• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

ন্যায়াধীশগৰাকীয়ে কয় যে ‘(যুৱকজনে) যি কৰিলে সেয়া বালিৰ জনসাধাৰণৰ বাবে আপত্তিজনক আছিল, তেওঁলোকৰ ধৰ্মীয় বিশ্বাসক আঘাত দিছে আৰু জনসাধাৰণৰ ক্ষোভক উচটনি দিছে।’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 23, 2026 11:45 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইণ্ডোনেছিয়াত হিন্দু ধৰ্মক অপমান কৰাৰ অপৰাধত কাৰাগাৰত বন্দী হৈছে এজন ছুইজাৰলেণ্ডৰ পৰ্যটক। প্ৰতিবেদন অনুসৰি ছুইজাৰলেণ্ডৰ এজন যুৱকে বালিত ভ্ৰমণৰ সময়ত হিন্দু ধৰ্মৰ পবিত্ৰ দিনটোক লৈ অপমানজনক মন্তব্য কৰিছিল। ঘটনা সন্দৰ্ভত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। দোষী সাব্যস্ত হোৱাৰ পিছত তেওঁক এবছৰৰ কাৰাদণ্ড বিহা হয়। প্ৰতিবেদনত কোৱা হৈছে যে যুৱকজনক চুইজাৰলেণ্ডৰ দূতাবাসে সহায় আগবঢ়াইছে।

গোটেই ঘটনাটো ঘটিছিল কেইমাহমান আগতে। ইনষ্টাগ্ৰামত এটা পোষ্ট সন্দৰ্ভত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাৰ পিছত মাৰ্চ মাহত গ্ৰেপ্তাৰ কৰা হৈছিল লুজান এণ্ড্ৰিন জাগ্ৰেগেন নামৰ যুৱকজনক।

Apply Now

বালি দ্বীপত নৱবৰ্ষ উদযাপনৰ অংশ হিচাপে পালন কৰা হিন্দুৰ ‘মৌন দিৱস’ বা ‘ন্যেপি’ক অপমান কৰাৰ উপৰিও তেওঁ অশ্লীল ভাষা ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল। সেই সময়ত থকা নিষেধাজ্ঞা উলংঘা কৰি খালী বীচ্চৰ ভিডিঅ’ পোষ্ট কৰি কুৰুচিকৰ ভাষা ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

‘ন্যেপি’ হৈছে বালিৰ এটা বাৰ্ষিক উৎসৱ, যাক ‘নিৰৱতাৰ দিৱস’ বুলিও কোৱা হয়। এই সময়ত মানুহে মৌনতা পালন কৰে, উপবাস কৰে আৰু ধ্যান কৰে। এই সময়ছোৱাত সমগ্ৰ দ্বীপটো প্ৰায় নিশ্চল বা বন্ধ হৈ থাকে আৰু সকলোৱে ২৪ ঘণ্টা ঘৰতে থাকিব লাগে। ধৰ্ম বা জাতি নিৰ্বিশেষে বালিৰ বাসিন্দা আৰু পৰ্যটকে এই নিষেধাজ্ঞা মানি চলাটো আশা কৰা হয়।

কিন্তু চুইজাৰলেণ্ডৰ পৰ্যটকগৰাকীয়ে এই নিষেধাজ্ঞা নামানিলে। প্ৰতিবেদন মতে, ন্যায়াধীশগৰাকীয়ে কয় যে ‘(যুৱকজনে) যি কৰিলে সেয়া বালিৰ জনসাধাৰণৰ বাবে আপত্তিজনক আছিল, তেওঁলোকৰ ধৰ্মীয় বিশ্বাসক আঘাত দিছে আৰু জনসাধাৰণৰ ক্ষোভক উচটনি দিছে।’

অৱশ্যে চুইজাৰলেণ্ডৰ পৰ্যটকগৰাকীয়ে কৈছিল, ‘মই যি কৰিলোঁ তাৰ বাবে মই গভীৰভাৱে অনুশোচনা কৰিছো। বালিৰ জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰিছো।’ তেওঁ লগতে এই নিষেধাজ্ঞাৰ গুৰুত্ব বুজি পোৱা নাই আৰু সেই ৰীতি-নীতি বা বালিৰ মানুহক অপমান কৰাৰ কোনো উদ্দেশ্য নাছিল বুলিও কয়।

অৱশ্যে কাৰাদণ্ডৰ পৰা সাৰি নগ’ল চুইজাৰলেণ্ডৰ পৰ্যটকগৰাকী। আইন অনুসৰি তেওঁ কৰা অপৰাধৰ সৰ্বোচ্চ ৫ বছৰৰ শাস্তিৰ বিধান আছে। প্ৰতিবেদন অনুসৰি কম বয়স আৰু ভাল আচৰণৰ বাবে আদালতে তেওঁক এবছৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 23, 2026 9:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd