• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

দীৰ্ঘ ২৬ দিনৰ পাছত অৱশেষত বৃহস্পতিবাৰে নিশা অনশন ভাঙিলে সমাজকৰ্মী সোনম ৱাংচুকে। দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই সোনমক নিজ হাতেৰে খাদ্য খুৱাই অনশন ভংগ কৰায়।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 24, 2026 8:33 am
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘ ২৬ দিনৰ পাছত অৱশেষত বৃহস্পতিবাৰে নিশা অনশন ভাঙিলে সমাজকৰ্মী সোনম ৱাংচুকে। দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই সোনমক নিজ হাতেৰে খাদ্য খুৱাই অনশন ভংগ কৰায়। সেই সময়ত চিকিৎসালয়খনত আন এজন কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙো উপস্থিত আছিল। অনশন ভংগ কৰাৰ পাছত সমাজকৰ্মী সোনম ৱাংচুকে উপস্থিত কেন্দ্ৰীয় মন্ত্ৰীসকলৰ লগতে সমগ্ৰ দেশবাসীক ধন্যবাদ জ্ঞাপন কৰে।

কেন্দ্ৰীয় মন্ত্ৰী নাড্ডাৰ হাতত ধৰি সোনমে জনায় যে তেওঁ অতিকে কৃতজ্ঞ আৰু অনশন ভাঙিব পৰাত অত্যন্ত সুখী হৈছে। ইয়াৰ পাছতে তেওঁ কাষতে থকা পত্নী গীতাঞ্জলিকো ধন্যবাদ জনায়। সোনমে উল্লেখ কৰে যে দুই কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰাৰ পূৰ্বে বিভিন্ন ৰাজনৈতিক দলৰ মুঠ ৬৫ গৰাকী সংসাদ্ই তেওঁলৈ লিখিত অনুৰোধ প্ৰেৰণ কৰি অনশন প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছিল। দেশৰ সাম্প্ৰতিক পৰিস্থিতি আৰু বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় বিবেচনা কৰাৰ পাছতেই তেওঁ এই অনশন আন্দোলন অন্ত পেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Apply Now

উল্লেখ্য যে, নিট পৰীক্ষাৰ প্ৰশ্নপ্ৰত্ৰ ফাদিলৰ উত্তৰ বিচাৰি আৰু দেশৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত যোৱা ২৬ জুনৰ পৰা দিল্লীৰ যন্তৰ মন্তৰত আমৰণ অনশন আৰম্ভ কৰিছিল সোনমে। লাহে লাহে এই আন্দোলনে ৰাজধানী চহৰখনত এক বৃহৎ প্ৰতিবাদৰ ৰূপ লয়। অনশনৰ ফলত সোনমৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক প্ৰথমে এখন চৰকাৰী চিকিৎসালয়লৈ নিয়া হয় যদিও তাত তেওঁ চিকিৎসা ল‘বলৈ অমান্তি হয়। পৰৱৰ্তী সময়ত আদালতৰ নিৰ্দেশত তেওঁক মেদান্তা চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। চিকিৎসালয়ৰ পৰাও তেওঁ শিক্ষাৰ্থীসকলৰ সুৰক্ষা আৰু অধিকাৰ সুনিশ্চিত নকৰালৈকে অনশন চলাই যোৱাৰ কথা স্পষ্ট কৰি দিছিল।

ইফালে শিক্ষা খণ্ডৰ এই সমস্যাসমূহক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও নিজৰ স্থিতি স্পষ্ট কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে জনায় যে শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ সৈতে চৰকাৰে কেতিয়াও বুজাবুজি নকৰে আৰু যুৱপ্ৰজন্মৰ উজ্বল ভৱিষ্যত সুনিশ্চিত কৰাই চৰকাৰৰ মূল লক্ষ্য। ইয়াৰ উপৰিও ঘটনাৰ দ্ৰুত বিচাৰৰ বাবে ফাস্ট ট্ৰেক আদালত গঠন আৰু কঠোৰ শাস্তিৰ ব্যৱস্থা থকা এক বিধেয়কৰ খচৰা প্ৰস্তুত কৰা হৈছে। এই বিধেয়কখন মন্ত্ৰীসভাৰ বৈঠকত আলোচনা কৰাৰ পাছত আগন্তুক সংসদৰ অধিৱেশনত পাছ কৰোৱাৰ বাবে চৰকাৰে পূৰ্ণ প্ৰচেষ্টা চলাব বুলি আশ্বাস প্ৰদান কৰে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

July 24, 2026 9:02 am
২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

July 24, 2026 8:33 am
মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

July 24, 2026 8:00 am
নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

July 24, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

July 24, 2026 9:02 am
২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

July 24, 2026 8:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd