• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিয়ন্ত্ৰণ হেৰুৱাই উৰণীয়া সেঁতুৰ পৰা তলত পৰিল বিলাসী BMW; পুৱাই দুৰ্ঘটনাত ৩ জনৰ মৃত্যু

সেই সময়ত ফ্লাই অভাৰত উঠা গাড়ীখনৰ ওপৰত চালকজনে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। ফলত গাড়ীখন দলঙৰ ৰেলিঙ অতিক্ৰমি উফৰি গৈ তলৰ নিৰ্মীয়মান এলেকাত খুন্দা মাৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 20, 2026 2:13 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

85
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুম্বাইৰ উপকূলীয় পথৰ উৰণীয়া সেঁতুত সংঘটিত হৈছে এক মৰ্মান্তিক তথা ভয়ানক গাড়ী দুৰ্ঘটনা! তীব্ৰ গতিৰে চলা এখন বিলাসী বিএমডব্লিউ গাড়ীনিয়ন্ত্ৰণ হেৰুৱাই পোনে পোনে দলঙৰ পৰা বাগৰি পৰে। এই মাৰাত্মক দুৰ্ঘটনাত গাড়ীখনত থকা তিনিজন লোকৰ থিতাতে মৃত্যু হয়। এজন সংকটজনক অৱস্থাত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি দেওবাৰে পুৱা প্ৰায় ৫:২০ বজাত এই দুৰ্ঘটনা সম্পৰ্কে তথ্য লাভ কৰে আৰক্ষীয়ে। গাড়ীখন মেৰিন ড্ৰাইভৰ পৰা হাজী আলী অভিমুখে অতি তীব্ৰ বেগেৰে গৈ আছিল। সেই সময়ত ফ্লাই অভাৰত উঠা গাড়ীখনৰ ওপৰত চালকজনে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। ফলত গাড়ীখন দলঙৰ ৰেলিঙ অতিক্ৰমি উফৰি গৈ তলৰ নিৰ্মীয়মান এলেকাত খুন্দা মাৰে।

এই ঘটনাৰ চিচিটিভি ফুটেজ পোহৰলৈ আহিছে, য’ত বন্দী হৈছে দুৰ্ঘটনাৰ শিহৰণকাৰী দৃশ্য। চিচিটিভি ফুটেজত দেখা গৈছে যে পুৱা ৫:০৩ বজাত হঠাতে গাড়ীখন উৰণীয়া সেঁতুৰ পৰা বাগৰি পৰে। গাড়ীখন খুন্দা মৰাৰ লগে লগে চূৰ্ণ-বিচূৰ্ণ হৈ পৰে।

Apply Now

দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে উদ্ধাৰ অভিযান আৰম্ভ হয়। গাড়ীখনত থকা চাৰিওজনকে ততাতয়াকৈ উদ্ধাৰ কৰি ওচৰৰ নাইৰ হাস্পতাললৈ লৈ যোৱা হয়। অৱশ্যে তাত চিকিৎসকে তিনিজনক মৃত ঘোষণা কৰে। নিহত দুজনৰ পৰিচয় উদ্ধাৰ কৰা হৈছে। এজন ২১ বছৰীয়া শ্বানয় গাজল আৰু এজন ১৭ বছৰীয়া কিশোৰ। প্ৰায় ২৫ বছৰীয়া আন এজন যুৱকৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

গাড়ীখনত থকা চতুৰ্থজন লোক গুৰুতৰভাৱে আহত হৈছে। বৰ্তমান তেওঁ মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ ট্ৰমা ৱাৰ্ডত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। সমগ্ৰ বিষয়টোৰ ওপৰত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি দুৰ্ঘটনাটোৰ সঠিক কাৰণ জানিবলৈ চেষ্টা চলাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাছিয়াত ইউক্ৰেইনৰ বৃহৎ ড্ৰোন আক্ৰমণ: মস্কোৰ তেল শোধনাগাৰত ভয়ংকৰ অগ্নিকাণ্ড, নিহত ৪

ৰাছিয়াত ইউক্ৰেইনৰ বৃহৎ ড্ৰোন আক্ৰমণ: মস্কোৰ তেল শোধনাগাৰত ভয়ংকৰ অগ্নিকাণ্ড, নিহত ৪

September 20, 2026 3:17 pm
নিয়ন্ত্ৰণ হেৰুৱাই উৰণীয়া সেঁতুৰ পৰা তলত পৰিল বিলাসী BMW; পুৱাই দুৰ্ঘটনাত ৩ জনৰ মৃত্যু

নিয়ন্ত্ৰণ হেৰুৱাই উৰণীয়া সেঁতুৰ পৰা তলত পৰিল বিলাসী BMW; পুৱাই দুৰ্ঘটনাত ৩ জনৰ মৃত্যু

September 20, 2026 2:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd