• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

দিশহীন ট্ৰাম্পৰ মুখত ‘আল্লাহৰ প্ৰশংসা’! হৰমুজ প্ৰণালীৰ ওপৰত আমেৰিকাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণৰ দাবী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 13, 2026 12:44 pm
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হৰমুজ প্ৰণালীৰ ওপৰত আমেৰিকাৰ ‘সম্পূৰ্ণ নিয়ন্ত্ৰণ’ আছে বুলি দাবী কৰিছে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। বুধবাৰে ট্ৰাম্পে কয় যে কৌশলগতভাৱে অতি গুৰুত্বপূৰ্ণ এই জলপথটোৰ নিয়ন্ত্ৰণ আমেৰিকাৰ হাততেই থাকিব বুলি তেওঁ বিশ্বাস কৰে।

আমেৰিকাৰ নৌ-অৱৰোধৰ প্ৰশংসা কৰি ট্ৰাম্পে ইয়াক ‘ইস্পাতৰ দেৱাল’ বুলি অভিহিত কৰে। তেওঁৰ দাবী অনুসৰি, এই অৱৰোধৰ বিৰুদ্ধে ইৰানৰ বিশেষ একো কৰাৰ ক্ষমতা নাই। ট্ৰাম্পে কয়, “হৰমুজ প্ৰণালীৰ ওপৰত আমেৰিকাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আছে। মোৰ বিশ্বাস, আমি এই নিয়ন্ত্ৰণ ধৰি ৰাখিম।”

Apply Now

ইয়াৰ লগতে ট্ৰাম্পে ইৰানৰ সামৰিক আৰু অৰ্থনৈতিক অৱস্থাক লৈ তীব্ৰ সমালোচনা কৰে। তেওঁৰ দাবী, ইৰানৰ কোনো নৌসেনা বা বিমান বাহিনী নাই আৰু দেশখনৰ অৱশিষ্ট সৈন্যসকলকো দৰমহা দিব পৰা হোৱা নাই। ইছলামিক ৰিভলিউচনেৰী গাৰ্ড ক’ৰ্পছ বা আইআৰজিচি ‘বিধ্বস্ত হৈ পৰিছে আৰু পলাই ফুৰিছে’ বুলিও ট্ৰাম্পে মন্তব্য কৰে।

ইৰানৰ নেতৃত্ব আৰু দেশখনৰ অৰ্থনৈতিক অৱস্থাক লৈও ট্ৰাম্পে প্ৰশ্ন উত্থাপন কৰে। তেওঁ ইৰানক ‘ধ্বংসপ্ৰায়’ দেশ বুলি অভিহিত কৰি দাবী কৰে যে দেশখনৰ হাতত কেৱল ‘ভুৱা খবৰ’ আৰু ‘৩০০ শতাংশ মুদ্ৰাস্ফীতি’ আছে, যি আৰু অধিক বেয়াৰ দিশে গৈ আছে। ইৰানক আৰু ‘মধ্য এছিয়াৰ গুণ্ডা’ হিচাপে গণ্য নকৰাৰ কথাও কয় ট্ৰাম্পে। ইয়াৰ পিছত তেওঁ নিজৰ বক্তব্য ‘আল্লাহৰ প্ৰশংসা’ বুলি কৈ শেষ কৰে।

ট্ৰাম্পৰ এই মন্তব্য এনে এটা সময়ত আহিছে, যেতিয়া আমেৰিকা আৰু ইৰানৰ মাজত উত্তেজনা কমোৱাৰ বাবে মধ্যস্থতাকাৰীৰ জৰিয়তে আলোচনা চলি আছে। কিন্তু যুদ্ধবিৰতিৰ সময়সীমা বৃদ্ধি কৰাৰ বিষয়টো ইৰানে স্পষ্টভাৱে নাকচ কৰিছে।

ইৰানৰ এগৰাকী উচ্চপদস্থ বিষয়াই বুধবাৰে ৰয়টাৰ্ছক জনোৱা মতে, যুদ্ধবিৰতিৰ সময়সীমা বৃদ্ধি কৰাৰ সন্দৰ্ভত ইৰান আৰু আমেৰিকাৰ মাজত কোনো আলোচনা হোৱা নাই। ইৰানে এনে কোনো নিৰ্দিষ্ট সময়সীমা স্বীকাৰ নকৰে বুলিও তেওঁ কয়।

ইৰানৰ যুক্তি হৈছে, অন্তৱৰ্তীকালীন চুক্তিখন সঠিকভাৱে কাৰ্যকৰী হোৱাই নাছিল। সেয়ে সেই চুক্তিৰ কোনো সময়সীমা আৰম্ভ হোৱা বুলি ইৰানে মানি নলয়। ইৰানী বিষয়াগৰাকীয়ে কয় যে সময়সীমাই আৰম্ভ নকৰিলে সেই সময়সীমা বৃদ্ধি কৰাৰ প্ৰশ্নও নুঠে।

ইয়াৰ পূৰ্বে তুৰস্কৰ আনাদোলু সংবাদ সংস্থাই প্ৰকাশ কৰিছিল যে জুন মাহত স্বাক্ষৰিত অন্তৱৰ্তীকালীন চুক্তিৰ অধীনত ৬০ দিনীয়া যুদ্ধবিৰতি বৃদ্ধি কৰিবলৈ তেহৰান আৰু ৱাশ্বিংটনে সন্মতি জনাইছে। কিন্তু ইৰানে এই তথ্য পোনপটীয়াকৈ নাকচ কৰিছে।

ইৰানী সূত্ৰটোৱে আমেৰিকাৰ বিৰুদ্ধে চুক্তি ভংগ কৰাৰো অভিযোগ উত্থাপন কৰিছে। তেওঁৰ দাবী অনুসৰি, অন্তৱৰ্তীকালীন চুক্তি স্বাক্ষৰ কৰাৰ ৪৮ ঘণ্টাৰ ভিতৰতে আমেৰিকাই চুক্তিখন ভংগ কৰিছিল আৰু ইয়াৰ কেইদিনমান পিছতে চুক্তিৰ পৰা আঁতৰি গৈছিল।

ফলত যুদ্ধবিৰতিৰ সময়সীমা বৃদ্ধি কৰাৰ সন্দৰ্ভত আমেৰিকাৰ দাবী আৰু ইৰানৰ বক্তব্যৰ মাজত স্পষ্ট পাৰ্থক্য দেখা গৈছে। এফালে ট্ৰাম্পে হৰমুজ প্ৰণালীৰ ওপৰত আমেৰিকাৰ নিয়ন্ত্ৰণ আৰু নৌ-অৱৰোধৰ শক্তি প্ৰদৰ্শন কৰিছে, আনফালে তেহৰানে কোনো যুদ্ধবিৰতিৰ সময়সীমাই আৰম্ভ হোৱা নাই বুলি দাবী কৰিছে।

পশ্চিম এছিয়াত উত্তেজনা কমাবলৈ মধ্যস্থতাকাৰীৰ প্ৰচেষ্টা অব্যাহত থকাৰ মাজতে দুয়োখন দেশৰ এই বিপৰীতমুখী বক্তব্যই কূটনৈতিক সমাধানৰ পথ এতিয়াও কঠিন হৈ থকাৰ ইংগিত দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১০ লাখ লাগিবই : বৰ্নাত্যৰ ক্ষতিপূৰণ বিচাৰি ৮ ঘন্টীয়া অনশনত বহিব অখিল গগৈয়ে

১০ লাখ লাগিবই : বৰ্নাত্যৰ ক্ষতিপূৰণ বিচাৰি ৮ ঘন্টীয়া অনশনত বহিব অখিল গগৈয়ে

August 13, 2026 1:34 pm
অসমত মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে নতুন নিয়ম: নিজৰ বেংক একাউণ্ট নাথাকিলে কৰিব নোৱাৰিব আবেদন

অসমত মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে নতুন নিয়ম: নিজৰ বেংক একাউণ্ট নাথাকিলে কৰিব নোৱাৰিব আবেদন

August 13, 2026 1:28 pm
দিশহীন ট্ৰাম্পৰ মুখত ‘আল্লাহৰ প্ৰশংসা’! হৰমুজ প্ৰণালীৰ ওপৰত আমেৰিকাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণৰ দাবী

দিশহীন ট্ৰাম্পৰ মুখত ‘আল্লাহৰ প্ৰশংসা’! হৰমুজ প্ৰণালীৰ ওপৰত আমেৰিকাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণৰ দাবী

August 13, 2026 12:44 pm
সৰিয়হৰ ডলিতে ভোট! ঘোচ লৈ ৰায় দিয়াৰ অভিযোগ হাইকোর্টৰ ন্যায়াধীশৰ বিৰুদ্ধে

সৰিয়হৰ ডলিতে ভোট! ঘোচ লৈ ৰায় দিয়াৰ অভিযোগ হাইকোর্টৰ ন্যায়াধীশৰ বিৰুদ্ধে

August 13, 2026 12:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১০ লাখ লাগিবই : বৰ্নাত্যৰ ক্ষতিপূৰণ বিচাৰি ৮ ঘন্টীয়া অনশনত বহিব অখিল গগৈয়ে

১০ লাখ লাগিবই : বৰ্নাত্যৰ ক্ষতিপূৰণ বিচাৰি ৮ ঘন্টীয়া অনশনত বহিব অখিল গগৈয়ে

August 13, 2026 1:34 pm
অসমত মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে নতুন নিয়ম: নিজৰ বেংক একাউণ্ট নাথাকিলে কৰিব নোৱাৰিব আবেদন

অসমত মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে নতুন নিয়ম: নিজৰ বেংক একাউণ্ট নাথাকিলে কৰিব নোৱাৰিব আবেদন

August 13, 2026 1:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd