• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সাজেই-দগাঁও চ’কত ‘ৰিতুৰাজ আই কেয়াৰ’ আনুষ্ঠানিকভাৱে উদ্বোধন

বিনামূলীয়া চকু পৰীক্ষা আৰু চিকিৎসা শিবিৰত শতাধিক লোকৰ উপস্থিতি; উন্নত আৰু সুলভ স্বাস্থ্যসেৱা প্ৰদানৰ প্ৰতিশ্ৰুতি কৰ্তৃপক্ষৰ

এন ই নাও নিউজ. গুৱাহাটী by এন ই নাও নিউজ. গুৱাহাটী
July 12, 2026 7:10 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহত্তৰ সাজেই-দগাঁও অঞ্চলৰ ৰাইজক উন্নত আৰু সুলভ স্বাস্থ্যসেৱা প্ৰদানৰ লক্ষ্যৰে দেওবাৰে সাজেই-দগাঁও চ‘কত ‘ৰিতুৰাজ আই কেয়াৰ‘ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। এই উদ্বোধনী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এক বিনামূলীয়া চকু পৰীক্ষা আৰু চিকিৎসা শিবিৰত শতাধিক লোকে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ আৰু প্ৰয়োজনীয় স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰে।

Apply Now

উদ্বোধনী অনুষ্ঠানত ৰিতুৰাজ আই কেয়াৰৰ স্বত্বাধিকাৰী ধীৰেন দত্তই নিজৰ বক্তব্য প্ৰদান কৰি কয় যে চকুৰ সুস্বাস্থ্য প্ৰতিজন মানুহৰ সুস্থ জীৱনৰ এক অপৰিহাৰ্য অংশ। সাজেই-দগাঁও অঞ্চলৰ ৰাইজে যাতে উন্নত, সুলভ আৰু বিশ্বাসযোগ্য চকুৰ চিকিৎসা সেৱা নিজৰ অঞ্চলতেই লাভ কৰিব পাৰে, সেয়াই এই প্ৰতিষ্ঠানটোৰ মূল লক্ষ্য বুলি তেওঁ উল্লেখ কৰে।

এন ই নাও নিউজ. গুৱাহাটী

এন ই নাও নিউজ. গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীত পুনৰ কৃত্ৰিম বানৰ সংহাৰ! নেৰানেপেৰা বৰষুণত জলমগ্ন গুৱাহাটীৰ একাধিক প্ৰান্ত;

গুৱাহাটীত পুনৰ কৃত্ৰিম বানৰ সংহাৰ! নেৰানেপেৰা বৰষুণত জলমগ্ন গুৱাহাটীৰ একাধিক প্ৰান্ত;

July 12, 2026 7:45 pm
সাজেই-দগাঁও চ’কত ‘ৰিতুৰাজ আই কেয়াৰ’ আনুষ্ঠানিকভাৱে উদ্বোধন

সাজেই-দগাঁও চ’কত ‘ৰিতুৰাজ আই কেয়াৰ’ আনুষ্ঠানিকভাৱে উদ্বোধন

July 12, 2026 7:10 pm
প্ৰণৱ দলে আৰু আদিত্য ৰাভাৰ গ্ৰেপ্তাৰক তীব্ৰ গৰিহণা অসম নাগৰিক সন্মিলনৰ, চৰকাৰক কঠোৰ সমালোচনা

প্ৰণৱ দলে আৰু আদিত্য ৰাভাৰ গ্ৰেপ্তাৰক তীব্ৰ গৰিহণা অসম নাগৰিক সন্মিলনৰ, চৰকাৰক কঠোৰ সমালোচনা

July 12, 2026 6:38 pm
প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক তীব্ৰ গৰিহণা আৰু অতি শীঘ্ৰে মুক্তিৰ দাবী জনাই চৰকাৰক কঠোৰ সমালোচনা ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক তীব্ৰ গৰিহণা আৰু অতি শীঘ্ৰে মুক্তিৰ দাবী জনাই চৰকাৰক কঠোৰ সমালোচনা ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

July 12, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত পুনৰ কৃত্ৰিম বানৰ সংহাৰ! নেৰানেপেৰা বৰষুণত জলমগ্ন গুৱাহাটীৰ একাধিক প্ৰান্ত;

গুৱাহাটীত পুনৰ কৃত্ৰিম বানৰ সংহাৰ! নেৰানেপেৰা বৰষুণত জলমগ্ন গুৱাহাটীৰ একাধিক প্ৰান্ত;

July 12, 2026 7:45 pm
সাজেই-দগাঁও চ’কত ‘ৰিতুৰাজ আই কেয়াৰ’ আনুষ্ঠানিকভাৱে উদ্বোধন

সাজেই-দগাঁও চ’কত ‘ৰিতুৰাজ আই কেয়াৰ’ আনুষ্ঠানিকভাৱে উদ্বোধন

July 12, 2026 7:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd