• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 8, 2026 3:40 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাটৰ দাহোদ জিলাৰ এখন ফাৰ্মৰ পৰা এটা অত্যন্ত বিৰল প্ৰজাতিৰ দুই মূৰ আৰু চাৰিটা চকু থকা সাপ উদ্ধাৰ কৰা হৈছে। প্ৰায় ছয় ইঞ্চি দীঘল এই আচৰিত ধৰণৰ সাপটোক দেখা পাই স্থানীয় লোকৰ পৰা আৰম্ভ কৰি বন্যপ্ৰাণী বিশেষজ্ঞসকলৰ মাজতো হুলস্থূল লাগি পৰিছে। দাহোদৰ ধানপুৰ তালুকৰ অগাসৱানি গাঁৱৰ এখন খেতিমাটিত স্থানীয় কৃষকসকলে পোনপ্ৰথমবাৰলৈ সাপটোক প্ৰত্যক্ষ কৰে। খবৰ পোৱাৰ লগে লগে এদল বন্যপ্ৰাণী সুৰক্ষাকৰ্মীয়ে ঘটনাস্থলীত উপস্থিত হৈ কোনো ধৰণৰ ক্ষতি নকৰাকৈ সাপটোক অক্ষত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

 

Apply Now

বিশেষজ্ঞসকলে জনোৱা মতে, উদ্ধাৰ হোৱা সাপবিধ বিষহীন উলফ স্নেক বা সাধাৰণ ঘৰুৱা সাপ, যি মানুহৰ বাবে একেবাৰে ক্ষতিকাৰক নহয়। কিন্তু ইয়াৰ শৰীৰত প্ৰকৃতিৰ এক অদ্ভুত অস্বাভাৱিকতা দেখা গৈছে, যাক বিজ্ঞানৰ ভাষাত বাইচেফালি বুলি কোৱা হয়। সাধাৰণতে ভ্ৰূণৰ বিকাশৰ সময়ত কোষ বিভাজন সম্পূৰ্ণ নহ‘লে এনে শাৰীৰিক ত্ৰুটিৰ সৃষ্টি হয়। ইয়াৰ ফলত এটা মাত্ৰ শৰীৰতে দুটা পৃথক মূৰ গজি উঠে। এই সাপবিধৰ ক্ষেত্ৰতো দুয়োটা মূৰৰ পৃথক পৃথক চকু আছে আৰু চিকিৎসকসকলৰ অনুমান অনুসৰি ইয়াৰ মগজু আৰু স্নায়ুতন্ত্ৰও পৃথকভাৱে কাম কৰে।

 

বন্যপ্ৰাণী কৰ্মীসকলৰ তথ্য অনুসৰি, গুজৰাটৰ ইতিহাসত দুটা মূৰৰ সাপ দেখা পোৱাৰ এইটোৱে প্ৰথম ঘটনা। সমগ্ৰ ভাৰতবৰ্ষতো এনে ঘটনা আঙুলি মূৰত গণিব পৰা ধৰণৰ হে, তাৰ ভিতৰত ইয়াৰ পূৰ্বে মাত্ৰ দুটা ফেঁটি আৰু তিনিটা উলফ স্নেকৰ ক্ষেত্ৰতহে এনে নজিৰ আহিছিল। বাহ্যিকভাৱে বিষয়টো ৰোমাঞ্চকৰ যেন লাগিলেও বন্য পৰিৱেশত এই সাপবিধৰ জীয়াই থকাটো অতি কঠিন। যিহেতু দুয়োটা মূৰে স্বতন্ত্ৰভাৱে চিন্তা কৰে আৰু খাদ্য বা বিপদৰ সন্মুখত বেলেগ বেলেগ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, সেয়ে চিকাৰ ধৰোঁতে বা আত্মৰক্ষা কৰোঁতে সিহঁত বিভ্ৰান্ত হৈ পৰে। উদ্ধাৰকাৰীসকলে জনোৱা মতে, সাপটোৰ বয়স প্ৰায় এবছৰ আৰু বৰ্তমান ই যাতে সুৰক্ষিতভাৱে জীয়াই থাকিব পাৰে, তাৰ বাবে প্ৰয়োজনীয় যত্ন আৰু নজৰদাৰী অব্যাহত ৰখা হৈছে। প্ৰকৃতিৰ এনে বিৰল জীৱবৈচিত্ৰ্যৰ নিদৰ্শনে বিজ্ঞানমহলতো বিশেষ কৌতূহলৰ সৃষ্টি কৰিছে।

 

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

October 8, 2026 4:31 pm
গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

October 8, 2026 3:40 pm
লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত সামৰিবলৈ উঠি পৰি লাগিছে চিবিআই! আদালত আপত্তি অভিযোগকাৰীৰ

লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত সামৰিবলৈ উঠি পৰি লাগিছে চিবিআই! আদালত আপত্তি অভিযোগকাৰীৰ

October 8, 2026 3:28 pm
২০২৩ চনৰ আইন উলংঘা কৰি জ্ঞানেশ কুমাৰ আৰু দুই আয়ুক্তক নিযুক্তি? উচ্চতম ন্যায়ালয়ত ৰুজু গোচৰ

২০২৩ চনৰ আইন উলংঘা কৰি জ্ঞানেশ কুমাৰ আৰু দুই আয়ুক্তক নিযুক্তি? উচ্চতম ন্যায়ালয়ত ৰুজু গোচৰ

October 8, 2026 3:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

October 8, 2026 4:31 pm
গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

October 8, 2026 3:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd