• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৮-৯টা ভুৱা একাউণ্ট, মহিলাৰ ছবি বিকৃত কৰি ছ’চিয়েল মিডিয়াত পোষ্ট; আৰক্ষীৰ জালত পুৰোহিত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 28, 2026 7:14 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অনলাইনত বৃদ্ধি পাইছে হাৰাশাস্তিৰ ঘটনা। এইবাৰ ভুক্তভোগী গুজৰাটৰ এগৰাকী মহিলা। গুজৰাটী মহিলাগৰাকীৰ ছবি আৰু ভিডিঅ’ ইনষ্টাগ্ৰামত এআই ব্যৱহাৰ কৰি বিকৃত কৰাৰ অভিযোগ এজন দিল্লীৰ যুৱকৰ বিৰুদ্ধে।

কেৱল সেয়াই নহয়, অভিযুক্তই মহিলাগৰাকীৰ মাতৃৰ ছবি আৰু ভিডিঅ’ বিকৃত কৰিও ছ’চিয়েল মিডিয়াত পোষ্ট কৰে। আহমেদাবাদ আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰিছে।

Apply Now

আৰক্ষীৰ সূত্ৰ অনুসৰি ২৭ বছৰীয়া সুমিত নেমচান্দ শৰ্মাই ছচিয়েল মিডিয়াত ধৰ্মীয় ভিডিঅ’ বনাইছিল। পেছাত তেওঁ আছিল এজন পুৰোহিত। অভিযুক্তই প্ৰথমে ইনষ্টাগ্ৰামত গুজৰাটী মহিলাগৰাকীৰ সৈতে ধৰ্মীয় বিষয়ত কথা পাতিবলৈ আৰম্ভ কৰে। পিছত যেতিয়া তেওঁ বন্ধুত্ব কৰিবলৈ চেষ্টা কৰিছিল তেতিয়া মহিলাগৰাকীয়ে সেয়া নাকচ কৰে।

তাৰ পিছতেই আৰম্ভ হ’ল প্ৰতিশোধ লোৱাৰ প্ৰয়াস। যুৱকজনে মহিলাগৰাকীক বাৰে বাৰে মেছেজ দি হাৰাশাস্তি কৰি থাকিল। কিন্তু যেতিয়া মহিলাগৰাকীয়ে কোনো সঁহাৰি নিদিলে তেতিয়া অভিযুক্তই আন এটা পথ বাছি ল’লে।

জানিব পৰা মতে, ২০২৫ চনৰ ডিচেম্বৰৰ পৰা ২০২৬ চনৰ এপ্ৰিললৈকে তেওঁ মহিলাগৰাকীক অনলাইনযোগে অনুসৰণ আৰু হাৰাশাস্তি কৰি থাকিল। যুৱকজনে মহিলাগৰাকী আৰু মাতৃৰ ছবি ইনষ্টাগ্ৰামৰ পৰা ডাউনলোড কৰি ইণ্টাৰনেটত ‘AI Remove Clothes’ ব্যৱহাৰ কৰি এশৰো অধিক ভুৱা নগ্ন ছবি আৰু ভিডিঅ’ তৈয়াৰ কৰি ছ’চিয়েল মিডিয়াত পোষ্ট কৰে।

আৰক্ষীয়ে লগতে কয় যে ইয়াৰ পিছত মহিলাগৰাকীৰ নাম আৰু ছবি ব্যৱহাৰ কৰি ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট আৰু ইউটিউব চেনেল তৈয়াৰ কৰা হয় আৰু সেই অশ্লীল ছবি আৰু ভিডিঅ’ আপলোড কৰা হয়। তদন্তত প্ৰকাশ পাইছে যে অভিযুক্তই ছ’চিয়েল মিডিয়াত মুঠ ৮-১০টা ভুৱা একাউণ্ট সৃষ্টি কৰিছিল। যুৱকজনৰ উদ্দেশ্য আছিল মহিলাগৰাকী আৰু তেওঁৰ পৰিয়ালক বদনাম আৰু হাৰাশাস্তি কৰা।

মহিলাগৰাকীয়ে যেতিয়া আহমেদাবাদ চহৰৰ চাইবাৰ ক্ৰাইম ব্ৰাঞ্চত যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে, তেতিয়া চাইবাৰ ক্ৰাইম টিমে অভিযুক্ত যুৱকজনক ডিজিটেল ট্ৰেকিঙৰ জৰিয়তে উত্তৰ-পূব দিল্লীৰ উছমানপুৰ অঞ্চলৰ পৰা বিচাৰি উলিয়াই তাৰ পৰাই গ্ৰেপ্তাৰ কৰে।

মন কৰিবলগীয়া যে অনলাইন চাইবাৰ অপৰাধ ৰোধৰ বাবে আহমেদাবাদ আৰক্ষীয়ে আৰম্ভ কৰিছে ‘Mission Cyber Rakshika: #SecureHerSpace’। এই অভিযানৰ অধীনত আহমেদাবাদ আৰক্ষীয়ে সমগ্ৰ তদন্ত প্ৰক্ৰিয়া চলাইছে। মূলতঃ অনলাইনত মহিলাসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এই প্ৰচেষ্টা। অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে তথ্য প্ৰযুক্তি আইন আৰু ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

June 28, 2026 8:10 am
মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

June 28, 2026 6:45 am
বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

June 28, 2026 8:10 am
মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

June 28, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd