• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বৃহস্পতিৰ দৰেই বৃহৎ নতুন গ্ৰহ আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে; কি নাম এই ‘নৱজাত গ্ৰহ’ৰ?

এই আৱিষ্কাৰে বিজ্ঞানীসকলক আচৰিত কৰি তুলিছে। তেওঁলোকৰ আচৰিত হোৱাৰ কাৰণ হ’ল, গতানুগতিক তত্ত্ব অনুসৰি নক্ষত্ৰৰ পৰা ইমান দূৰত আৰু বিকাশৰ ইমান প্ৰাৰম্ভিক পৰ্যায়ত ইমান বিশাল গ্ৰহ গঠন হোৱাটো বাস্তৱিকতে অসম্ভৱ।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 20, 2026 11:09 am
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাকাশ এখন বিশাল জগত; মানুহে যিমানেই ইয়াৰ বিষয়ে জানিবলৈ চেষ্টা কৰে সিমানেই নতুন নতুন ৰহস্য উন্মোচিত হয়। শেহতীয়াকৈ বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ কম বয়সীয়া বা ‘শিশু গ্ৰহ’টো আৱিষ্কাৰ কৰিছে, যিটোৰ বয়স দহ লাখ বছৰতকৈও কম। মহাজাগতিক সময়ৰ হিচাপত ইয়াৰ অৰ্থ হ’ল গ্ৰহটোৰ মাত্ৰ ‘জন্ম’ হৈছে।

বিস্ময়কৰ কথাটো হ’ল, ই কোনো সৰু গ্ৰহ নহয়; বৰঞ্চ ইয়াৰ ভৰ বৃহস্পতিৰ সৈতে প্ৰায় সমান। বিজ্ঞানীসকলে ইয়াৰ নাম ‘ইলিয়াছ ২-২৪ বি’ (Elias 2-24 b) ৰাখিছে আৰু ইয়াক এতিয়ালৈকে আৱিষ্কৃত আটাইতকৈ নতুন গ্ৰহ বুলি কোৱা হৈছে।

এই আৱিষ্কাৰে বিজ্ঞানীসকলক আচৰিত কৰি তুলিছে। তেওঁলোকৰ আচৰিত হোৱাৰ কাৰণ হ’ল, গতানুগতিক তত্ত্ব অনুসৰি নক্ষত্ৰৰ পৰা ইমান দূৰত আৰু বিকাশৰ ইমান প্ৰাৰম্ভিক পৰ্যায়ত ইমান বিশাল গ্ৰহ গঠন হোৱাটো বাস্তৱিকতে অসম্ভৱ। কিন্তু আশাৰ কথাটো হৈছে যে এই গ্ৰহটোৰ আৱিষ্কাৰে বিজ্ঞানীসকলক গ্ৰহ গঠন প্ৰক্ৰিয়াৰ বিষয়ে নতুনকৈ জনাৰ সুযোগ আনি দিব।

Apply Now

১৬ ছেপ্টেম্বৰত ‘দ্য এষ্ট্ৰ’ফিজিকেল জাৰ্নেল লেটাৰছ’ত প্ৰকাশ পাইছিল এই অধ্যয়ন। গৱেষণা দলটোৰ নেতৃত্বত আছিল চিলিৰ ইউনিভাৰ্চিটি ডিয়েগো পৰ্টেলছৰ গৱেষক আন্দ্ৰেয়া বাৰ্নাৰ্ডি। তেওঁৰ নেতৃত্বত বিজ্ঞানীসকলে হাৱাইৰ ডব্লিউ এম কেক মানৱ নিৰীক্ষণ কেন্দ্ৰৰ তথ্যকোষত সংৰক্ষিত প্ৰায় সাতটা নতুন নক্ষত্ৰৰ পৰ্যবেক্ষণ পৰ্যালোচনা কৰে।

এই অধ্যয়নত এই নক্ষত্ৰবোৰৰ চাৰিওফালে গেছ আৰু ধূলিৰ বৃহৎ চক্ৰৰ (ডিস্ক) অস্তিত্ব ধৰা পৰিছে। এই চক্ৰবোৰৰ ভিতৰতে গ্ৰহ গঠন প্ৰক্ৰিয়াটো সংঘটিত হয়। যেতিয়া কোনো গ্ৰহ গঠন হ’বলৈ আৰম্ভ কৰে তেতিয়া ই নিজৰ পথৰ পৰা গেছ আৰু ধূলি আঁতৰাই পেলায়, যাৰ ফলত চক্ৰটোত শূন্য বা খালী ঠাই সৃষ্টি হয়।

এই খালী স্থানটোৱে বিজ্ঞানীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ সূত্ৰ হিচাপে কাম কৰে। গৱেষক দলটোৱে ইলিয়াছ ২-২৪ নামৰ নতুন নক্ষত্ৰ এটাক আগুৰি থকা ধূলিৰ চক্ৰত স্পষ্ট খালী স্থান পৰ্যবেক্ষণ কৰে। সেই খালী স্থানৰ ভিতৰত এটা অতি অস্পষ্ট বস্তুৰ উপস্থিতি ধৰা পেলায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

September 20, 2026 12:12 pm
বৃহস্পতিৰ দৰেই বৃহৎ নতুন গ্ৰহ আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে; কি নাম এই ‘নৱজাত গ্ৰহ’ৰ?

বৃহস্পতিৰ দৰেই বৃহৎ নতুন গ্ৰহ আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে; কি নাম এই ‘নৱজাত গ্ৰহ’ৰ?

September 20, 2026 11:09 am
বিশিষ্ট কবি, সাহিত্যিক, অনুবাদক আনিছ উজ জামানৰ দেহাৱসান

বিশিষ্ট কবি, সাহিত্যিক, অনুবাদক আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026 9:50 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 20, 2026 8:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

September 20, 2026 12:12 pm
বৃহস্পতিৰ দৰেই বৃহৎ নতুন গ্ৰহ আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে; কি নাম এই ‘নৱজাত গ্ৰহ’ৰ?

বৃহস্পতিৰ দৰেই বৃহৎ নতুন গ্ৰহ আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে; কি নাম এই ‘নৱজাত গ্ৰহ’ৰ?

September 20, 2026 11:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd