বহুত টকাও আহে আৰু পত্নীৰ পৰাও সহজে মুক্তি পাব পাৰে। তাৰ পিছতেই পত্নীক আঁতৰোৱাৰ পৰিকল্পনা আৰম্ভ হয়।

অভিযুক্ত স্বামীক জেৰা কৰাৰ পিছত আৰক্ষীয়ে জানিব পাৰে যে তেওঁ পত্নীক ফুৰিবলৈ নিয়াৰ পৰিকল্পনা কৰিছিল। কিন্তু আচলতে সেয়া আছিল এটা ফান্দ। পত্নীক ফুৰিবলৈ যোৱাৰ প্ৰলোভন দি এখন নিৰ্জন ঠাইলৈ লৈ যোৱা হয়। তাত আগৰ পৰাই উপস্থিত আছিল এটা নাৰী সৰবৰাহকাৰী দল। ৫০ হাজাৰ টকাৰ বিনিময়ত স্বামীয়ে নিজৰ পত্নীক সেই সৰবৰাহকাৰী দলটোৰ হাতত গতাই দিয়ে। তাৰ পিছৰ পৰাই মহিলাগৰাকীৰ ওপৰত আৰম্ভ হয় অকথ্য নিৰ্যাতন। অভিযোগ অনুসৰি, মহিলাগৰাকীক কেইবাখনো ঠাইলৈ লৈ যোৱা হয়। তেওঁক দলবদ্ধ ধৰ্ষণ কৰা হয় আৰু কোঠাত আৱদ্ধ কৰি ৰাখি শাৰীৰিক নিৰ্যাতন চলোৱা হয় বুলিও অভিযোগ উঠিছে। তদন্তৰ সময়ত ঘটনাৰ গতিবিধি লক্ষ্য কৰি আৰক্ষীৰ প্ৰথম সন্দেহ মহিলাগৰাকীৰ স্বামীৰ ওপৰতেই হৈছিল। তেওঁক আটক কৰি সোধা-পোছা কৰাৰ পিছতেই প্ৰকৃত ঘটনা পোহৰলৈ আহে। অভিযুক্তৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে তেওঁৰ বন্ধুসকলৰো সন্ধান পায়। ইয়াৰ পিছতে মহিলাগৰাকীক উদ্ধাৰৰ কাম আৰম্ভ হয়। বহু বিচৰা-বিচাৰি আৰু বিভিন্ন সূত্ৰ ব্যৱহাৰ কৰি অৱশেষত সৰবৰাহকাৰীৰ কবলৰ পৰা আৰক্ষীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd