• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, November 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 17, 2026 9:30 am
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জম্মু আৰু কাশ্মীৰ পুনৰ সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। ভাৰতীয় সেনাৰ সৈতে হোৱা তীব্ৰ সংঘৰ্ষত অৰণ্যৰ মাজত ঘাটি পাতি থকা দুজন জেহাদী নিহত হৈছে। এতিয়ালৈকে তেওঁলোকৰ পৰিচয় ৰাজহুৱা হোৱা নাই। অৱশ্যে এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিব পৰা মতে নিহত দুয়োজনেই পাকিস্তানৰ সমৰ্থনপুষ্ট সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ সদস্য।

বুধবাৰে এক গোপন সূত্ৰৰ জৰিয়তে ভাৰতীয় সেনাই খবৰ লাভ কৰিছিল যে কাশ্মীৰৰ উধমপুৰ জিলাৰ সোহান অঞ্চলৰ ঘন অৰণ্যত কেইজনমান সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি আছে। ইয়াৰ পিছতেই ভাৰতীয় সেনাৰ ৰাষ্ট্ৰীয় ৰাইফলছ, পেৰা স্পেচিয়েল ফৰ্চ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে ততাতৈয়াকৈ এক যুটীয়া অভিযান আৰম্ভ কৰে। সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি তন্নতন্নকৈ তালাচী চলোৱা হয়। পলাই সাৰিবলৈ কোনো পথ নেপায় সন্ত্ৰাসবাদী দুজন আতংকিত হৈ পৰে আৰু নিৰাপত্তাৰক্ষীৰ দিশলৈ লক্ষ্য কৰি গুলীচালনা কৰিবলৈ আৰম্ভ কৰে। সেনায়ো লগে লগে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়ে। নিশাৰ অন্ধকাৰত দীৰ্ঘ সময় ধৰি দুয়োপক্ষৰ মাজত গুলীয়াগুলী চলে। অৱশেষত পুৱতি নিশা যুটীয়া বাহিনীৰ গুলীত সন্ত্ৰাসবাদী দুজনৰ মৃত্যু হয়। তেওঁলোকৰ কাষৰ পৰা প্ৰচুৰ পৰিমাণৰ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ উদ্ধাৰ কৰা হৈছে।

Apply Now

উল্লেখযোগ্য যে, শেহতীয়াকৈ কাশ্মীৰৰ ডোডা অঞ্চলতো নিৰাপত্তাৰক্ষীৰ গুলীত এজন জইছ সন্ত্ৰাসবাদী নিহত হৈছিল। সেই সন্ত্ৰাসবাদীজনৰ মৃতদেহৰ কাষৰ পৰা এম ফ’ৰ কাৰ্বাইন নামৰ এটা স্বয়ংক্ৰিয় ৰাইফল উদ্ধাৰ কৰা হৈছিল। নিশাৰ ভাগত অভিযান চলাবৰ বাবে এই অস্ত্ৰবিধত বিশেষ নাইট ভিজন টেলিস্কোপ সংলগ্ন কৰা থাকে। সীমান্তৱৰ্তী পাহাৰীয়া অঞ্চলসমূহত সন্ত্ৰাসবাদীয়ে সাধাৰণতে এনেধৰণৰ অত্যাধুনিক অস্ত্ৰ ব্যৱহাৰ কৰিয়েই কূটাঘাতমূলক কাৰ্য সংঘটিত কৰে। সেই ঘটনাৰ প্ৰভাৱ মাৰ নৌযাওঁতেই পুনৰবাৰ সন্ত্ৰাসবাদী আৰু সেনাৰ মাজৰ সংঘৰ্ষত ভূস্বৰ্গ কাশ্মীৰ কঁপি উঠে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিন্দুত্ববাদৰ মুখা পিন্ধি গো-মাতাৰ চোৰাং সৰবৰাহৰ পৰাও ছিণ্ডিকেটৰ ধন লয় হিমন্ত-জয়ন্তই! অভিযোগ অখিলৰ

হিন্দুত্ববাদৰ মুখা পিন্ধি গো-মাতাৰ চোৰাং সৰবৰাহৰ পৰাও ছিণ্ডিকেটৰ ধন লয় হিমন্ত-জয়ন্তই! অভিযোগ অখিলৰ

November 10, 2026 3:41 pm
সাগৰৰ তলিত ভাৰতৰ মানৱ অভিযান! ‘মৎস্য-৬০০০’এ বিচাৰি উলিয়াব মহাসাগৰৰ ৰহস্য

সাগৰৰ তলিত ভাৰতৰ মানৱ অভিযান! ‘মৎস্য-৬০০০’এ বিচাৰি উলিয়াব মহাসাগৰৰ ৰহস্য

November 10, 2026 3:08 pm
ঘৰলৈ আহিছিল প্ৰধানমন্ত্ৰী মোদী, চাহ একাপো খাইছিল; ঋণৰ বোজাত জৰ্জৰিত অযোধ্যাৰ সেই মাঝি পৰিয়াল

ঘৰলৈ আহিছিল প্ৰধানমন্ত্ৰী মোদী, চাহ একাপো খাইছিল; ঋণৰ বোজাত জৰ্জৰিত অযোধ্যাৰ সেই মাঝি পৰিয়াল

November 10, 2026 3:04 pm
৮১ বছৰ বয়সত বুকাৰ বঁটা লাভ ব্ৰিটিছ লেখক এম জন হেৰিছনৰ; কি আছে উপন্যাস ‘দ্য এণ্ড অৱ এভৰিথিং’ত?

৮১ বছৰ বয়সত বুকাৰ বঁটা লাভ ব্ৰিটিছ লেখক এম জন হেৰিছনৰ; কি আছে উপন্যাস ‘দ্য এণ্ড অৱ এভৰিথিং’ত?

November 10, 2026 1:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিন্দুত্ববাদৰ মুখা পিন্ধি গো-মাতাৰ চোৰাং সৰবৰাহৰ পৰাও ছিণ্ডিকেটৰ ধন লয় হিমন্ত-জয়ন্তই! অভিযোগ অখিলৰ

হিন্দুত্ববাদৰ মুখা পিন্ধি গো-মাতাৰ চোৰাং সৰবৰাহৰ পৰাও ছিণ্ডিকেটৰ ধন লয় হিমন্ত-জয়ন্তই! অভিযোগ অখিলৰ

November 10, 2026 3:41 pm
সাগৰৰ তলিত ভাৰতৰ মানৱ অভিযান! ‘মৎস্য-৬০০০’এ বিচাৰি উলিয়াব মহাসাগৰৰ ৰহস্য

সাগৰৰ তলিত ভাৰতৰ মানৱ অভিযান! ‘মৎস্য-৬০০০’এ বিচাৰি উলিয়াব মহাসাগৰৰ ৰহস্য

November 10, 2026 3:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd