• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বেজৰ নাকত খৰ! আমেঠিৰ ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান স্মৃতি ইৰাণীৰ নাম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 12, 2026 9:18 pm
46
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেঠিৰ প্ৰাক্তন সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ নাম আমেঠিৰ ভোটাৰ তালিকাৰ পৰা হঠাতে নোহোৱা হৈ পৰিছে। এগৰাকী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেত্ৰীৰ নাম ভোটাৰ তালিকাৰ পৰা কেনেকৈ বাদ পৰিল, সেই বিষয়ে তদন্ত কৰিবলৈ জিলা প্ৰশাসনে নিৰ্দেশ দিছে। এই খবৰে এতিয়া ৰাজনৈতিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

স্মৃতি ইৰাণী আমেঠিৰ মেদান মাৱাই গাঁৱৰ বাসিন্দা। উল্লেখযোগ্য যে, ২০১৯ চনৰ লোকসভা নিৰ্বাচনত তেওঁ কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীক পৰাস্ত কৰিছিল আৰু সেইবাৰ তেওঁ আমেঠিতেই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছিল। নিৰ্বাচনৰ কেইমাহমান আগতেই তেওঁ তাত এটা ঘৰ ভাড়ালৈ লৈ থাকিবলৈ আৰম্ভ কৰিছিল আৰু সেই অঞ্চলৰ ভোটাৰ হিচাপে নিজৰ নাম পঞ্জীয়ন কৰিছিল।

Apply Now

নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি, পৰৱৰ্তী সময়ত তেওঁ আমেঠিত মাটি কিনি ঘৰ সাজিছিল আৰু ২০২২ চনৰ পৰা তাত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল। ২০১৯ আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০২২ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ একেৰাহে তিনিবাৰকৈ আমেঠিতেই ভোট দিছিল। বৰ্তমান উত্তৰ প্ৰদেশত ভোটাৰ তালিকা সংশোধনৰ কাম চলি আছে। কিন্তু শেহতীয়াকৈ প্ৰকাশ পোৱা নতুন ভোটাৰ তালিকাত তেওঁৰ নামটো নাই বুলি জানিব পৰা গৈছে।

মেদান মাৱাই গাঁও পঞ্চায়তৰ গাঁওপ্ৰধানে প্ৰথমে লক্ষ্য কৰে যে প্ৰাক্তন সাংসদগৰাকীৰ নাম ভোটাৰ তালিকাত নাই। ২০২৪ চনৰ শেহতীয়া লোকসভা নিৰ্বাচনত স্মৃতি ইৰাণী কংগ্ৰেছৰ প্ৰাৰ্থী কিশোৰী লাল শৰ্মাৰ হাতত পৰাস্ত হৈছিল। বৰ্তমানৰ সাংসদ কিশোৰী লাল শৰ্মায়ো প্ৰাক্তন সাংসদগৰাকীৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হোৱা ঘটনাত আচৰিত হৈছে বুলি প্ৰকাশ কৰিছে।

আমেঠিৰ জিলা উপায়ুক্ত তথা গৌৰীগঞ্জ বিধানসভাৰ ৰিটাৰ্নিং বিষয়া সঞ্জয় চৌহানে কয় যে তেওঁলোকে এই বিষয়টো অতি গুৰুত্বসহকাৰে লৈছে। কাৰণ স্মৃতি ইৰাণী সেই বিধানসভা সমষ্টিৰেই এগৰাকী ভোটাৰ আছিল। প্ৰাক্তন মন্ত্ৰীগৰাকীৰ নাম তালিকাৰ পৰা ডিলিট হোৱাটো এটা আচৰিত ঘটনা আৰু কাৰ গাফিলতিৰ বাবে এনে হ’বলৈ পালে সেয়া তদন্ত কৰা হৈছে। ইপিনে, আমেঠিৰ জিলা বিজেপিৰ সভাপতি সুধাংশু শুক্লাই জানিবলৈ দিয়ে যে তেওঁলোকে ইতিমধ্যে জিলা নিৰ্বাচন কাৰ্যালয়ত আবেদন দাখিল কৰিছে। প্ৰশাসনেও আশ্বাস দিছে যে চূড়ান্ত ভোটাৰ তালিকাত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ নাম পুনৰ অন্তৰ্ভুক্ত কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd