• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিৰ চূড়ান্ত খচৰাক লৈ অসম চৰকাৰৰ ভূমিকা উদ্বেগজনক, মন্তব্য হীৰেন গোহাঁইৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 28, 2018 8:22 pm
hiren gohain on nrc

হীৰেন গোহাঁই। ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ৰাইজে গভীৰ আশাৰে বাট চাই থকা এন আৰ চিৰ চূড়ান্ত খচৰাক লৈ অসম চৰকাৰৰ ভূমিকা উদ্বেগজনক বুলি আজি ২৮ জুনত মত প্ৰকাশ কৰিছে বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোহাঁয়ে।

‘ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাৰ বাবে অসমৰ বিভিন্ন স্তৰৰ অগণন ৰাইজে গভীৰ আশাৰে বাট চাই আছে। কিন্তু পৰিতাপৰ কথা যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ হ’লে ৰাজ্যখনত হুৱা-দুৱা লাগিব আৰু চৰম বিশৃংখলতাৰ সৃষ্টি হ’ব বুলি চৰকাৰে নিজেই উদ্বেগজনক মন্তব্য কৰি আছে,’ মন্তব্য গোহাঁইৰ।

Apply Now

নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চ আৰু বাওঁ গণতান্ত্ৰিক মঞ্চ, অসমে আজি গুৱাহাটী প্ৰে’ছ ক্লাবত আয়োজন কৰা সংবাদমেলত কেন্দ্ৰীয় চৰকাৰৰ পৰা বৃহৎসংখ্যক অৰ্ধসামৰিক বাহিনী ৰাজ্যত মোতায়েম কৰাৰ কথা ৰাজ্য চৰকাৰে প্ৰচাৰ কৰি থকা কথাটোত তেওঁ অসন্তুষ্টি প্ৰকাশ কৰে।

‘আইন-শৃংখলা ৰক্ষাত চৰকাৰ মনোযোগী হোৱাটো সকলোৱে বিচাৰে। কিন্তু তাকে লৈ আগতীয়া উত্তেজনা সঞ্চাৰ কৰাটো দুৰ্ভাগ্যজনক,‘ ক’লে গোহাঁয়ে।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰাৰ আলম লৈ দুষ্কৃতিকাৰীয়ে কাকো জুলুম কৰিব নোৱৰাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবেও চৰকাৰক তেওঁ আহ্বান জনায়।

এন আৰ চিৰ চূড়ান্ত খচৰাক লৈ ‘কোনো পৰিস্থিতিতে প্ৰৰোচিত’ নহ’বলৈ ৰাইজক আহ্বান জনাই তেওঁ কয়  ‘এন আৰ চিৰ চূড়ান্ত খচৰা সম্পৰ্কে ৰাইজৰ কিবা ওজৰ-আপত্তি থাকিলে নিষ্পত্তি কৰাৰ বিধিগত ব্যৱস্থা আছে।‘

আনহাতে অসমৰ সংবাদ মাধ্যমে ‘বস্তুনিষ্ঠ আৰু দায়িত্ববোধেৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সংক্ৰান্তত বাতৰি পৰিৱেশন কৰি ৰাজ্যখনৰ শান্তি-সম্প্ৰীতি অটুট ৰখাত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব’ বুলি সংবাদমেলত আশা প্ৰকাশ কৰে বৰ্ষীয়ান বুদ্ধিজীৱীগৰাকীয়ে।

ইয়াৰোপৰি ৰাষ্ট্ৰসংঘৰপৰা অসমৰ এন আৰ চি সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰলৈ অহা পত্ৰৰ প্ৰসংগত তেওঁ কয় ‘ৰাষ্ট্ৰসংঘৰ পৰা গৃহ বিভাগলৈ চিঠি প্ৰেৰণ কৰা কথাটো আচৰিত হ’বলগীয়া কথা নহয়। কেন্দ্ৰীয় চৰকাৰে এই চিঠিৰ উত্তৰ কিভাৱে দিয়ে সেইটোহে আচল কথা।‘

ৰাষ্ট্ৰসংঘৰ পৰা অহা চিঠিৰ স্বাক্ষৰকাৰীসকলে ‘কোনোবাই তেওঁলোকক অভিযোগ কৰা বুলিহে উল্লেখ কৰিছে, কোৱা নাই যে তেওঁলোকে সেই কথাত পতিয়ন গৈছে,’ মন্তব্য গোহাঁইৰ।

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ সদস্যসকল অসমৰ পৰিস্থিতি সম্পৰ্কে সম্পূৰ্ণৰূপে অৱগত নহয় বুলিও গোহাঁয়ে সংবাদমেলত মত প্ৰকাশ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৬৫৭ কোটি টকাৰ বেংক কেলেংকাৰী আৰু ৰাজ্যসভা নিৰ্বাচনৰ বিতৰ্ক: অতি সোনকালেই নিলম্বিত হ’ব আই এ এছ বিষয়া পংকজ আগৰৱালা

৬৫৭ কোটি টকাৰ বেংক কেলেংকাৰী আৰু ৰাজ্যসভা নিৰ্বাচনৰ বিতৰ্ক: অতি সোনকালেই নিলম্বিত হ’ব আই এ এছ বিষয়া পংকজ আগৰৱালা

June 24, 2026 11:40 am
ম্যানমাৰত  ছমাহত ৭০২ জন সাধাৰণ নাগৰিকক হত্যা কৰিলে সেনাই! পোহৰলৈ আহিল ৰাষ্ট্ৰসংঘৰ ভয়ংকৰ প্ৰতিবেদন

ম্যানমাৰত  ছমাহত ৭০২ জন সাধাৰণ নাগৰিকক হত্যা কৰিলে সেনাই! পোহৰলৈ আহিল ৰাষ্ট্ৰসংঘৰ ভয়ংকৰ প্ৰতিবেদন

June 24, 2026 10:40 am
বিশ্বকাপৰ  খবৰ : পানামাক ১-০ গ’লত পৰাস্ত কৰি ক্ৰোৱেচিয়াৰ বিজয় অভিযান আৰম্ভ

বিশ্বকাপৰ  খবৰ : পানামাক ১-০ গ’লত পৰাস্ত কৰি ক্ৰোৱেচিয়াৰ বিজয় অভিযান আৰম্ভ

June 24, 2026 10:09 am
দুটাকৈ গ’লেৰে মেছিক প্ৰত্যুত্তৰ ৰোনাল্ডোৰ! উজবেকিস্তানক ৫ গ’লত পৰাস্ত কৰিলে পৰ্তুগালে

দুটাকৈ গ’লেৰে মেছিক প্ৰত্যুত্তৰ ৰোনাল্ডোৰ! উজবেকিস্তানক ৫ গ’লত পৰাস্ত কৰিলে পৰ্তুগালে

June 24, 2026 9:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৬৫৭ কোটি টকাৰ বেংক কেলেংকাৰী আৰু ৰাজ্যসভা নিৰ্বাচনৰ বিতৰ্ক: অতি সোনকালেই নিলম্বিত হ’ব আই এ এছ বিষয়া পংকজ আগৰৱালা

৬৫৭ কোটি টকাৰ বেংক কেলেংকাৰী আৰু ৰাজ্যসভা নিৰ্বাচনৰ বিতৰ্ক: অতি সোনকালেই নিলম্বিত হ’ব আই এ এছ বিষয়া পংকজ আগৰৱালা

June 24, 2026 11:40 am
ম্যানমাৰত  ছমাহত ৭০২ জন সাধাৰণ নাগৰিকক হত্যা কৰিলে সেনাই! পোহৰলৈ আহিল ৰাষ্ট্ৰসংঘৰ ভয়ংকৰ প্ৰতিবেদন

ম্যানমাৰত  ছমাহত ৭০২ জন সাধাৰণ নাগৰিকক হত্যা কৰিলে সেনাই! পোহৰলৈ আহিল ৰাষ্ট্ৰসংঘৰ ভয়ংকৰ প্ৰতিবেদন

June 24, 2026 10:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd