• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সলনি হ’ব নেকি সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নাম? ক্ৰীড়া মন্ত্ৰালয়ৰ কাষ চাপিল কৰ্তৃপক্ষ

সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নাম সলনি হ’বলৈ গৈ আছে নেকি? বৰ্তমান তেনেকুৱা এক সম্ভাৱনাই দেখা দিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2026 8:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নাম সলনি হ’বলৈ গৈ আছে নেকি? বৰ্তমান তেনেকুৱা এক সম্ভাৱনাই দেখা দিছে। শনিবাৰে অনুষ্ঠিত হোৱা অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ এক গুৰুত্বপূৰ্ণ বৈঠকত সংস্থাটোৰ নাম সলনি কৰি ফুটবল ফেডাৰেচন অব ভাৰত কৰাৰ উদ্যোগ গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ৰ কাষ চাপিবলৈ সাজু হৈছে ফুটবল ফেডাৰেচন।

নতুন দিল্লীত অনুষ্ঠিত হোৱা ফেডাৰেচনৰ বিশেষ সাধাৰণ সভাত এই নাম সলনিৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। অৱশ্যে নাম পৰিৱৰ্তন কৰাৰ পূৰ্বে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয় আৰু বিশ্ব ফুটবলৰ সৰ্বোচ্চ সংস্থা ফিফাৰ অনুমতিৰ প্ৰয়োজন হ’ব। ইয়াৰ উপৰিও কাৰ্যবাহী সমিতিতেও এই প্ৰস্তাৱ পাছ কৰাব লাগিব। ফেডাৰেচনৰ সভাপতি কল্যাণ চৌবেই জানিবলৈ দিয়ে যে তেওঁলোকে এই প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু ক্ৰীড়া মন্ত্ৰালয়ে সন্মতি দিলে পৰৱৰ্তী পৰ্যায়ত এই বিষয়টো ফিফালৈ প্ৰেৰণ কৰা হ’ব। তেওঁ লগতে উল্লেখ কৰে যে তুৰস্ক আৰু চেকিয়াৰ দৰে দেশেও পূৰ্বে নিজৰ ফুটবল সংস্থাৰ নাম সলনি কৰিছে।

Apply Now

আনহাতে এই গুৰুত্বপূৰ্ণ বৈঠকত অহা ৪ ছেপ্টেম্বৰৰ পৰা ইণ্ডিয়ান ছুপাৰ লীগ আৰম্ভ কৰাৰ সিদ্ধান্তও লোৱা হৈছে। মুঠ চৈধ্যটা দলক লৈ প্ৰায় সাত মাহ ধৰি নিজৰ আৰু বিপক্ষৰ খেলপথাৰত মেচ খেলাৰ নিয়মেৰে এই লীগ চলিব। অৱশ্যে লীগৰ ভৱিষ্যত গাঁথনিক লৈ এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই। বৰ্তমানৰ বাবে এই বিষয়টো ক্লাবসমূহ, ফেডাৰেচন আৰু পৰিচালনা সমিতিৰ ওপৰত এৰি দিয়া হৈছে। ইয়াৰ উপৰিও অহা ৩০ জুনৰ ভিতৰত ফেডাৰেচনৰ সংবিধানৰো কিছু সালসলনি হ’ব পাৰে বুলি জানিব পৰা গৈছে।

লীগৰ ব্যৱসায়িক স্বত্ব লাভৰ বাবে জিনিয়াছ স্পৰ্টছ নামৰ সংস্থাই আবেদন জনাইছিল। অৱশ্যে চূড়ান্ত সিদ্ধান্ত জনাবলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব বুলি ফেডাৰেচনে সংস্থাটোক লিখিতভাৱে জনাইছে। ইয়াৰ সমান্তৰালভাৱে ফেডাৰেচনৰ আৰ্থিক গাঁথনিতো ডাঙৰ পৰিৱৰ্তন অনা হ’ব। বিগত সপ্তাহত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডব্যৰ সৈতে হোৱা বৈঠকৰ পিছত এটা নতুন আৰ্হি প্ৰস্তুত কৰা হৈছে যিটো আগন্তুক চাৰি বছৰৰ বাবে চলিব। ক্লাবসমূহৰ স্বাৰ্থ ৰক্ষা কৰি লীগ পৰিচালনা কৰিবলৈ এটা সুকীয়া গোট গঠন কৰা হ’ব আৰু ফেডাৰেচনে পৰিবহন তথা পৰিচালনাৰ দায়িত্ব ল’ব। ইয়াৰ বাবে ফেডাৰেচনে বছৰি ষোল্ল কোটি টকা লাভ কৰিব। বৰ্তমান ফেডাৰেচনে জিনিয়াছ স্পৰ্টছৰ উত্তৰলৈ অপেক্ষা কৰিছে আৰু তাৰ পিছতে পৰিচালনা সমিতিৰ বৈঠকত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

June 20, 2026 8:36 pm
সলনি হ’ব নেকি সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নাম? ক্ৰীড়া মন্ত্ৰালয়ৰ কাষ চাপিল কৰ্তৃপক্ষ

সলনি হ’ব নেকি সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নাম? ক্ৰীড়া মন্ত্ৰালয়ৰ কাষ চাপিল কৰ্তৃপক্ষ

June 20, 2026 8:34 pm
যশস্বীৰ দুৰন্ত শতক আৰু ৰোহিতৰ অনবদ্য বেটিং, ভাৰতৰ হাতত শোচনীয়ভাৱে পৰাস্ত আফগানিস্তান

যশস্বীৰ দুৰন্ত শতক আৰু ৰোহিতৰ অনবদ্য বেটিং, ভাৰতৰ হাতত শোচনীয়ভাৱে পৰাস্ত আফগানিস্তান

June 20, 2026 8:15 pm
মহাৰাষ্ট্ৰৰ পাৰভনী জিলাত শোকাৱহ ঘটনা: মন্দিৰৰ চাল খহি চাৰিজনৰ মৃত্যু

মহাৰাষ্ট্ৰৰ পাৰভনী জিলাত শোকাৱহ ঘটনা: মন্দিৰৰ চাল খহি চাৰিজনৰ মৃত্যু

June 20, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

June 20, 2026 8:36 pm
সলনি হ’ব নেকি সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নাম? ক্ৰীড়া মন্ত্ৰালয়ৰ কাষ চাপিল কৰ্তৃপক্ষ

সলনি হ’ব নেকি সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নাম? ক্ৰীড়া মন্ত্ৰালয়ৰ কাষ চাপিল কৰ্তৃপক্ষ

June 20, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd