• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

প্ৰতিবেদন অনুসৰি, মুদ্ৰাস্ফীতিৰ লগতে ৰাজধানীৰ মাজমজিয়াত বিস্তৃত অঞ্চলত বিস্তৃত পুৰণি বাংলোৰ ৰক্ষণাবেক্ষণ আৰু মেৰামতিৰ খৰচ বাঢ়ি যোৱাৰ ফলত এই ব্যয় হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 24, 2026 8:40 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৱল যোৱা বছৰতে দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীসকলৰ বাসগৃহ মেৰামতিৰ কামত ৯২.৩৫ কোটি টকা ব্যয় কৰা হৈছিল। আৰটিআইৰ জৰিয়তে এনে তথ্য পোহৰলৈ আহিছে। প্ৰতিবেদন অনুসৰি আৰটিআইৰ উত্তৰ অনুসৰি ২০২৫-২৬ বিত্তীয় বৰ্ষত লুটিয়েন্সৰ দিল্লীত কেন্দ্ৰীয় বাসগৃহ মেৰামতিৰ বাবে অভিলেখ সংখ্যক ধন ব্যয় কৰা হৈছে বুলি কোৱা হৈছে। যিটো ২০২৪-১৫ বিত্তীয় বৰ্ষৰ হিচাপত তিনিগুণতকৈও অধিক। সেই সময়ত ব্যয়ৰ পৰিমান আছিল ২৭.৪৭ কোটি টকা।

প্ৰতিবেদন অনুসৰি ২০১৪-১৫ বিত্তীয় বৰ্ষৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ভিতৰত (১২ বছৰত) কেন্দ্ৰীয় চৰকাৰে লোক নিৰ্মাণ বিভাগৰ (পিডব্লিউডি) জৰিয়তে মেৰামতিৰ কামত মুঠ ৫৪৭.৬৮ কোটি টকা ব্যয় কৰিছে। যি বিভাগৰ জৰিয়তে মেৰামতি, সংস্কাৰ আৰু ৰক্ষণাবেক্ষণৰ কাম কৰা হয়।

Apply Now

ব্যয় কিয় আকাশলংঘী হৈছে সেই কথাও আৰটিআই-ত ব্যাখ্যা দিয়া হৈছে। প্ৰতিবেদন অনুসৰি, মুদ্ৰাস্ফীতিৰ লগতে ৰাজধানীৰ মাজমজিয়াত বিস্তৃত অঞ্চলত বিস্তৃত পুৰণি বাংলোৰ ৰক্ষণাবেক্ষণ আৰু মেৰামতিৰ খৰচ বাঢ়ি যোৱাৰ ফলত এই ব্যয় হৈছে।

বাংলোবোৰে কি কি সমস্যাৰ সন্মুখীন হয়? দীৰ্ঘদিন ধৰি লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলে ৰক্ষণাবেক্ষণ সম্পৰ্কীয় বিভিন্ন সমস্যাৰ কথা প্ৰকাশ কৰি আহিছে। দেৱাল বা চাদৰ পৰা পানী সোমোৱা, উঁইপোকৰ উপদ্ৰব, পুৰণি বৈদ্যুতিক ব্যৱস্থা, পানী আৰু নিষ্কাশন ব্যৱস্থাৰ সমস্যা আদি সমস্যাসমূহ হৈয়েই থাকে। আগতে কিছুমান বাংলো ভাঙি পুনৰ নিৰ্মাণৰ পৰিকল্পনাও কৰা হৈছিল। অৱশ্যে সেই পৰিকল্পনা আনুষ্ঠানিকভাৱে কেতিয়াও ঘোষণা কৰা হোৱা নাই।

আৰ টি আইৰ জৰিয়তে লাভ কৰা তথ্য অনুসৰি ২০১৪ চনৰ পৰা ২০১৯ চনলৈ মন্ত্ৰীসকলে বছৰি গড়ে ২৬.৭৮ কোটি টকা মেৰামতি আৰু সংস্কাৰৰ কামত ব্যয় কৰিছিল। এই গড় বাৰ্ষিক ব্যয় ২০১৯ চনৰ পৰা ২০২৪ চনৰ ভিতৰত দুগুণ বৃদ্ধি পাই প্ৰায় ৫০ কোটি টকা হৈছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত ব্যয় আছিল ৭১.৯৮ কোটি টকা। যিটো যোৱা বছৰ ৯২.৩৫ কোটি টকালৈ বৃদ্ধি পালে।

কোন বছৰত কিমান টকা খৰচ হৈছিল?

১) ২০১৪-১৫ বিত্তীয় বৰ্ষঃ ২৭.৪৭ কোটি টকা।

২) ২০১৫-১৬ বিত্তীয় বৰ্ষঃ ২৯.৫৭ কোটি টকা।

৩) ২০১৬-১৭ বিত্তীয় বৰ্ষঃ ৩০.১ কোটি টকা।

৪) ২০১৭-১৮ বিত্তীয় বৰ্ষঃ ২৩.৩৪ কোটি টকা।

৫) ২০১৮-১৯ বিত্তীয় বৰ্ষঃ ২৩.৪২ কোটি টকা।

৬) ২০১৯-২০বিত্তীয় বৰ্ষঃ ২৬.৩৭ কোটি টকা।

৭) ২০২০-২১বিত্তীয় বৰ্ষঃ ৫৩.৮৭ কোটি টকা।

৮) ২০২১-২২বিত্তীয় বৰ্ষঃ ৪০.৮৪ কোটি টকা।

৯) ২০২২-২৩ বিত্তীয় বৰ্ষঃ ৭৩.৮৬ কোটি টকা।

১০) ২০২৩-২৪ বিত্তীয় বৰ্ষ: ৫৪.৫২ কোটি টকা।

১১) ২০২৪-২৫ বিত্তীয় বৰ্ষঃ ৭১.৯৮ কোটি টকা।

১২) ২০২৫-২৬ বিত্তীয় বৰ্ষ: ৯২.৩৫ কোটি টকা।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd