• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 28, 2026 8:10 am
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইণ্টাৰ মিয়ামি। লিয়নেল মেছিৰ চহৰ। যিখন চহৰত কেইবছৰমান আগতেও ফুটবলৰ প্ৰতি বিশেষ আগ্ৰহ নাছিল, এতিয়া মেছিৰ কৃপাত প্ৰতিটো ঘৰতে ফুটবলৰ অনুশীলন চলে। আজি ফুটবলৰ আন এগৰাকী কিংবদন্তি ক্রিষ্টিয়ানো ৰোনাল্ডো নামিছিল মেচিৰ চহৰৰ খেলপথাৰত৷ আশা কৰা হৈছিল যে মেছিৰ চহৰতো চি আৰ ৭ উজলি উঠিব। তেওঁ নিজৰ দেশক অনবদ্য ফুটবল উপহাৰ দি গ্ৰুপ চেম্পিয়ন কৰি নকআউটত তুলিব।

আনকি বিশ্বকাপ আৰম্ভ হোৱাৰ আগতেই পৰ্তুগালক এইবাৰ ট্ৰফী জয়ৰ অন্যতম প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা হৈছিল। কিন্তু দেওবাৰে পুৱা কলম্বিয়াৰ বিৰুদ্ধে কঠোৰ যুঁজ দি ড্ৰ’ কৰিবলগীয়া হয় ক্রিষ্টিয়ানো ৰোনাল্ডোৰ দলটোৱে৷ সকলোৰে চকু আছিল লিয়নেল মেছিৰ মিয়ামিৰ খেলপথাৰত তেওঁলোকে কেনে প্ৰদৰ্শন কৰে। অৱশ্যে তেওঁলোক হতাশ হ’ব। এই ড্ৰ’ৰ ফলত পৰ্তুগালে দ্বিতীয় স্থানত নকআউটত প্ৰৱেশ কৰে।

Apply Now

আনহাতে, কলম্বিয়াই ৰোনাল্ডোৰ আক্ৰমণ সফলতাৰে চম্ভালি গ্ৰুপৰ শ্ৰেষ্ঠ হিচাপে নকআউটৰ বাবে যোগ্যতা অৰ্জন কৰি অপৰাজিত হৈ থাকে। গোটেই খেলখনত পৰ্তুগালে এটা গ’ল বিচাৰি চেষ্টা চলাইছিল যদিও শেষ বাধা অতিক্ৰম কৰিব নোৱাৰিলে। ফলত অৱশেষত কলম্বিয়াই এই বহু চৰ্চিত যুঁজত ৰোনাল্ডোক প্ৰতিহত কৰি নিজৰ শক্তি প্ৰমাণ কৰিলে।

দ্বিতীয়াৰ্ধৰ এটা সময়ত এনে লাগিছিল যে কলম্বিয়াই যিকোনো সময়তে পৰ্তুগালৰ নেটত বলটো সোমাব। ৭০ মিনিটৰ পাছত পৰ্তুগালে প্ৰথমটো কৰ্ণাৰ লাভ কৰে। যিটো সঁচাকৈয়ে আচৰিত আছিল।

খেলখনৰ পূৰ্বে দুয়োটা দলে নকআউট পৰ্যায়ত উপনীত হৈছিল। কিন্তু পৰ্তুগালে গ্ৰুপ চেম্পিয়ন হ’বলৈ আৰু ৰাউণ্ড অৱ ৩২ত সহজ প্ৰতিদ্বন্দ্বী লাভ কৰিবলৈ এই মেচখনত জয়ী হ’বলগীয়া হৈছিল। বিশ্বকাপৰ এক সুন্দৰ আৰম্ভণি কৰা কলম্বিয়াইও দলৰ ধাৰাবাহিকতা বজাই ৰাখিবলৈ ৰোনাল্ডোৰ বিৰুদ্ধে নিজৰ সৰ্বোত্তম প্ৰদৰ্শন কৰিব বিচাৰিছিল। দুয়োটা দলে উত্তেজনাপূৰ্ণভাৱে খেলখন আৰম্ভ কৰে। দুয়োটা দলেই অত্যধিক ৰক্ষণাত্মক মানসিকতাৰে নমা নাছিল, যাৰ ফলত প্ৰথম মিনিটৰ পৰাই উত্তেজনাপূৰ্ণ যুঁজৰ সৃষ্টি হয়।

প্ৰথম মিনিটত নেষ্টৰ লৰেঞ্জোৰ দলটোৱে এটা ভাল সুযোগ লাভ কৰে। যদিও গ’ল নাহিল। দৰাচলতে হাইড্ৰেচন ব্ৰেকলৈকে কলম্বিয়াই আধিপত্য দেখুৱাইছিল। কেইটামান সুযোগো সৃষ্টি কৰিলে। হাইড্ৰেচন ব্ৰেকৰ পিছত ছবিখন সলনি হৈ গ’ল। এইবাৰ আগ্ৰাসী হোৱাৰ পাল পৰ্তুগালৰ। খেলখনৰ ৩২ মিনিটত পেড্ৰ’ নেটোৱে এটা ডাঙৰ সুযোগ লাভ কৰিছিল যদিও তেওঁ গ’ল নাপালে। কিছু মুহূৰ্তৰ পিছত ৰোনাল্ডোৰ চাইকেল কিকটোও কলম্বিয়াৰ ডিফেণ্ডাৰসকলে ব্লক কৰে।

এই ড্ৰ’ৰ ফলত কলম্বিয়া গ্ৰুপৰ শীৰ্ষৰ পৰা নক আউট পৰ্যায়লৈ যায়। দ্বিতীয় স্থানত অন্ত পেলায় পৰ্তুগালে। আনহাতে, কংগোৱে উজবেকিস্তানক পৰাস্ত কৰি গ্ৰুপত তৃতীয় স্থান দখল কৰে। নক আউট পৰ্যায়লৈও গৈছে। অন্তিম ৩২ত কলম্বিয়াৰ প্ৰতিদ্বন্দ্বী ঘানা। আৰু ৰোনাল্ডোৰ দলৰ প্ৰতিদ্বন্দ্বী ক্ৰ’ৱেচিয়া।

কিন্তু গ্ৰুপত দ্বিতীয় স্থান দখল কৰাত কোৱাৰ্টাৰ ফাইনেলত মেছি-ৰ’নাল্ডোৰ মুখামুখিৰ যি সম্ভাৱনা সৃষ্টি হৈছিল সেয়া এতিয়া মাৰ গ’ল। যদিহে পৰ্তুগালে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে তেন্তে স্পেইনৰ মুখামুখি হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পক প্ৰত্যুত্তৰ, কুৱেইট আৰু বাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ

ট্ৰাম্পক প্ৰত্যুত্তৰ, কুৱেইট আৰু বাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ

June 28, 2026 9:02 am
মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

June 28, 2026 8:10 am
মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

June 28, 2026 6:45 am
বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পক প্ৰত্যুত্তৰ, কুৱেইট আৰু বাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ

ট্ৰাম্পক প্ৰত্যুত্তৰ, কুৱেইট আৰু বাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ

June 28, 2026 9:02 am
মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

June 28, 2026 8:10 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd