• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

নতুন দিল্লীৰ যন্তৰ মন্তৰত ককৰোচ জনতা পাৰ্টী চমুকৈ চি জে পিৰ প্ৰতিবাদত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলৰ বাবে ১৫০ খন পিজ্জা পঠিয়াই ছচিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে নাগালেণ্ডৰ এজন যুৱক।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 24, 2026 2:08 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন দিল্লীৰ যন্তৰ মন্তৰত ককৰোচ জনতা পাৰ্টী চমুকৈ চি জে পিৰ প্ৰতিবাদত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলৰ বাবে ১৫০ খন পিজ্জা পঠিয়াই ছচিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে নাগালেণ্ডৰ এজন যুৱক। সমগ্ৰ দেশৰ পৰা এই প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ অহা লোকসকলক সহায় কৰাৰ উদ্দেশ্যে তেওঁ এই পদক্ষেপ গ্ৰহণ কৰে। উল্লেখযোগ্য যে নিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু শৈক্ষিক সংস্কাৰৰ দাবীত শিক্ষাৰ্থী আৰু সমৰ্থকসকলে চৰকাৰৰ পৰা উত্তৰ বিচৰাৰ লগতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবী কৰি এই প্ৰতিবাদ সাব্যস্ত কৰিছে।

ইনষ্টাগ্ৰামৰ এটি পোষ্টত ঝা লহৌ নামৰ যুৱকজনে প্ৰকাশ কৰে যে তেওঁ দিল্লীলৈ যাবলৈ অসমৰ্থ আছিল যদিও অন্য ধৰণে এই প্ৰতিবাদলৈ বৰঙণি আগবঢ়াব বিচাৰিছিল। তেওঁ লিখিছে যে প্ৰতিবাদস্থলীত উপস্থিত থাকিব নোৱাৰাৰ দুখত আৰু নিজৰ ভাই-ভনীসকলে তাত ভোকত থকাৰ কথা ভাবি তেওঁ ৰাতিৰ আহাৰ গ্ৰহণ কৰিব পৰা নাছিল। সেয়েহে তেওঁ ১৫০ খন ডমিনজ ফাৰ্মহাউচ চিজ বাৰ্ষ্ট পিজ্জা অৰ্ডাৰ কৰে আৰু ডেলিভাৰী বয়জনক যিসকল প্ৰতিবাদকাৰীয়ে একো খোৱা নাই তেওঁলোকৰ মাজত বিতৰণ কৰিবলৈ অনুৰোধ জনায়।

Apply Now

যুৱকজনে জানিবলৈ দিয়া মতে ডেলিভাৰী বয়জনে যেতিয়া তেওঁক ফোন কৰি সুধিছিল যে এই পিজ্জাখিনি কাক দিব লাগিব, তেতিয়া তেওঁ উত্তৰ দিছিল যে যিয়ে একো খোৱা নাই তেওঁলোকক এইখিনি দি দিয়ক। পোষ্টটোৰ অনুসৰি ডেলিভাৰী বয়জনে পিছত তেওঁক কৈছিল যে আপুনি সেই মানুহখিনিৰ বাবে ভগৱান স্বৰূপ। লহৌৱে কয় যে এই কথাষাৰে তেওঁক উপলব্ধি কৰোৱায় যে প্ৰতিবাদস্থলীত উপস্থিত নথকা বহুতো লোকৰ হৃদয়তো এই প্ৰতিবাদে স্পৰ্শ কৰিছে। তেওঁ স্পষ্ট কৰি দিয়ে যে এই পোষ্টটোৰ উদ্দেশ্য নিজকে প্ৰদৰ্শন কৰা নহয়, বৰঞ্চ আনকো সহায় কৰিবলৈ অনুপ্ৰাণিত কৰাহে। দিল্লীত উপস্থিত নাথাকিলেও যে সহায় কৰিব পাৰি, সেই কথা মানুহক বুজাবলৈকে তেওঁ এই পোষ্টটো কৰিছে। লগতে তেওঁ নাগালেণ্ড, উত্তৰ-পূৰ্বাঞ্চল আৰু দেশৰ আন প্ৰান্তৰ লোকসকলকো সক্ষমতা অনুসৰি খাদ্য পঠিয়াই প্ৰতিবাদকাৰীসকলক সহায় কৰিবলৈ আহ্বান জনায়। ছচিয়েল মিডিয়াত এই পোষ্টটোৱে ব্যাপক চৰ্চা লাভ কৰিছে আৰু বহুতে যুৱকজনৰ এই কাৰ্যক প্ৰতিবাদকাৰীসকলৰ প্ৰতি থকা এক গভীৰ সমৰ্থন বুলি প্ৰশংসা কৰিছে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

July 24, 2026 2:08 pm
অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

July 24, 2026 1:00 pm
ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিল্লী বিশ্ববিদ্যালয়ৰ

ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিল্লী বিশ্ববিদ্যালয়ৰ

July 24, 2026 12:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

July 24, 2026 2:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd