• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৮ হাজাৰ টকীয়া চাকৰিৰ পৰা স্কুল ড্ৰপ আউট; নিখিল এতিয়া ২৩ হাজাৰ কোটি টকাৰ মালিক

সৰুৰে পৰা কিতাপ আৰু পঢ়া-শুনাৰ প্ৰতি তেওঁৰ কোনো আগ্ৰহ নাছিল। তেওঁৰ পিতৃ-মাতৃয়ে কেতিয়াও তেওঁক পৰম্পৰাগত শিক্ষা গ্ৰহণ কৰিবলৈ বাধ্য কৰা নাছিল, বৰঞ্চ তেওঁৰ কৌতুহল পূৰণৰ সুযোগ দিছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 3, 2026 11:33 am
54
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ সৰ্ববৃহৎ খুচুৰা মধ্যস্থাকাৰী (ব্ৰোকাৰেজ) প্ৰতিষ্ঠান জিৰোধাৰ সহ-প্ৰতিষ্ঠাপক নিখিল কামাথৰ সফলতাৰ কাহিনীয়ে চিনেমাৰ কাহিনীকো চেৰ পেলাব। মাত্ৰ ১৭ বছৰ বয়সতে দশম শ্ৰেণীৰ ড্ৰপআউট নিখিল আজি ভাৰতৰ অন্যতম স্ব-নিৰ্মিত কোটিপতি।

সমাজে এতিয়াও স্বনামধন্য শিক্ষানুষ্ঠানৰ পৰা উচ্চ পৰ্যায়ৰ ডিগ্ৰী বা অভিজাত শিক্ষা লাভ কৰাটো সফলতাৰ বাবে অতি অপৰিহাৰ্য বুলি বিশ্বাস কৰি থকাৰ সময়তে নিখিল কামাথে দৃঢ়তা, ইচ্ছাশক্তি আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা মানুহে কি কৰিব পাৰে সেয়া দেখুৱাইছে।

Apply Now

অৱশ্যে পিতৃ-মাতৃৰ স্বতন্ত্ৰ লালন-পালন আৰু নিয়মৰ বাহিৰলৈ গৈ কিবা এটা কৰাৰ ইচ্ছাই তেওঁক এই যাত্ৰাত বহুখিনি সহায় কৰিছে। কি আছে নিখিল কামাথৰ এই সফলতাৰ কাহিনীত?

১৯৮৬ চনত কৰ্ণাটকৰ এটা মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল নিখিল কামাথে। সৰুৰে পৰা কিতাপ আৰু পঢ়া-শুনাৰ প্ৰতি তেওঁৰ কোনো আগ্ৰহ নাছিল। তেওঁৰ পিতৃ-মাতৃয়ে কেতিয়াও তেওঁক পৰম্পৰাগত শিক্ষা গ্ৰহণ কৰিবলৈ বাধ্য কৰা নাছিল, বৰঞ্চ তেওঁৰ কৌতুহল পূৰণৰ সুযোগ দিছিল।

মাত্ৰ ১৪ বছৰ বয়সৰ পৰাই নিখিল কামাথৰ উদ্যোগী হোৱাৰ যাত্ৰা আৰম্ভ হৈছিল।নৱম মানত পঢ়ি থকাৰ সময়তে তেওঁ আৰু এজন বন্ধুৰ সৈতে গোপনে পুৰণি মোবাইল ফোন ক্ৰয়-বিক্ৰয়ৰ ব্যৱসায় আৰম্ভ কৰিছিল। লাভ ভাল আছিল যদিও মাকে এই কথা গম পাই খঙেৰে সকলো ফোন টয়লেটত ফ্লাছ কৰি দিলে। কিন্তু এই ঘটনাই তেওঁৰ উৎসাহক ম্লান কৰা নাছিল বৰঞ্চ তেওঁক ৰিস্ক লোৱা আৰু বাধা অতিক্ৰম কৰাৰ সাহস দিছিল।

এটা প’ডকাষ্টত নিখিল কামাথে কয় যে ২০০০ চনৰ আৰম্ভণিতে তেওঁ বেংগালুৰুৰ এটা কল চেণ্টাৰত প্ৰথম চাকৰি পাইছিল। সেই সময়ত তেওঁ মাহে ৭ হাজাৰৰ পৰা ৮ হাজাৰ টকা উপাৰ্জন কৰি আছিল। নিখিলে নাইট শ্বিফটত কাম কৰিছিল। তেওঁৰ মতে এই সহজ কামটোৱে তেওঁক নিষ্ঠা আৰু অনুশাসনৰ পাঠ শিকাইছিল, যিটোৱে পিছলৈ জিৰোধাৰ দৰে এটা ডাঙৰ কোম্পানী গঢ়ি তোলাত সহায় কৰিছিল।

নিখিল কামাথে কয় যে তেওঁৰ পিতৃ-মাতৃয়ে কিছুমান নীতি মানি চলিছিল যিবোৰ আজিকালি বিৰল। উদাহৰণস্বৰূপে, তেওঁলোকৰ ঘৰত পৰীক্ষা-নিৰীক্ষা কৰাৰ সম্পূৰ্ণ স্বাধীনতা আছিল। ১৫-১৬ বছৰ বয়সত নিখিলে স্কুল এৰি যোৱাৰ সিদ্ধান্ত লওঁতে পিতৃ-মাতৃয়ে তেওঁক কোনো অনুশাসন নোহোৱাকৈ নিজৰ পথ বাছি লোৱাৰ সুযোগ দিছিল।

দশম শ্ৰেণী বাদ দিয়াৰ পিছত তেওঁ এটা কল চেণ্টাৰত নাইট শ্বিফটত কাম কৰিবলৈ ধৰিলে। আৰু আজৰি সময়ত তেওঁ ষ্টক ট্ৰেডিং শিকিবলৈ আৰম্ভ কৰিলে। নিখিলে কয় যে তেওঁৰ পিতৃ-মাতৃয়ে কেতিয়াও শৈক্ষিক সফলতাক সফলতাৰ একমাত্ৰ পৰিমাপ বুলি গণ্য কৰা নাছিল। নিখিল কামাথৰ সফলতা কিতাপ পঢ়াৰ পৰাই নহয়, জীৱনৰ অভিজ্ঞতা আৰু ভুলৰ পৰাহে আহিছিল।

নিখিলে ২০১০ চনত ভাতৃ নীতিন কামাথৰ সৈতে খুচুৰা মধ্যস্থতাকাৰী সংস্থা জিৰোধা প্ৰতিষ্ঠা কৰে। ব্যৱসায়ৰ ক্ষেত্ৰত তেওঁৰ কৌশলগত দূৰদৰ্শিতাই ভাৰতৰ ৰিটেইল ব্ৰোকাৰেজ খণ্ড সলনি কৰিছে। সাধাৰণ মানুহৰ বাবে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰাটো সহজ আৰু সুলভ কৰি তোলাৰ লক্ষ্যৰে নিখিলে ডিচকাউণ্ট ব্ৰোকাৰেজ মডেল মুকলি কৰে।

ফৰ্বছ আলোচনীৰ তথ্য অনুসৰি বৰ্তমান নিখিল কামাথৰ সম্পত্তিৰ পৰিমাণ ২.৫ বিলিয়ন ডলাৰ (প্ৰায় ২৩,০০০ কোটি টকা) যাৰ ফলত তেওঁ ভাৰতৰ স্ব-নিৰ্মিত কোটিপতিৰ ভিতৰত অন্যতম।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

July 3, 2026 12:26 pm
৮ হাজাৰ টকীয়া চাকৰিৰ পৰা স্কুল ড্ৰপ আউট; নিখিল এতিয়া ২৩ হাজাৰ কোটি টকাৰ মালিক

৮ হাজাৰ টকীয়া চাকৰিৰ পৰা স্কুল ড্ৰপ আউট; নিখিল এতিয়া ২৩ হাজাৰ কোটি টকাৰ মালিক

July 3, 2026 11:33 am
হাস্পাতালত এমাহ মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নলবাৰীৰ নৃশংস আক্ৰমণৰ বলি মৃদুমুদ্ৰা ডেকাই

হাস্পাতালত এমাহ মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নলবাৰীৰ নৃশংস আক্ৰমণৰ বলি মৃদুমুদ্ৰা ডেকাই

July 3, 2026 10:40 am
১৬ বছৰ পিছত নকআউটত জয়; অষ্ট্ৰিয়াক পৰাস্ত কৰি অন্তিম ১৬ত প্ৰৱেশ কৰিলে স্পেইনে

১৬ বছৰ পিছত নকআউটত জয়; অষ্ট্ৰিয়াক পৰাস্ত কৰি অন্তিম ১৬ত প্ৰৱেশ কৰিলে স্পেইনে

July 3, 2026 10:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

July 3, 2026 12:26 pm
৮ হাজাৰ টকীয়া চাকৰিৰ পৰা স্কুল ড্ৰপ আউট; নিখিল এতিয়া ২৩ হাজাৰ কোটি টকাৰ মালিক

৮ হাজাৰ টকীয়া চাকৰিৰ পৰা স্কুল ড্ৰপ আউট; নিখিল এতিয়া ২৩ হাজাৰ কোটি টকাৰ মালিক

July 3, 2026 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd