• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আমেৰিকাত নিৰাপত্তাৰ চূড়ান্ত বিফলতা, মেছি আৰু আৰ্জেন্টিনা দলৰ গোপনীয় তথ্য ফাদিল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 10, 2026 8:43 pm
98
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বকাপ আৰম্ভ হোৱাৰ আগেয়েই আমেৰিকাত নিৰাপত্তাৰ ক্ষেত্ৰত এক ভয়ংকৰ বিফলতা পোহৰলৈ আহিছে। মঙলবাৰে আইলেণ্ডৰ বিৰুদ্ধে এখন প্ৰস্তুতি মেচত খেলি থকাৰ সময়তে তাৰকা ফুটবলাৰ লিঅ’নেল মেছি আৰু তেওঁৰ দল আৰ্জেন্টিনাৰ প্ৰতিজন সদস্যৰ ব্যক্তিগত গোপনীয় তথ্য ৰাজহুৱা হৈ পৰিছে। ড’নাল্ড ট্ৰাম্প প্ৰশাসনৰ এনে গাফিলতিক লৈ এতিয়া বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা তাৰকা খেলুৱৈসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাত আমেৰিকাৰ প্ৰশাসন কিমান সক্ষম, সেই প্ৰশ্নটোৱে এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে।

মঙলবাৰে বিশ্বকাপৰ প্ৰস্তুতি হিচাপে আইলেণ্ডৰ বিৰুদ্ধে আছিল আৰ্জেন্টিনাৰ শেষ খেল। মেছিৰ আঘাতক লৈ ফুটবল অনুৰাগীসকলৰ মাজত যথেষ্ট শংকা আছিল, কিন্তু মেচখনত ৭০ মিনিটৰ সময়ত তেওঁ খেলপথাৰত নামে আৰু মাত্ৰ দুমিনিটৰ ভিতৰতে এটা গ’ল দি নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰে। আৰ্জেন্টিনা দলটোৱে এই মেচখনত তিনি-শূন্য ব্যৱধানত জয়ী হৈ বিশ্বকাপৰ বাবে নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰে।

Apply Now

খেল শেষ হোৱাৰ পাছতেই আৰ্জেন্টিনা দলৰ শিবিৰত এক দুখবৰ আহি পৰে। সূত্ৰ অনুসৰি, আইলেণ্ডৰ বিৰুদ্ধে প্ৰকাশ কৰা দলৰ তালিকাত প্ৰতিজন সদস্যৰ পাছপোৰ্টৰ সকলো তথ্য ভুলবশত অন্তৰ্ভুক্ত আছিল। এই তথ্যবোৰ প্ৰকাশ কৰাৰ আগতে আঁতৰোৱাৰ কথা আছিল যদিও সেয়া কৰা নহ’ল। ফলস্বৰূপে, ষ্টেডিয়ামত উপস্থিত থকা ৮৮ হাজাৰ দৰ্শকৰ সন্মুখত ডাঙৰ পৰ্দাত ফুটবল খেলুৱৈসকলৰ ব্যক্তিগত পাছপোৰ্টৰ তথ্য স্পষ্ট হৈ পৰিল। এই গুৰুতৰ বিষয়টোক লৈ ফিফা বা আৰ্জেন্টিনা ফুটবল সংস্থাই বৰ্তমানলৈকে কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাই।

বিশ্বকাপক লৈ আমেৰিকা, কানাডা আৰু মেক্সিক’ৰ আয়োজনক লৈ আৰম্ভণিৰে পৰা বিভিন্ন বিতৰ্ক চলি আহিছে। ট্ৰাম্প প্ৰশাসনে এগৰাকী ৰেফাৰীক কেৱল সোমালিয়াৰ নাগৰিক হোৱাৰ বাবেই দেশৰ পৰা ঘূৰাই পঠাইছিল। ইৰাকৰ এজন তাৰকা ফুটবলাৰক সন্ত্ৰাসবাদী বুলি সন্দেহ কৰি সাত ঘণ্টা ধৰি জিম্মাত ৰাখি জেৰা কৰা হৈছিল। কেৱল সেয়াই নহয়, কৃষ্ণাংগ খেলুৱৈসকলৰ সৈতে অতি অমানৱীয় আচৰণ কৰাৰ অভিযোগো উত্থাপন হৈছে। সেনেগাল আৰু উজবেকিস্তানৰ ফুটবল খেলুৱৈসকলক কুকুৰৰ জৰিয়তে পৰীক্ষা কৰাৰ দৰে ঘটনাও পোহৰলৈ আহিছে। একদিকে কঠোৰ তালাচী আৰু আনফালে খেলুৱৈসকলৰ ব্যক্তিগত তথ্য ফাদিল হোৱা ঘটনাই আমেৰিকাত বিশ্বকাপৰ নিৰাপত্তাক লৈ ডাঙৰ প্ৰশ্নবোধক চিহ্নৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm
পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

August 16, 2026 3:03 pm
‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

August 16, 2026 12:59 pm
ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

August 16, 2026 11:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm
পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

August 16, 2026 3:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd