• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ন্যায়িক ত্ৰুটিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে কয় যে পৰ্যাপ্ত প্ৰমাণ অবিহনে ২২ বছৰৰ বাবে এজন ব্যক্তিৰ স্বাধীনতা কাঢ়ি লোৱা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 6, 2026 8:06 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

85
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰ পৰা ২২ বছৰ পূৰ্বে ওড়িশাৰ নবৰংপুৰ থানাৰ অন্তৰ্গত হিৰলী গাঁৱত তিনিজন লোকক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগত অভিযুক্ত অৰ্জুন জানীক অৱশেষত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত দুটা দশকৰো অধিক কাল কাৰাগাৰত কটাবলগীয়া হোৱাৰ পিছত মুকলি কৰি দিয়া হ’ল।

এই ন্যায়িক ত্ৰুটিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে কয় যে পৰ্যাপ্ত প্ৰমাণ অবিহনে ২২ বছৰৰ বাবে এজন ব্যক্তিৰ স্বাধীনতা কাঢ়ি লোৱা হৈছিল।

Apply Now

২০০৪ চনত নবৰংপুৰ আৰক্ষী থানাৰ অন্তৰ্গত হিৰলী গাঁৱত তিনিগৰাকী মহিলাক নৃশংসভাৱে হত্যা কৰা হৈছিল। ঘটনাৰ পিছত এজন মাত্ৰ সম্ভাৱ্য প্ৰত্যক্ষদৰ্শীয়ে ঘটনাস্থলীত লোকজনক দেখা বুলি দাবী কৰাত অৰ্জুন জানীক গ্ৰেপ্তাৰ কৰা হয়।

এই গোচৰৰ প্ৰেক্ষাপটত শীৰ্ষ ন্যায়ালয়ে কয় যে পৰ্যাপ্ত প্ৰমাণ অবিহনে এজন ব্যক্তিক দুটা দশকৰো অধিক সময় কাৰাগাৰত ৰখাটো দেশৰ ন্যায়িক ব্যৱস্থাৰ সামূহিক বিফলতা।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত এক তদন্তত প্ৰকাশ পাইছে যে নবৰংপুৰ থানাৰ আৰক্ষীয়ে প্ৰথমে তেওঁক সন্দেহজনকভাৱে গ্ৰেপ্তাৰ কৰিছিল। তাৰ পিছত জেৰাৰ সময়ত তেওঁলোকে তেওঁৰ পৰা স্বীকাৰোক্তি উলিয়াবলৈ ‘থাৰ্ড ডিগ্ৰী’ পদ্ধতি ব্যৱহাৰ কৰিছিল অভিযোগ উত্থাপন হৈছে।

আৰক্ষীৰ নিৰ্মম প্ৰহাৰত অৰ্জুন জানীয়ে যি স্বীকাৰোক্তি দিছিল তাৰ ওপৰত ভিত্তি কৰিয়েই শেষলৈকে চৰকাৰী পক্ষৰ গোচৰটো টিকিছিল। ফলত অৰ্জুন জানীক দোষী সাব্যস্ত কৰি দীৰ্ঘদিনীয়া কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। তিনিগৰাকী মহিলাক হত্যা কৰাৰ অপৰাধত তেওঁ ২২ বছৰ কাৰাদণ্ড ভুগিছে।

তদন্তৰ সৈতে জড়িত প্ৰমাণ আৰু পৰিস্থিতিসমূহ পুনৰীক্ষণ কৰাৰ পিছত উচ্চতম ন্যায়ালয়ে এই সিদ্ধান্তত উপনীত হয় যে ৰাষ্ট্ৰপক্ষই যুক্তিসংগত সন্দেহৰ বাহিৰত অভিযুক্তৰ দোষী প্ৰমাণ কৰিব নোৱাৰে।

সকলো তদন্তৰ অন্তত ন্যায়াধীশ জে.বি.পাৰদিৱালা, ন্যায়াধীশ কে বিনোদ চন্দ্ৰন আৰু ন্যায়াধীশ এছ.কে. সিঙৰ বিচাৰপীঠে ৰায় দিয়ে যে বিশ্বাসযোগ্য আৰু আইনী প্ৰমাণৰ অভাৱত এই দণ্ডাদেশ আৰু বাহাল ৰাখিব নোৱাৰি।

অৰ্জুন জানীক সকলো অভিযোগৰ পৰা মুক্ত কৰি উচ্চতম ন্যায়ালয়ে তেওঁৰ স্বাধীনতা পুনৰ ঘূৰাই অনাই নহয়, এজন নিৰীহ লোকৰ ২২ বছৰ নষ্ট কৰাৰ বাবে ন্যায়িক ব্যৱস্থাৰ ত্ৰুটিসমূহৰো তীব্ৰ সমালোচনা কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

August 6, 2026 7:14 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

August 6, 2026 6:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd