• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ (BRICS) সন্মিলন এইবাৰ ভাৰতত অনুষ্ঠিত হ’ব। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পৰা আহিছিল নিমন্ত্ৰণ। কিন্তু আজি (বৃহস্পতিবাৰে) ঢাকাই ঘোষণা কৰিছে যে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান ভাৰত ভ্ৰমণলৈ নাযায়।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 10, 2026 6:02 pm
বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান। ফটোঃ সংগ্ৰহীত।

বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান। ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশৰ পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত তাৰিক ৰহমানে নিৰ্বাচনৰ পিছত প্ৰথম বিদেশ ভ্ৰমণ হিচাপে চীনক বাছি লৈছিল। তাৰ পিছতে ভাৰতত ব্ৰিকছ সন্মিলন আছিল। বাংলাদেশে কয় যে তেওঁলোকৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানক সাতখন দেশৰ আঞ্চলিক মিত্ৰজোঁট বিমষ্টেকৰ অধ্যক্ষ হিচাপে ব্ৰিকছ সন্মিলনলৈ আমন্ত্ৰণ জনোৱা হৈছে।

সেই ব্ৰিকছ (BRICS) সন্মিলন এইবাৰ ভাৰতত অনুষ্ঠিত হ’ব। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পৰা আহিছিল নিমন্ত্ৰণ। কিন্তু আজি (বৃহস্পতিবাৰে) ঢাকাই ঘোষণা কৰিছে যে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান ভাৰত ভ্ৰমণলৈ নাযায়।

বৈদেশিক সেৱা একাডেমীত চলি থকা ৰহিংগীয়া বিষয়ক লৈ আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ মাজতে বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী হুমায়ুন কবীৰে কয় যে তাৰিক ৰহমান ভাৰত ভ্ৰমণলৈ নাযায়।

Apply Now

হুমায়ুন কবীৰে লগতে কয় যে পৰিবেশ অনুকূল হ’লেহে প্ৰধানমন্ত্ৰী তাৰিক ৰহমানে ভাৰতলৈ দ্বিপাক্ষিক ভ্ৰমণলৈ যাব। যোৱা ৫ আগষ্টত দিল্লীত শ্বেখ হাছিনাৰ অনুষ্ঠানক কেন্দ্ৰ কৰি বাংলাদেশ সৰৱ হৈছিল। তেতিয়াও দুয়োখন দেশৰ প্ৰতিনিধিৰ মাজত আলোচনা হৈছিল। তেতিয়াৰ পৰাই বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান ভাৰত ভ্ৰমণ কৰিব নে নাই সেই সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল।

ইফালে আগষ্ট মাহত তুৰস্ক, পাকিস্তান আৰু চৌদি আৰবে প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ কৰে। বিভিন্ন খবৰ অনুসৰি বাংলাদেশে মক্কা চুক্তিৰ প্ৰতিৰক্ষা চুক্তিৰ প্ৰতি আগ্ৰহী। শেহতীয়াকৈ বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী হুমায়ুন কবীৰে চৌদি আৰৱ ভ্ৰমণ কৰিছিল। ছৌদি আৰৱত আয়োজিত উচ্চ স্তৰীয় বৈঠকতো অংশ লোৱাৰ খবৰ পোৱা গৈছে।

এই চুক্তি অনুসৰি চুক্তিৰ বাহিৰৰ কোনো দেশে চুক্তি স্বাক্ষৰ কৰা দেশক আক্ৰমণ কৰিলে ইয়াক স্বাক্ষৰ কৰা তিনিখন দেশৰ ওপৰত আক্ৰমণ বুলি গণ্য কৰা হ’ব। যদি বাংলাদেশে এই চুক্তিত স্বাক্ষৰ কৰে তেন্তে ই বিপজ্জনক হ’ব নেকি? সেই প্ৰশ্নটো চৰ্চালৈ আহিছিল।

কিছুদিন পূৰ্বে বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী হুমায়ুন কবীৰে কৈছিল- ‘যদি জীয়াই থকাৰ আগতে মৃত্যুৰ কথা চিন্তা কৰে, তেন্তে কিবা লাভ আছেনে? এনে পৰিপ্ৰেক্ষিতত তাৰিক ৰহমানৰ ভাৰত ভ্ৰমণ বাতিল কৰাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

ইফালে ব্ৰিকছ সন্মিলন আৰম্ভ হ’বলৈ বাকী আছে ৪৮ ঘণ্টা। তাৰ আগতে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং ভাৰতলৈ আহি আছে নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই। এই ব্ৰিকছ সন্মিলন উপলক্ষে চীনৰ ৰাষ্ট্ৰপতিগৰাকী ভাৰতলৈ অহাৰ কথা। এই ব্ৰিকছ সন্মিলনৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে বিশেষ বৈঠকত মিলিত হ’ব বুলিও খবৰ ওলাইছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd