• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিট প্ৰতিবাদকাৰীলৈ সকাহ: ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰত সেউজ সংকেত উচ্চতম ন্যায়ালয়ৰ

নিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ বা এফ আই আৰ প্ৰত্যাহাৰ কৰাত কোনো আইনী বাধা নাই। ন্যায়ালয়ে জনায় যে যোৱা ২৮ জুলাইত দিয়া নিৰ্দেশে দিল্লী বা আন কোনো ৰাজ্য চৰকাৰক আইনসন্মতভাৱে এই গোচৰসমূহ বন্ধ বা প্ৰত্যাহাৰ কৰাত বাধা প্ৰদান নকৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2026 6:24 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে নিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ বা এফ আই আৰ প্ৰত্যাহাৰ কৰাত কোনো আইনী বাধা নাই। ন্যায়ালয়ে জনায় যে যোৱা ২৮ জুলাইত দিয়া নিৰ্দেশে দিল্লী বা আন কোনো ৰাজ্য চৰকাৰক আইনসন্মতভাৱে এই গোচৰসমূহ বন্ধ বা প্ৰত্যাহাৰ কৰাত বাধা প্ৰদান নকৰে।

 

Apply Now

যোৱা ২০ জুলাইত দিল্লীত ৰূপায়িত ‘সংসদ ভৱন যাত্ৰা’ আৰু ইয়াৰ পাছত দেশৰ বিভিন্ন ৰাজ্যত সংঘটিত হোৱা প্ৰতিবাদত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীক সাধাৰণ ক্ষমা প্ৰদানৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰে নিজৰ দায়বদ্ধতা প্ৰকাশ কৰাৰ পাছতেই ন্যায়ালয়ে এই স্পষ্টীকৰণ আগবঢ়ায়।

 

মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বাধীন বিচাৰপীঠে লগতে স্পষ্ট কৰি দিয়ে যে অপৰাধমূলক পটভূমি নথকা প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব বুলি পূৰ্বে দিয়া নিৰ্দেশ বাহাল থাকিব। অৱশ্যে, ধৰ্ষণ বা আন জঘন্য অপৰাধত জড়িত অভিযুক্তৰ ক্ষেত্ৰত এই সুৰক্ষা প্ৰযোজ্য নহ’ব।

 

সমগ্ৰ দেশতে ৰুজু হোৱা এনে গোচৰসমূহ প্ৰথমে চিনাক্ত আৰু শ্ৰেণীভুক্ত কৰিবলৈ বিচাৰপীঠখনে পৰামৰ্শ আগবঢ়াইছে, যাতে কৰ্তৃপক্ষই প্ৰতিটো গোচৰৰ ক্ষেত্ৰত উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। ন্যায়াধীশ জয়মাল্য বাগচীয়ে লগতে কয় যে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩ ৰ ১৯৩ ধাৰাৰ অধীনত তদন্তকাৰী সংস্থাই গোচৰ বন্ধ কৰাৰ প্ৰতিবেদন দাখিল কৰিব পাৰিব আৰু চৰকাৰী অধিবক্তাই আইন অনুসৰি গোচৰ প্ৰত্যাহাৰৰ আৱেদন জনাব পাৰিব।

 

কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লী আৰক্ষীৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ন্যায়ালয়ক অৱগত কৰে যে ছাত্ৰ-ছাত্ৰীক দিয়া প্ৰতিশ্ৰুতি পালনৰ ক্ষেত্ৰত চৰকাৰ আন্তৰিক আৰু ইয়াৰ বাবে প্ৰতিবাদৰ নেতৃত্ব বহনকাৰীসকলৰ সৈতে চৰকাৰৰ আলোচনা অব্যাহত আছে।

 

আনহাতে, ভিৰ নিয়ন্ত্ৰণৰ বাবে ‘পেলেট গান’ ব্যৱহাৰৰ ক্ষেত্ৰত এক বিস্তৃত আৰু একত্ৰিত নীতি-নিৰ্দেশনা প্ৰস্তুত কৰাৰ বিষয়টোও বিচাৰপীঠে বিবেচনা কৰিব বুলি জনোৱা হয়। গোচৰটোৰ পৰৱৰ্তী শুনানি অহা ১৮ আগষ্টত অনুষ্ঠিত হ’ব আৰু তেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰক নিজৰ প্ৰত্যুত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am
বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

October 3, 2026 8:08 am
বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am
বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

October 3, 2026 8:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd