• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

ডিজিটেল ভাৰতৰ যুগত এইবাৰ দেশৰ লোকপিয়লো সম্পূৰ্ণ ডিজিটেল হ’বলৈ গৈ আছে। এতিয়াৰে পৰা ডাঙৰ ডাঙৰ ফাইল বা কাগজ-পত্ৰৰ দিন শেষ হ’ব।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 27, 2026 6:45 am
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিজিটেল ভাৰতৰ যুগত এইবাৰ দেশৰ লোকপিয়লো সম্পূৰ্ণ ডিজিটেল হ’বলৈ গৈ আছে। এতিয়াৰে পৰা ডাঙৰ ডাঙৰ ফাইল বা কাগজ-পত্ৰৰ দিন শেষ হ’ব। আগন্তুক ২০২৭ চনৰ ভাৰতৰ লোকপিয়লত দেশৰ নাগৰিকে নিজৰ গণনা নিজেই কৰিব পাৰিব। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে এটা বিশেষ প’ৰ্টেল মুকলি কৰি এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই ব্যৱস্থাৰ অধীনত মানুহে ঘৰত বহিয়েই নিজৰ স্মাৰ্টফোনৰ জৰিয়তে এক বিশেষ ৱেবছাইটলৈ গৈ ৩৩ টা সহজ প্ৰশ্নৰ উত্তৰ দি ডিজিটেল প্ৰপত্ৰ পূৰণ কৰিব পাৰিব। যিসকল লোকে এই স্ব-গণনা পদ্ধতিত অংশগ্ৰহণ কৰিব নিবিচাৰে বা নোৱাৰে, তেওঁলোকৰ ঘৰ চিনাক্ত কৰি চৰকাৰী কৰ্মীয়ে এক বিশেষ ম’বাইল এপৰ জৰিয়তে লোকপিয়লৰ কাম কৰিব।

দেশৰ বিভিন্ন ৰাজ্যত ইতিমধ্যে এই প্ৰক্ৰিয়া আৰম্ভ হৈছে। পশ্চিম বংগৰ ক্ষেত্ৰত শেহতীয়াকৈ ৰাজনৈতিক পৰিৱৰ্তন আৰু শুভেন্দু অধিকাৰী মুখ্যমন্ত্ৰী হোৱাৰ পিছতহে এই লোকপিয়লৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে। অহা ১ আগষ্টৰ পৰা ১৫ আগষ্টৰ ভিতৰত দেশৰ যিকোনো নাগৰিকে ঘৰত বহিয়েই নিৰ্দিষ্ট প’ৰ্টেলত নিজৰ তথ্য পঞ্জীয়ন কৰিব পাৰিব। ইয়াৰ বাবে নিজৰ বৈধ ম’বাইল নম্বৰ দি ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত ম’বাইললৈ এটা অ’টিপি যাব আৰু সেই অ’টিপিৰ জৰিয়তে প’ৰ্টেলত লগইন কৰিব পৰা যাব।

Apply Now

যিসকল লোকে এই ডিজিটেল পদ্ধতিৰে নিজৰ গণনা কৰিব নোৱাৰিব বা যিসকল লোক বাকী ৰৈ যাব, তেওঁলোকৰ ঘৰ চিনাক্তকৰণৰ কাম ১৬ আগষ্টৰ পৰা ১৪ ছেপ্টেম্বৰলৈ চলিব। ইয়াৰ পিছত ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰাৰ কাম ২০২৭ চনৰ ফেব্ৰুৱাৰী মাহলৈকে চলি থাকিব। এই সমগ্ৰ কাৰ্যসূচী সম্পন্ন কৰিবলৈ ৰাজ্যজুৰি ডেৰ লাখতকৈও অধিক বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত তথ্য সংগ্ৰহকাৰীক কামত লগোৱা হ’ব। এই কৰ্মীসকলৰ হাতত থকা স্মাৰ্টফোনসমূহেই হ’ব লোকপিয়লৰ মূল সঁজুলি।

এই গুৰুত্বপূৰ্ণ কামটোৰ বাবে চলিত মাহৰ পৰাই চৰকাৰী বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হ’বলৈ গৈ আছে। জুলাই মাহৰ আৰম্ভণিতে ফিল্ড ট্ৰেইনাৰসকলক প্ৰশিক্ষণ দিয়া হ’ব আৰু তেওঁলোকে পৰৱৰ্তী সময়ত বুথ পৰ্যায়ৰ কৰ্মীসকলক প্ৰযুক্তিৰ ব্যৱহাৰ শিকাব। এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সঠিক নিৰীক্ষণৰ বাবে জিলাসমূহত বিশেষ কণ্ট্ৰ’ল ৰুম বা নিৰীক্ষণ কক্ষ স্থাপন কৰা হৈছে। প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে যে কাগজ-কলমৰ জটিলতা দূৰ কৰি অতি সঠিকভাৱে আৰু দ্ৰুতগতিত দেশৰ মানুহৰ প্ৰকৃত পৰিসংখ্যা উলিয়াই অনাই হৈছে এই ডিজিটেল লোকপিয়লৰ মূল লক্ষ্য।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd