• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰেমিকাক ৩৫ টুকুৰা কৰি ফ্ৰীজত ৰখা আফতাবে জেলৰ পৰাই দিব স্নাতকোত্তৰৰ পৰীক্ষা, সলনি হ’ল শুনানিৰ দিন

লিভ-ইন সংগী শ্ৰদ্ধা ৱাকাৰক হত্যা কৰি মৃতদেহটো ৩৫ টুকুৰা কৰি ফ্ৰীজত ৰখাৰ অভিযোগ উঠিছিল আফতাব পুনাৱালাৰ বিৰুদ্ধে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 11, 2026 7:07 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লিভ-ইন সংগী শ্ৰদ্ধা ৱাকাৰক হত্যা কৰি মৃতদেহটো ৩৫ টুকুৰা কৰি ফ্ৰীজত ৰখাৰ অভিযোগ উঠিছিল আফতাব পুনাৱালাৰ বিৰুদ্ধে। এই ভয়ংকৰ ঘটনাই সমগ্ৰ দেশক জোকাৰি গৈছিল। তেতিয়াৰ পৰাই দিল্লীৰ তিহাৰ জেলত বন্দী হৈ আছে আফতাব। বৰ্তমানো এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে। অহা ২০ জুলাইত এই গোচৰৰ পৰৱৰ্তী শুনানি আছিল যদিও এতিয়া সেই দিন সলনি কৰা হৈছে। কাৰণ সেই দিনাই আফতাবৰ স্নাতকোত্তৰ অৰ্থাৎ এম এ পৰীক্ষা আছে।

জানিব পৰা মতে, আফতাব ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞানৰ ছাত্ৰ। ১১ জুলাইৰ পৰা ২০ জুলাইলৈকে তাৰ স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা চলিব। সেয়েহে শুনানি বাতিল কৰিবলৈ সি দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপে। ইয়াৰ পিছতে ন্যায়াধীশ হৰগুৰবিন্দৰ সিং জাগ্গীয়ে আফতাবৰ আবেদন গ্ৰহণ কৰে। আদালতৰ সূত্ৰৰ মতে, বিচাৰকে ২০ জুলাইৰ পৰিৱৰ্তে ২১ জুলাইৰ দুপৰীয়া ২ বজাত সাক্ষ্যগ্ৰহণৰ বাবে আফতাবক সশৰীৰে হাজিৰ হোৱাৰ নিৰ্দেশ দিছে।

Apply Now

উল্লেখ্য যে, ২০২২ চনৰ ১৮ মে‘ত দিল্লীৰ মেহৰৌলীত প্ৰেমিকা শ্ৰদ্ধা ৱাকাৰক হত্যা কৰিছিল প্ৰেমিক আফতাবে। হত্যাৰ পিছত শ্ৰদ্ধাৰ শৰীৰটো ৩৫ টা টুকুৰা কৰি দিল্লীৰ বিভিন্ন ঠাইত পেলাই দিছিল। আফতাবক ভালপায়েই পৰিয়াল, চাকৰি আৰু নিজৰ চহৰ এৰি দিল্লীলৈ গুচি আহিছিল যুৱতীগৰাকী। অৱশ্যে আফতাবৰ নিষ্ঠুৰ স্বভাৱৰ কথা শ্ৰদ্ধাই আগতেই জানিছিল। আনকি ২০২০ চনত এখন দীঘলীয়া চিঠি লিখি আফতাবৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগো দাখিল কৰিছিল শ্ৰদ্ধাই। কিন্তু ইয়াৰ পিছতো তাই আফতাবৰ লগতেই থাকি গৈছিল আৰু শেষত এনে এক মৰ্মান্তিক পৰিণতিৰ বলি হ‘বলগীয়া হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“হিমন্ত বিশ্ব শৰ্মাৰ ভাবুকিলৈ আমি ভয় নকৰোঁ” :  সংবাদমেলযোগে মুখ্যমন্ত্ৰীক যোগ্য প্ৰত্যুত্তৰ এছ এফ আইৰ

“হিমন্ত বিশ্ব শৰ্মাৰ ভাবুকিলৈ আমি ভয় নকৰোঁ” :  সংবাদমেলযোগে মুখ্যমন্ত্ৰীক যোগ্য প্ৰত্যুত্তৰ এছ এফ আইৰ

July 11, 2026 7:19 pm
প্ৰেমিকাক ৩৫ টুকুৰা কৰি ফ্ৰীজত ৰখা আফতাবে জেলৰ পৰাই দিব স্নাতকোত্তৰৰ পৰীক্ষা, সলনি হ’ল শুনানিৰ দিন

প্ৰেমিকাক ৩৫ টুকুৰা কৰি ফ্ৰীজত ৰখা আফতাবে জেলৰ পৰাই দিব স্নাতকোত্তৰৰ পৰীক্ষা, সলনি হ’ল শুনানিৰ দিন

July 11, 2026 7:07 pm
জম্মুৰ গুৰুদ্বাৰত প্ৰদৰ্শিত হ’ল ‘শতলুজ’ চলচ্চিত্ৰ

জম্মুৰ গুৰুদ্বাৰত প্ৰদৰ্শিত হ’ল ‘শতলুজ’ চলচ্চিত্ৰ

July 11, 2026 6:35 pm
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ১৪ দিন ধৰি অনশনত সোনম ৱাংচুক, ক’লে ‘মই গান্ধী নহয়’

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ১৪ দিন ধৰি অনশনত সোনম ৱাংচুক, ক’লে ‘মই গান্ধী নহয়’

July 11, 2026 6:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“হিমন্ত বিশ্ব শৰ্মাৰ ভাবুকিলৈ আমি ভয় নকৰোঁ” :  সংবাদমেলযোগে মুখ্যমন্ত্ৰীক যোগ্য প্ৰত্যুত্তৰ এছ এফ আইৰ

“হিমন্ত বিশ্ব শৰ্মাৰ ভাবুকিলৈ আমি ভয় নকৰোঁ” :  সংবাদমেলযোগে মুখ্যমন্ত্ৰীক যোগ্য প্ৰত্যুত্তৰ এছ এফ আইৰ

July 11, 2026 7:19 pm
প্ৰেমিকাক ৩৫ টুকুৰা কৰি ফ্ৰীজত ৰখা আফতাবে জেলৰ পৰাই দিব স্নাতকোত্তৰৰ পৰীক্ষা, সলনি হ’ল শুনানিৰ দিন

প্ৰেমিকাক ৩৫ টুকুৰা কৰি ফ্ৰীজত ৰখা আফতাবে জেলৰ পৰাই দিব স্নাতকোত্তৰৰ পৰীক্ষা, সলনি হ’ল শুনানিৰ দিন

July 11, 2026 7:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd