• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাতি লাইট জ্বলাই শোৱাৰ অভ্যাস আছে নেকি? সাৱধান, আপোনাৰ অজ্ঞাতেই বিপদত পৰিব পাৰে হৃদযন্ত্ৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 17, 2026 8:06 am
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোঠাত অন্ধকাৰ, শৰীৰে লৈছে টোপনিৰ প্ৰস্তুতি। ৰাতি সাধাৰণতে এনেকুৱাই হোৱা উচিত। কিন্তু টোপনিৰ সময়ত যদি কাষত বেডচাইড লেম্প জ্বলি থাকে, টিভি চলি থাকে, হাতত ম’বাইল থাকে বা খিৰিকীৰে বাহিৰৰ পোহৰ সোমাই আহে, তেন্তে ই বিপদ মাতিব পাৰে। চকু বন্ধ থাকিলেও সেই পোহৰে শৰীৰৰ স্বাভাৱিক ছন্দত ব্যাঘাত জন্মাব পাৰে। নিয়মিত এনেকুৱা হ’লে ৰক্তচাপ, হৃদস্পন্দন আৰু বিপাকীয় স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰাৰ সম্ভাৱনা থাকে। সেয়েহে ৰাতি কোঠাত পোহৰ জ্বলাই শোৱাৰ অভ্যাসটোক একেবাৰে আওকাণ কৰা ঠিক নহয়।

আমাৰ শৰীৰৰ ভিতৰত এটা স্বাভাৱিক জৈৱিক ঘড়ী থাকে। দিন-ৰাতি আৰু পোহৰ-অন্ধকাৰৰ সৈতে তাল মিলাই এই ঘড়ীটোৱে নিৰ্ধাৰণ কৰে কেতিয়া শৰীৰ সক্ৰিয় হৈ থাকিব আৰু কেতিয়া টোপনিৰ বাবে সাজু হ’ব। দিনৰ পোহৰে শৰীৰক সাৰে থকাৰ সংকেত দিয়ে আৰু নিশাৰ অন্ধকাৰে শৰীৰক লাহে লাহে জিৰণিৰ ফালে লৈ যায়। এই সময়ত মগজুৰ পৰা মেলাটনিন নামৰ এবিধ হৰম’ন নিৰ্গত হয়, যিয়ে শৰীৰক জনায় যে এয়া টোপনিৰ সময়। কিন্তু ৰাতি কোঠাত পোহৰ জ্বলি থাকিলে, বিশেষকৈ উজ্জ্বল পোহৰ বা চকুৰ ওচৰত পোহৰ থাকিলে, মগজুৱে সেই পোহৰক দিনৰ সংকেত হিচাপে গ্ৰহণ কৰিব পাৰে। ইয়াৰ ফলত মেলাটনিনৰ স্বাভাৱিক নিৰ্গমন কমি যায় আৰু টোপনিৰ ছন্দত ব্যাঘাত জন্মে।

Apply Now

সমস্যাটো কেৱল টোপনি কম হোৱাতেই সীমাবদ্ধ নাথাকে। টোপনিৰ মানদণ্ড বেয়া হ’লে শৰীৰৰ একাধিক গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়াত ইয়াৰ প্ৰভাৱ পৰে। চিকিৎসকসকলৰ মতে, ৰাতি পোহৰৰ সংস্পৰ্শই শৰীৰক সম্পূৰ্ণ জিৰণি দিয়াৰ পৰিৱৰ্তে তুলনামূলকভাৱে সতৰ্ক অৱস্থাত ৰাখে। ইয়াৰ ফলত গভীৰ টোপনিৰ পৰ্যায় ব্যাহত হোৱাৰ সম্ভাৱনা থাকে। দীৰ্ঘদিন ধৰি টোপনিৰ মানদণ্ড বেয়া হৈ থাকিলে উচ্চ ৰক্তচাপ, মেদবহুলতা আৰু ডায়েবেটিছৰ দৰে একাধিক হৃদৰোগৰ আশংকা বৃদ্ধি পায়। সেয়েহে টোপনিৰ ব্যাঘাতক হৃদযন্ত্ৰৰ স্বাস্থ্যৰ পৰা পৃথক কৰি চোৱা উচিত নহয়। অৱশ্যে এদিন ৰাতি পোহৰ জ্বলাই শুইলেই যে হৃদযন্ত্ৰৰ ক্ষতি হ’ব, তেনে কোনো কথা নাই। আচল কথাটো হ’ল অভ্যাস।

নিয়মিতভাৱে ৰাতি পোহৰত শোৱাৰ অভ্যাস থাকিলে সাৱধান হোৱাটো জৰুৰী। বিশেষকৈ যিসকলৰ উচ্চ ৰক্তচাপ, ডায়েবেটিছ বা হৃদৰোগৰ দৰে সমস্যা আছে, তেওঁলোকে শোৱনি কোঠাৰ পৰিৱেশৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত। সেয়েহে শুবলৈ যোৱাৰ আগতে কোঠাৰ অপ্ৰয়োজনীয় পোহৰ নুমুৱাই দিয়ক। টিভি চলাই শোৱাৰ অভ্যাস থাকিলে তাক সলনি কৰক আৰু শোৱাৰ আগতে ম’বাইল বা আন স্ক্ৰীণৰ ফালে চাই থকাৰ পৰা বিৰত থাকক। প্ৰতিদিনে এক নিৰ্দিষ্ট সময়ত শোৱা আৰু সাৰ পোৱাৰ অভ্যাস কৰক। নিৰাপত্তাৰ বাবে ৰাতি পোহৰৰ প্ৰয়োজন হ’লে অতি কম পোহৰৰ ব্যৱস্থা কৰক, যিটো পোনে পোনে চকুৰ ওচৰত নাথাকে। মনত ৰাখিব, ৰাতিৰ অন্ধকাৰ কেৱল পৰিৱেশেই নহয়, ই শৰীৰৰ জিৰণিৰ বাবে এক স্বাভাৱিক সংকেত। ভাল টোপনি আৰু দীৰ্ঘম্যাদী সুস্থতাৰ বাবে শোৱাৰ সময়ত অন্ধকাৰ পৰিৱেশ বজাই ৰখাই মংগলজনক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

September 17, 2026 8:27 am
ৰাতি লাইট জ্বলাই শোৱাৰ অভ্যাস আছে নেকি? সাৱধান, আপোনাৰ অজ্ঞাতেই বিপদত পৰিব পাৰে হৃদযন্ত্ৰ!

ৰাতি লাইট জ্বলাই শোৱাৰ অভ্যাস আছে নেকি? সাৱধান, আপোনাৰ অজ্ঞাতেই বিপদত পৰিব পাৰে হৃদযন্ত্ৰ!

September 17, 2026 8:06 am
ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ মাচুল ভৰিব লাগিব নেকি ভাৰতে? মাৰ্কিন সংসদত গৃহীত নতুন  ১০০ শতাংশ শুল্ক আৰোপৰ বিধেয়ক গৃহীত

ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ মাচুল ভৰিব লাগিব নেকি ভাৰতে? মাৰ্কিন সংসদত গৃহীত নতুন  ১০০ শতাংশ শুল্ক আৰোপৰ বিধেয়ক গৃহীত

September 17, 2026 7:27 am
নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

September 17, 2026 8:27 am
ৰাতি লাইট জ্বলাই শোৱাৰ অভ্যাস আছে নেকি? সাৱধান, আপোনাৰ অজ্ঞাতেই বিপদত পৰিব পাৰে হৃদযন্ত্ৰ!

ৰাতি লাইট জ্বলাই শোৱাৰ অভ্যাস আছে নেকি? সাৱধান, আপোনাৰ অজ্ঞাতেই বিপদত পৰিব পাৰে হৃদযন্ত্ৰ!

September 17, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd