• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ছাত্ৰৰ প্ৰতিবাদত কিয় লাঠীচাৰ্জ, কন্দুৱা গেছ? মোদীৰ বাসভৱনৰ সন্মুখত ৰাহুলৰ ধৰ্ণা, হঠাতে উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 21, 2026 6:33 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীত ছাত্ৰ আৰু যুৱকসকলৰ সমদলত আৰক্ষীয়ে চলোৱা লাঠীচাৰ্জ আৰু কন্দুৱা গেছ নিক্ষেপৰ প্ৰতিবাদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱনৰ সমীপত ধৰ্ণাত বহে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। মঙলবাৰে লোককল্যাণ মাৰ্গত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত ৰাহুলৰ ভগ্নী তথা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী, এআইচিচিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালকে ধৰি আন আন কংগ্ৰেছ সাংসদসকলেও অংশগ্ৰহণ কৰে।

ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গে আৰু প্ৰিয়ংকা গান্ধীকে ধৰি কংগ্ৰেছ নেতাসকলে প্ৰধানমন্ত্ৰীৰ লোককল্যাণ মাৰ্গৰ বাসভৱনৰ সমীপত ধৰ্ণা আৰম্ভ কৰাৰ পাছতেই কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে গৈ তেওঁলোকক সাক্ষাৎ কৰে। তেওঁ এই কটকটীয়া নিৰাপত্তাবেষ্টনী থকা এলেকাটোৰ পৰা ধৰ্ণা প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনায়। ইয়াৰ বিপৰীতে ৰাহুল গান্ধী আৰু কংগ্ৰেছ নেতাসকলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদত্যাগ দাবী কৰে।

Apply Now

উল্লেখযোগ্য যে, চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষা নিটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ প্ৰতিবাদত ককৰোচ জনতা পাৰ্টি চমুকৈ চিজেপিৰ আহ্বানত সোমবাৰে সংসদ ভৱনলৈ উলিওৱা সমদলক কেন্দ্ৰ কৰি দিল্লীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। আৰক্ষীৰ লাঠী আৰু কন্দুৱা গেছৰ বাধা নেওচি সোমবাৰে দুপৰীয়া প্ৰতিবাদকাৰীসকল সংসদ ভৱনৰ ওচৰ পাইছিলগৈ। নিৰাপত্তাৰ খাতিৰত সংসদৰ মূল গেট বন্ধ কৰি দিয়া হৈছিল। সোমবাৰৰ পৰাই সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হৈছে আৰু তাত প্ৰধানমন্ত্ৰীকে ধৰি বিভিন্ন দলৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰীসকল উপস্থিত আছিল।

চিজেপিৰ নেতৃত্বই অভিযোগ কৰা অনুসৰি, তেওঁলোকৰ শান্তিপূৰ্ণ আন্দোলনত আৰক্ষীয়ে দমনমূলক আচৰণ কৰিছে। এমাহ পূৰ্বে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত চিজেপিয়ে যন্তৰ মন্তৰত আৰম্ভ কৰা আন্দোলনক প্ৰথমে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে গুৰুত্ব দিয়া নাছিল। কিন্তু ধৰ্ণাস্থলীত সোনোম ৱাংচুকৰ যোগদান, ক্ৰমাগত অনশন আৰু জনসাধাৰণৰ ব্যাপক সমৰ্থন দেখি অৱশেষত কেন্দ্ৰীয় মন্ত্ৰী জে পি নড্ডাক সমাধান সূত্ৰ বিচাৰিবলৈ দায়িত্ব দিয়া হয়। প্ৰতিবাদৰ অন্ত পেলাবলৈ তেওঁ চিজেপি নেতাসকলৰ সৈতে এলানি বৈঠকত মিলিত হয় আৰু শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীকে ধৰি তেওঁলোকৰ অন্যান্য দাবীসমূহ পৰীক্ষা কৰি চোৱাৰ আশ্বাস প্ৰদান কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

সাংবাদিক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

উজনিৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সন্মিলনৰ; সমৰ-সদৃশ তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ দাবী

উজনিৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সন্মিলনৰ; সমৰ-সদৃশ তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ দাবী

July 21, 2026 7:05 pm
ছাত্ৰৰ প্ৰতিবাদত কিয় লাঠীচাৰ্জ, কন্দুৱা গেছ? মোদীৰ বাসভৱনৰ সন্মুখত ৰাহুলৰ ধৰ্ণা, হঠাতে উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী

ছাত্ৰৰ প্ৰতিবাদত কিয় লাঠীচাৰ্জ, কন্দুৱা গেছ? মোদীৰ বাসভৱনৰ সন্মুখত ৰাহুলৰ ধৰ্ণা, হঠাতে উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী

July 21, 2026 6:33 pm
অপাৰেচন কগাৰৰ ভয়ংকৰ তথ্য : বস্তৰত ২৭ মাহত ৬০৭ জনৰ মৃত্যু, পি ইউ ডি আৰৰ প্ৰতিবেদনত উত্থাপন হৈছে বহু প্ৰশ্ন

অপাৰেচন কগাৰৰ ভয়ংকৰ তথ্য : বস্তৰত ২৭ মাহত ৬০৭ জনৰ মৃত্যু, পি ইউ ডি আৰৰ প্ৰতিবেদনত উত্থাপন হৈছে বহু প্ৰশ্ন

July 21, 2026 5:06 pm
দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ : ২৪ দিনৰ অনশনৰ অন্তত সোণম ৱাংচুকক চিকিৎসালয় সলনিৰ অনুমতি, কেন্দ্ৰৰো নাই কোনো আপত্তি

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ : ২৪ দিনৰ অনশনৰ অন্তত সোণম ৱাংচুকক চিকিৎসালয় সলনিৰ অনুমতি, কেন্দ্ৰৰো নাই কোনো আপত্তি

July 21, 2026 4:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সন্মিলনৰ; সমৰ-সদৃশ তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ দাবী

উজনিৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সন্মিলনৰ; সমৰ-সদৃশ তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ দাবী

July 21, 2026 7:05 pm
ছাত্ৰৰ প্ৰতিবাদত কিয় লাঠীচাৰ্জ, কন্দুৱা গেছ? মোদীৰ বাসভৱনৰ সন্মুখত ৰাহুলৰ ধৰ্ণা, হঠাতে উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী

ছাত্ৰৰ প্ৰতিবাদত কিয় লাঠীচাৰ্জ, কন্দুৱা গেছ? মোদীৰ বাসভৱনৰ সন্মুখত ৰাহুলৰ ধৰ্ণা, হঠাতে উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী

July 21, 2026 6:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd