• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 6, 2026 8:42 pm
64
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দৰ্শক আৰু শ্ৰোতাৰ হৃদয় জয় কৰি অহা জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ হামিং বা গুণগুণনিৰ আঁৰৰ ৰহস্য এতিয়া বিজ্ঞানসন্মতভাৱে প্ৰমাণিত হৈছে। দশক দশক ধৰি তেওঁৰ এই মায়াবী কণ্ঠক মানুহে মৰমেৰে আদৰি আহিছে। ইমান দিনে অনুৰাগীৰ বিপুল সঁহাৰি আৰু ইণ্টাৰনেটত চৰ্চাৰ বাবেই জুবিন গাৰ্গক বিশ্বৰ হামিং কিং বুলি কোৱা হৈছিল। ইয়াৰ আঁৰত কোনো বৈজ্ঞানিক গৱেষণা নাছিল। কিন্তু এতিয়া পোন প্ৰথমবাৰৰ বাবে তেওঁৰ হামিঙৰ গাণিতিক আৰু ধ্বনিগত ৰহস্য ফাদিল হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্বৰ আগশাৰীৰ কণ্ঠ বিজ্ঞান গৱেষণা পত্ৰিকা জাৰ্নেল অৱ ভইচত শেহতীয়াকৈ এই সম্পৰ্কে এক গভীৰ অধ্যয়ন প্ৰকাশ পাইছে। গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত আধুনিক যন্ত্ৰৰ সহায়ত নিজাববীয়াকৈ এই বৈজ্ঞানিক বিশ্লেষণ কৰা হৈছিল।

Apply Now
https://www.facebook.com/share/p/1BAUJVhArb

গৱেষণাত পোহৰলৈ আহিছে যে জুবিনৰ এই যাদুকৰী সুৰ কেৱল আৱেগিক অনুভৱেই নহয়, ইয়াৰ আঁৰত এক নিখুঁত শব্দবিজ্ঞান আৰু স্বৰ-সজ্জা লুকাই আছে। এই অধ্যয়নে অসমৰ আধুনিক সুৰীয়া ঐতিহ্যক বিশ্বৰ বিজ্ঞানৰ সৰ্বোচ্চ মঞ্চলৈ গৌৰৱেৰে লৈ গৈছে।

গৱেষণাগাৰত কৰা পৰীক্ষাত জুবিনৰ হামিঙৰ কেইবাটাও বিশেষ বৈজ্ঞানিক কাৰণ ধৰা পৰিছে। তেওঁৰ কণ্ঠত নিম্ন কম্পনাংকৰ ব্যৱহাৰ হোৱাৰ বাবেই এই সুৰ ইমান গভীৰ আৰু প্ৰশান্তিদায়ক হয়। লগতে, তেওঁৰ কণ্ঠৰ সুক্ষ্ম কম্পনে এই সুৰটোক এক অনন্য সজীৱতা আৰু আৱেগিক গভীৰতা প্ৰদান কৰে। বৈজ্ঞানিকভাৱে কবলৈ গ’লে, তেওঁৰ হামিং একে সময়তে আৱেগিক আৰু ধ্বনিগতভাৱে অতি সুস্থিৰ। আৱেগ আৰু বিজ্ঞানৰ এনে নিখুঁত ভাৰসাম্য সঁচাকৈয়ে এক বিৰল উপহাৰ।

এই বৈজ্ঞানিক গৱেষণা অসমৰ এই চিৰসেউজ শিল্পীগৰাকীৰ আজীৱন সাধনাৰ প্ৰতি এক সশ্ৰদ্ধ বিজ্ঞানভিত্তিক প্ৰণতি। ইয়াৰ লগতে গৱেষকসকলে অসমৰ ভাষাবিদ আৰু বুদ্ধিজীৱীসকললৈ এক বৌদ্ধিক প্ৰত্যাহ্বানো আগবঢ়াইছে। জুবিন গাৰ্গৰ এই অনন্য আকৰ্ষণীয় শৈলীক বুজাবলৈ সাধাৰণ গুণগুণনি বা গুঞ্জন শব্দটো একেবাৰেই যথেষ্ট নহয়। সেয়েহে, ইংৰাজীৰ হামিং কিং অৱ দা ৱৰ্ল্ড উপাধিটোৰ বাবে এটা নিখুঁত, বিজ্ঞানভিত্তিক আৰু কালজয়ী অসমীয়া প্ৰতিশব্দ সৃষ্টি কৰিবলৈ তেওঁলোকে সকলো বিজ্ঞ মহলক আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

September 24, 2026 2:29 pm
হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

September 24, 2026 1:36 pm
অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

September 24, 2026 12:56 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

September 24, 2026 12:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

September 24, 2026 2:29 pm
হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

September 24, 2026 1:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd