• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পাকিস্তানত ভয়ংকৰ কাণ্ড, গুৰুদ্বাৰৰ ভিতৰতে বৃদ্ধ শিখ দম্পতীক গুলীয়াই হত্যা

পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বুধবাৰে হোতি থানাৰ অন্তৰ্গত বাবু মহল্লা খাজা গঞ্জ বজাৰত থকা এখন গুৰুদ্বাৰৰ ভিতৰতে এক বৃদ্ধ শিখ দম্পতীক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। নিহত লোক দুজনৰ নাম সত্তৰ বছৰীয়া জগন্নাথ আৰু তেওঁৰ পত্নী আছমা ৱাণ্টি বুলি জানিব পৰা গৈছে। তেওঁলোক উক্ত গুৰুদ্বাৰখনৰ তত্ত্বাৱধায়ক আছিল। ঘটনাৰ পিছৰে পৰা আক্ৰমণকাৰীসকল পলাতক অৱস্থাত আছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 18, 2026 1:45 pm
57
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বুধবাৰে হোতি থানাৰ অন্তৰ্গত বাবু মহল্লা খাজা গঞ্জ বজাৰত থকা এখন গুৰুদ্বাৰৰ ভিতৰতে এক বৃদ্ধ শিখ দম্পতীক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। নিহত লোক দুজনৰ নাম সত্তৰ বছৰীয়া জগন্নাথ আৰু তেওঁৰ পত্নী আছমা ৱাণ্টি বুলি জানিব পৰা গৈছে। তেওঁলোক উক্ত গুৰুদ্বাৰখনৰ তত্ত্বাৱধায়ক আছিল। ঘটনাৰ পিছৰে পৰা আক্ৰমণকাৰীসকল পলাতক অৱস্থাত আছে।

জানিব পৰা মতে, বুধবাৰে পুৱা বৃদ্ধ দম্পতীহাল গুৰুদ্বাৰলৈ গৈছিল। অভিযোগ অনুসৰি, সেই সময়তে এদল অচিনাকি যুৱকে গুৰুদ্বাৰৰ ভিতৰত প্ৰৱেশ কৰে আৰু বৃদ্ধ দম্পতীহালক লক্ষ্য কৰি নিৰ্বিচাৰে গুলীচালনা কৰিবলৈ আৰম্ভ কৰে। এই ঘটনাত গুৰুদ্বাৰৰ ভিতৰত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। গুলীৰ আঘাতত তেজেৰে লুতুৰি-পুতুৰি হৈ দুয়োগৰাকী লোক সেই ঠাইতে ঢলি পৰে আৰু আক্ৰমণকাৰীসকলে লগে লগে সেই স্থানৰ পৰা পলায়ন কৰে।

Apply Now

অৱশ্যে বৃদ্ধ দম্পতীহালক কি কাৰণে হত্যা কৰা হ‘ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই আৰু আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। এই আক্ৰমণৰ ঘটনাক বিজেপিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছে। তেওঁলোকৰ মতে, এই হত্যাই পাকিস্তানত ধৰ্মীয় সংখ্যালঘুসকলৰ নিৰাপত্তাক লৈ উদ্বেগ বৃদ্ধি কৰিছে। আনহাতে, অকাল তখতৰ জঠেদাৰ অৰ্থাৎ প্ৰধান পুৰোহিত জ্ঞানী কুলদীপ সিং গৰ্গাজেও এই ঘটনাৰ গৰিহণা দিছে। তেওঁ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আৰু খাইবাৰ পাখতুনখোৱাৰ মুখ্যমন্ত্ৰী মহম্মদ ছোহেল খান আফ্ৰিদিক বিষয়টো গুৰুত্বসহকাৰে ল’বলৈ আহ্বান জনাইছে। ইয়াৰ লগতে তেওঁ দোষীক অতি সোনকালে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰো দাবী জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd